PM SHRI Gobindapur MV School

PM SHRI Gobindapur MV School Established in 1950,Gobindapur MV school is a premier educational institute providing quality primar

আজি অভিভাৱক অভিভাৱিকা আৰু শিক্ষক শিক্ষয়িত্ৰী সকলৰ সহযোগত বিদ্যালয়ত সম্প্ৰিতী ভোজন আনুস্থানতি অনুষ্ঠিত হয় । অনুস্থানত ...
17/06/2026

আজি অভিভাৱক অভিভাৱিকা আৰু শিক্ষক শিক্ষয়িত্ৰী সকলৰ সহযোগত বিদ্যালয়ত সম্প্ৰিতী ভোজন আনুস্থানতি অনুষ্ঠিত হয় । অনুস্থানত উপস্থিত থাকে ঢকুৱাখনা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া শ্ৰীযুত প্ৰণৱ গগৈ দেৱ আৰু গাণনিক শ্ৰীযুত গনেশ বৰুৱা দেৱ। অনুস্থানত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।

16/06/2026
ঢকুৱাখনা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মহোদয় শ্ৰীযুত প্ৰণৱ গগৈ দেৱে বিদ্যালয় পৰিদৰ্শন কৰা কিছু মূহুৰ্ত ।
12/06/2026

ঢকুৱাখনা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মহোদয় শ্ৰীযুত প্ৰণৱ গগৈ দেৱে বিদ্যালয় পৰিদৰ্শন কৰা কিছু মূহুৰ্ত ।

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিদ্যালয়ৰ শুভাকাংক্ষী শ্ৰীযুত মনোজ কোঁছ ৰাজবংশী দেৱে বিদ্যালয়ৰ বাবে প্ৰদান কৰা নাহৰ, বকুল আৰ...
06/06/2026

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিদ্যালয়ৰ শুভাকাংক্ষী শ্ৰীযুত মনোজ কোঁছ ৰাজবংশী দেৱে বিদ্যালয়ৰ বাবে প্ৰদান কৰা নাহৰ, বকুল আৰু চিজিয়ামৰ মুঠ ৬০ টা গছৰ পুলি ৰোপণ কৰা হয়। তেখেতলৈ বিদ্যালয়ৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ।

আমাৰ বিদ্যালয়ৰ পৰা দুগৰাকী ছাত্ৰীয়ে জিলা পৰ্যায়ৰ বাল বৈজ্ঞানিক প্ৰৰ্দশন ২০২৬ ত অংশ গ্ৰহণ কৰে।
03/06/2026

আমাৰ বিদ্যালয়ৰ পৰা দুগৰাকী ছাত্ৰীয়ে জিলা পৰ্যায়ৰ বাল বৈজ্ঞানিক প্ৰৰ্দশন ২০২৬ ত অংশ গ্ৰহণ কৰে।

আজি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক অগ্ৰগতিৰ পৰ্য্যালোচনা সভাত উপস্থিত থাকি সহযোগিতা আগবঢ়োৱা শ্ৰদ্ধাৰ পঞ্চম শ্ৰেণীৰ সকলো অভিভাৱকক...
22/05/2026

আজি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক অগ্ৰগতিৰ পৰ্য্যালোচনা সভাত উপস্থিত থাকি সহযোগিতা আগবঢ়োৱা শ্ৰদ্ধাৰ পঞ্চম শ্ৰেণীৰ সকলো অভিভাৱকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো।

আজি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক অগ্ৰগতিৰ পৰ্য্যালোচনা সভাত উপস্থিত থাকি সহযোগিতা আগবঢ়োৱা শ্ৰদ্ধাৰ অষ্টম শ্ৰেণীৰ সকলো অভিভাৱকক...
21/05/2026

আজি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক অগ্ৰগতিৰ পৰ্য্যালোচনা সভাত উপস্থিত থাকি সহযোগিতা আগবঢ়োৱা শ্ৰদ্ধাৰ অষ্টম শ্ৰেণীৰ সকলো অভিভাৱকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো।

20/05/2026

Music Classes Upper Section

20/05/2026

Music Classes Lower class.

19/05/2026

শ্ৰেণীত সোমায়েই এটা ভাল লগা দৃশ্য এগৰাকী ছাত্ৰীৰ গা বেয়া আৰু বাকী সকল পৰিচৰ্যা কৰাত ব্যস্ত।

Address

Dhakuakhana
787055

Website

Alerts

Be the first to know and let us send you an email when PM SHRI Gobindapur MV School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category