Harhi Higher Secondary School

Harhi Higher Secondary School স্থাপিত : ১৯৫৪ UDISE : 18120306503

SMC committee Formation.Date: 27.08.2026
27/08/2026

SMC committee Formation.
Date: 27.08.2026

15/08/2026

ৰাষ্ট্ৰীয় সংগীত

৮০ সংখ্যক স্বাধীনতা দিৱস । জয় হিন্দ
15/08/2026

৮০ সংখ্যক স্বাধীনতা দিৱস ।
জয় হিন্দ

14/08/2026

বন্দে মাতৰম

Bagless day activities
12/08/2026

Bagless day activities

৩৫ খন জিলাৰ প্রায় ১২,০০০ খন শিক্ষানুষ্ঠান,  ২২ লক্ষাধিক শিক্ষাৰ্থী, সংকল্প এটাই, সমগ্ৰ অসমজুৰি ১.৫ কোটি গছপুলি ৰোপণ কৰা...
11/08/2026

৩৫ খন জিলাৰ প্রায় ১২,০০০ খন শিক্ষানুষ্ঠান, ২২ লক্ষাধিক শিক্ষাৰ্থী, সংকল্প এটাই, সমগ্ৰ অসমজুৰি ১.৫ কোটি গছপুলি ৰোপণ কৰা।

ইয়েই হৈছে , য'ত Digital অংশগ্ৰহণ কৰিছে আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ।

অসম চৰকাৰে যোগান ধৰা নৱম আৰু দশম শ্ৰেণীৰ বিনামূলীয়া Uniform বিতৰণ ।
09/08/2026

অসম চৰকাৰে যোগান ধৰা নৱম আৰু দশম শ্ৰেণীৰ বিনামূলীয়া Uniform বিতৰণ ।

আমাৰ বিদ্যালয়ত 'নিযুত মইনা' প্ৰ-পত্ৰ বিতৰণ ।
07/08/2026

আমাৰ বিদ্যালয়ত 'নিযুত মইনা' প্ৰ-পত্ৰ বিতৰণ ।

প্ৰয়াত খগেন কোঁচ ছাৰৰ আত্মাৰ চিৰশান্তি কামনাৰে আজি বিদ্যালয়ত শোকসভা আৰু মৌনপ্ৰাৰ্থনা ।
03/08/2026

প্ৰয়াত খগেন কোঁচ ছাৰৰ আত্মাৰ চিৰশান্তি কামনাৰে আজি বিদ্যালয়ত শোকসভা আৰু মৌনপ্ৰাৰ্থনা ।

আজি আমাৰ বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ খগেন কোঁচ চাৰৰ দেহাৱসান হয় । তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।
01/08/2026

আজি আমাৰ বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ খগেন কোঁচ চাৰৰ দেহাৱসান হয় । তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।

Address

Gobindapur
Dhakuakhana
787055

Website

Alerts

Be the first to know and let us send you an email when Harhi Higher Secondary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category