Khusilav Cultural Group

Khusilav Cultural Group We are a group of cultural young generation , we do dramas, one act plays, road plays, full time plays , mime professionally .

We do practices regularly, we exchange our knowledge with everyone who are interested in this field.

জুবিন গাৰ্গ অমৰ হওক -‌ কুশীলৱ সাংস্কৃতিক গোষ্ঠী
21/09/2025

জুবিন গাৰ্গ অমৰ হওক
-‌ কুশীলৱ সাংস্কৃতিক গোষ্ঠী

চলি আছে বিধানসভা সমষ্টি ভিত্তিক কৰ্মশালা ২০২৫ (‌ নাটক আৰু সংগীত) - ৯৬ নং খুমটাই ২২ জুলাই তাৰিখে বিয়লি ১.০০‌ বজাৰ পৰা সা...
20/07/2025

চলি আছে
বিধানসভা সমষ্টি ভিত্তিক কৰ্মশালা ২০২৫ (‌ নাটক আৰু সংগীত) - ৯৬ নং খুমটাই
২২ জুলাই তাৰিখে বিয়লি ১.০০‌ বজাৰ পৰা সাৰমণি অনুষ্ঠান। এই সুযোগতে সমুহ নাট্যপ্ৰেমী আৰু সংগীত প্ৰেমী ৰাইজৰ উপস্থিতি সাদৰেৰে কামনা কৰিলো।
আয়োজক - কুশীলৱ সাংস্কৃতিক গোষ্ঠী
স্থান -‌আধাৰসত্ৰ প্ৰেক্ষাগৃহ (আধাৰসত্ৰ)

Day - 05 লোক সংগীতৰ পাঠদান বিধানসভা সমষ্টি - ৯৬ নং খুমটাই আয়োজক - কুশীলৱ সাংস্কৃতিক গোষ্ঠী স্থান -‌আধাৰসত্ৰ প্ৰেক্ষাগৃহ...
12/07/2025

Day - 05 লোক সংগীতৰ পাঠদান
বিধানসভা সমষ্টি - ৯৬ নং খুমটাই
আয়োজক - কুশীলৱ সাংস্কৃতিক গোষ্ঠী
স্থান -‌আধাৰসত্ৰ প্ৰেক্ষাগৃহ (আধাৰসত্ৰ)

Poster design -
12/07/2025

Poster design -

Day - 04বিধানসভা সমষ্টি - ৯৬ নং খুমটাই আয়োজক - কুশীলৱ সাংস্কৃতিক গোষ্ঠী স্থান -‌আধাৰসত্ৰ প্ৰেক্ষাগৃহ (আধাৰসত্ৰ)
11/07/2025

Day - 04
বিধানসভা সমষ্টি - ৯৬ নং খুমটাই
আয়োজক - কুশীলৱ সাংস্কৃতিক গোষ্ঠী
স্থান -‌আধাৰসত্ৰ প্ৰেক্ষাগৃহ (আধাৰসত্ৰ)

কুশীলৱ সাংস্কৃতিক গোষ্ঠীৰ আয়োজনতঅসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত বিধানসভা ভিত্তিক ...
09/07/2025

কুশীলৱ সাংস্কৃতিক গোষ্ঠীৰ আয়োজনত
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত
বিধানসভা ভিত্তিক কৰ্মশালা (নাটক, যোগাসন আৰু সংগীত )
সমষ্টি - ৯৬ নং খুমটাই
আয়োজক - কুশীলৱ সাংস্কৃতিক গোষ্ঠী
স্থান -‌আধাৰসত্ৰ প্ৰেক্ষাগৃহ (আধাৰসত্ৰ)

কুশীলৱ সাংস্কৃতিক গোষ্ঠীৰ আয়োজনতঅসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত বিধানসভা ভিত্তিক ...
09/07/2025

কুশীলৱ সাংস্কৃতিক গোষ্ঠীৰ আয়োজনত
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত
বিধানসভা ভিত্তিক কৰ্মশালা (নাটক, যোগাসন আৰু সংগীত )
সমষ্টি - ৯৬ নং খুমটাই
আয়োজক - কুশীলৱ সাংস্কৃতিক গোষ্ঠী
স্থান -‌আধাৰসত্ৰ প্ৰেক্ষাগৃহ (আধাৰসত্ৰ)

যুৱ প্ৰতিভাৱান শিল্পী বটাঁ" ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ( Ministry of Culture, Govt. of India )  উত্তৰ পূব মণ্ডল সাংস্...
12/04/2025

যুৱ প্ৰতিভাৱান শিল্পী বটাঁ"

ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ( Ministry of Culture, Govt. of India ) উত্তৰ পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰ , ডিমাপুৰ, নাগালেণ্ড ( North East Zone Cultural Centre - NEZCC)য়ে প্ৰতি বছৰেই উত্তৰ পূব ভাৰতৰ ভিতৰত প্ৰদান কৰা "যুৱ প্ৰতিভাৱান শিল্পী বটাঁৰ ২০২২-২৩ (‌ YOUTH TALENTED ARTISTE AWARD 2022-23 ) বৰ্ষৰ বটাঁ প্ৰদান অনুষ্ঠানত যোৱা ৮ এপ্ৰিল তাৰিখে গুৱাহাটীস্থিত NEZCCৰ শিল্পগ্ৰামত অনুষ্ঠিত হৈ যায়। এই‌ বৰ্ষত উত্তৰ পূৰ্বাঞ্চলৰ আন আন যুৱ শিল্পী ৰ মাজত নাট্যক্ষেত্ৰত অসমৰ বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰে এই বঁটা লাভ কৰিবলৈ সক্ষম হয়। (‌ FIELD OF THEATRE ) উল্লেখযোগ্য যে ‌এই বৰ্ষত নাট্য‌ক্ষেত্ৰৰ‌ শিতানত সমগ্ৰ উত্তৰ-পূবতেই এইবাৰ একমাত্ৰ‌ বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰেই নিৰ্বাচিত হৈছে। গোলাঘাট জিলাৰ দেৰগাঁওৰ বৰুৱা বামুণ গাঁৰ নিৰ্বাসী বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰে নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ পৰা‌ নাট্যশিক্ষা গ্ৰহণ কৰি নাট্যচৰ্চা‌ কৰাৰ‌ লগতে‌ কুশীলৱ সাংস্কৃতিক গোষ্ঠীৰ‌ সম্পাদকৰ দায়িত্ব উপৰিও অসমৰ বিভিন্ন মঞ্চত নাট্যচৰ্চা অব্যাহত‌ ৰাখিছে। বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল পদ্মশ্ৰী গুৰুদ্ৰোণ ভূঞা, NEZCC ৰ‌‌ সঞ্চালক বিহুগুৰু ড' প্ৰসন্ন গগৈ , Rtd. IPS স্বপ্ননীল
বৰুৱা, সংগীত নাটক অকাডেমীৰ নৰ্থ ইষ্টৰ প্ৰকল্প সঞ্চালক ড' অৰূপ বৰদলৈ,সংগীত নাটক অকাডেমীৰ সত্ৰীয়া কেন্দ্ৰ প্ৰকল্প সঞ্চালক প্ৰতিভা শৰ্মাৰ লগতে NEZCC ৰ‌ উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্যৰ পৰা অহা সন্মানীয় বিষয়ববীয়া সকল। কুশীলৱ পৰিয়ালৰ তৰফৰ পৰা মধুমল্লিকা বৰুৱালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো।

বেহাৰবাৰী আউটপষ্টত আজিৰ পৰা এটি চৰিত্ৰত দেখিবলৈ পাব‌‌ কুশীলৱ সাংস্কৃতিক গোষ্ঠী ৰ‌ এগৰাকী সক্ৰিয় সদস্যা সু অভিনেত্ৰী মধু...
12/04/2025

বেহাৰবাৰী আউটপষ্টত আজিৰ পৰা এটি চৰিত্ৰত দেখিবলৈ পাব‌‌ কুশীলৱ সাংস্কৃতিক গোষ্ঠী ৰ‌ এগৰাকী সক্ৰিয় সদস্যা সু অভিনেত্ৰী মধুমল্লিকা বৰুৱাক। কুশীলৱ পৰিয়ালৰ তৰফৰ পৰা মধুমল্লিকা বৰুৱালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো।

কালিলৈ কৰ্মশালাৰ সামৰণি অনুষ্ঠান। নাটক মুকলি‌ মঞ্চত‌ কৰিম। সকলোলৈকে সাদৰ নিমন্ত্ৰণ জনালো।  এনেদৰেই নিমন্ত্ৰণ জনোৱাৰ বাবে...
30/03/2025

কালিলৈ কৰ্মশালাৰ সামৰণি অনুষ্ঠান। নাটক মুকলি‌ মঞ্চত‌ কৰিম। সকলোলৈকে সাদৰ নিমন্ত্ৰণ জনালো। এনেদৰেই নিমন্ত্ৰণ জনোৱাৰ বাবে ক্ষমা প্ৰাৰ্থনা জনাইছোঁ।

Happy World theatre day 2025
27/03/2025

Happy World theatre day 2025

কুশীলৱ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হোৱা নাট কৰ্মশালা আজি শুভাৰম্ভ হয়। বিশিষ্ট সমাজকৰ্মী, নাট্য অভিনেতা শ্ৰীযুত ...
17/03/2025

কুশীলৱ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হোৱা নাট কৰ্মশালা আজি শুভাৰম্ভ হয়। বিশিষ্ট সমাজকৰ্মী, নাট্য অভিনেতা শ্ৰীযুত নিলোৎপল দত্ত দেৱে নাট কৰ্মশালাৰ শুভাৰম্ভ কৰা অনুস্থানটিত উপস্থিত থাকে বিশিষ্ট অভিনেতা শ্ৰীযুত অমিতাভ ৰাজখোৱা দেৱৰ‌ লগতে কুশীলৱ সাংস্কৃতিক গোষ্ঠীৰ সভাপতি শ্ৰীযুত ৰনজিৎ কুমাৰ বৰুৱা ছাৰ।

Address

Golaght
Dergaon
785618

Alerts

Be the first to know and let us send you an email when Khusilav Cultural Group posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category