Prayash Tuition Institute

Prayash Tuition Institute Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Prayash Tuition Institute, Tutor/Teacher, No 1 Joraguri, Dergaon.

Prayash Tuition Institute is an Institute which provides quality education with better knowledge of beautiful life... "Change your child's future, start here... "

07/06/2022

২০২২বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ শিক্ষাৰ্থীলৈ প্ৰয়াস টিউশ্যন ইনষ্টিটিউটৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন।

যিসকল বিফল হৈছে তেওঁলোকলৈ অনাগত দিনৰ শুভেচ্ছা জনাইছোঁ, যাতে সফলতাৰ বাট মুকলি হয়। তোমালোকে মনত ৰাখিবা- "Failure is the pillar of success."

"প্ৰয়াস"ক ইয়াতে সামৰি থ'লোঁ।সময়ে ক'লৈ লৈ যায় গৈ থাকিম।সপোন এটা আধাতে সমাধিস্থ কৰা কি ইমান সহজ!😔
23/01/2022

"প্ৰয়াস"ক ইয়াতে সামৰি থ'লোঁ।
সময়ে ক'লৈ লৈ যায় গৈ থাকিম।
সপোন এটা আধাতে সমাধিস্থ কৰা কি ইমান সহজ!😔

"প্ৰয়াস" জীয়াই থাকিবনে নাথাকে সেয়া অনিশ্চিত।কিন্তু জীয়া সপোন এটা যে সমাধিস্থ হ'ব সেয়া প্ৰকাৰন্তে নিশ্চিত হৈছে!ব্ৰহ্...
22/01/2022

"প্ৰয়াস" জীয়াই থাকিবনে নাথাকে সেয়া অনিশ্চিত।
কিন্তু জীয়া সপোন এটা যে সমাধিস্থ হ'ব সেয়া প্ৰকাৰন্তে নিশ্চিত হৈছে!
ব্ৰহ্মপুত্ৰৰ ৰাইজ নিশ্চুপ। 🙏

19/06/2021

২০২০ বৰ্ষৰ মাৰ্চৰ মধ্যভাগৰ পৰা বৰ্তমান ২০২১ বৰ্ষৰ এই জুন মাহৰ মাধ্যভাগ পৰ্যন্ত প্ৰায় এক বছৰ ৩ মাহ সময় "প্ৰয়াস টিউশ্যন ইনষ্টিটিউট" সম্পূর্ণ বন্ধ হৈ আছে। এই সময়খিনিয়ে শিক্ষাৰ্থীৰ বহুমূলীয়া জ্ঞান অন্বেষণ ৰুদ্ধ কৰিছে। সমান্তৰালকৈ আমাকো ক্ষতি কৰিছে। আমি শীঘ্রে ছাত্র-ছাত্ৰীক পাঠদান কৰিব পৰাৰ পৰিৱেশ ঘূৰি আহিব বুলি আশাবাদী।

 #প্ৰয়াসৰ_প্ৰথম_বৰ্ষৰ_সফলতাঃ            মাত্ৰ ২মাহতে আমাক গৌৰৱান্বিত কৰাৰ অজুহাত এটা নিৰ্মাণ কৰি দিয়াৰ বাবে আমি কৃতজ্ঞ...
15/06/2020

#প্ৰয়াসৰ_প্ৰথম_বৰ্ষৰ_সফলতাঃ
মাত্ৰ ২মাহতে আমাক গৌৰৱান্বিত কৰাৰ অজুহাত এটা নিৰ্মাণ কৰি দিয়াৰ বাবে আমি কৃতজ্ঞ-
শিক্ষার্থীসকলৰ ওচৰত, অভিভাৱকসকলৰ ওচৰত, শিক্ষকসকলৰ ওচৰত। 🙏
২০২১ বৰ্ষ আৰু ২০২২ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে নামভৰ্তি চলি আছে। আজিয়ে যোগাযোগ কৰক। আসন সীমিত।
।। ধন্যবাদ।।

06/06/2020

HSLC Result Report Card-2020:

প্ৰয়াস টিউশ্যন ইনষ্টিটিউটে আৰম্ভণি বৰ্ষত ৭গৰাকী মেট্ৰিক শিক্ষার্থীক শিক্ষা প্ৰদান কৰিছিল।
১০০% উত্তীর্ণ হাৰেৰে কেউগৰাকী শিক্ষাৰ্থীয়ে গৌৰৱান্বিত কৰিছে প্ৰয়াস পৰিয়ালক।
মুঠ শিক্ষাৰ্থীঃ ৭ গৰাকী
প্ৰথম বিভাগঃ ৩ গৰাকী
দ্বিতীয় বিভাগঃ ২ গৰাকী
তৃতীয় বিভাগঃ ২ গৰাকী
সকলোলৈকে অভিনন্দন 💐

29/05/2020

ধুমুহাই ক্ষতি কৰাৰ পিছত মেৰামতিৰ কাম চলি আছে।খুব সোনকালেই সামাজিক দূৰত্ব বজায় ৰাখি শ্ৰেণীসমূহ আৰম্ভ কৰাৰ পৰিকল্পনা কৰি থকা হৈছে।

09/04/2020





ক'ৰ'ণা মহামাৰীয়ে ধাৰণ কৰা এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে চৰকাৰী নিৰ্দেশনা মানি চলক। ঘৰতে থাকক। সতৰ্ক হৈ থাকক। সজাগ হৈ থাকক। সুস্থ হৈ থাকক।
ছাত্র-ছাত্ৰীসকলে ঘৰতে পঢ়াত মনোযোগ দিয়ক। 🙏

New Session Started/2020...Admission going on for 2nd batch.
13/02/2020

New Session Started/2020...
Admission going on for 2nd batch.

10/02/2020

অসম উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ #প্ৰয়াস_পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা 💐💐💐

"শিক্ষা হৈছে জীৱন গঢ়াৰ মূল আধাৰ, আহক আমি সকলো মানৱ সম্পদ গঢ়াৰ অংশীদাৰ হও"

Admission going on for class 'V' to 'XII'Last Date: 31st January, 2020নামভৰ্তি চলি আছে। পঞ্চম শ্রেণীৰ পৰা দ্বাদশ শ্ৰেণীল...
25/01/2020

Admission going on for class 'V' to 'XII'
Last Date: 31st January, 2020
নামভৰ্তি চলি আছে। পঞ্চম শ্রেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ।
অন্তিম তাৰিখঃ ৩১ জানুৱাৰী, ২০২০

Address

No 1 Joraguri
Dergaon
785614

Opening Hours

Monday 5:30am - 7pm
Tuesday 5:30am - 7pm
Wednesday 5:30am - 7pm
Thursday 5:30am - 7pm
Friday 5:30am - 7pm
Saturday 5:30am - 7pm
Sunday 5:30am - 7pm

Website

Alerts

Be the first to know and let us send you an email when Prayash Tuition Institute posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category