১৫ জানুৱাৰী তাৰিখে বিদ্যালয় প্ৰাঙ্গনত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলৈ গৈ থকা বহাগী বৰা জাতীয় বিদ্যালয়ৰ *সতীৰ্থ সন্মিলন* খনিত সমূহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীবৃন্দৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।
বিদ্যালয় ৰ দেওনা পাৰ হৈ পঢ়া শুনা ৰ লগতে অন্যান্য ক্ষেত্ৰতো আগুৱাই যোৱা, প্ৰচেষ্টা চলাই থকা সমূহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক উক্ত দিনটোত উপস্থিত থাকি নিজৰ নিজৰ স্মৃতি ৰোমান্থন কৰাৰ লগতে অনুভৱ সমূহ প্ৰকাশৰ বাবে এখনি আন্তৰিকতা পূৰ্ণ সভাৰো আয়োজন কৰাৰ যো-জা কৰা হৈছে।
সেয়েহে সমূহ প্ৰাক্তন BBJVian ক এই বাৰ্তা প্ৰেৰণ কৰি উপস্থিত থাকিবলৈ আহ্বান জনালোঁ।
বহাগী বৰা জাতীয় বিদ্যালয়
বহাগী বৰা জাতীয় বিদ্যালয় প্ৰাক্তন ছাত্ৰ মঞ্চ
Want your school to be the top-listed School/college in Dhekiajuli?
Click here to claim your Sponsored Listing.
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
ঢেকিয়াজুলী , শোণিতপুৰ জিলা, অসম
Dhekiajuli
784110
Opening Hours
| 9am - 5pm |