Global Professional Academy

Call Directions Website Contact the school

Global Professional  Academy Global Professional Academies have been set up to provide teaching and training for various job oriented technical, vocational courses.

The objective is to provide training that can enable students to find the best career opportunities.

চাওঁতে চাওঁতে জুবিন দা বিহীন এটা বছৰ হ’ল 💔🥹!! তথাপিও অনুভৱে নহয় তেওঁ নাই বুলি। জয় জুবিন দা♥️🕊️
19/09/2026

চাওঁতে চাওঁতে জুবিন দা বিহীন এটা বছৰ হ’ল 💔🥹!! তথাপিও অনুভৱে নহয় তেওঁ নাই বুলি।
জয় জুবিন দা♥️🕊️

সকলালৈকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ..
18/09/2026

সকলালৈকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ..

সকলোলৈকে শিক্ষক দিৱস শুভকামনা জনাইছোঁ।
05/09/2026

সকলোলৈকে শিক্ষক দিৱস শুভকামনা জনাইছোঁ।

সকলোলৈকে শ্ৰী কৃষ্ণ জন্মাষ্টমী শুভ কামনা জনাইছোঁ।
04/09/2026

সকলোলৈকে শ্ৰী কৃষ্ণ জন্মাষ্টমী শুভ কামনা জনাইছোঁ।

🇮🇳 স্বাধীনতা দিৱসৰ শুভেচ্ছা 🇮🇳“স্বাধীনতাৰ গৌৰৱ, একতাৰ শক্তি আৰু প্ৰগতিৰ সংকল্পেৰে—এই পৱিত্ৰ স্বাধীনতা দিৱসত Global Profe...
15/08/2026

🇮🇳 স্বাধীনতা দিৱসৰ শুভেচ্ছা 🇮🇳
“স্বাধীনতাৰ গৌৰৱ, একতাৰ শক্তি আৰু প্ৰগতিৰ সংকল্পেৰে—
এই পৱিত্ৰ স্বাধীনতা দিৱসত Global Professional Academy (GPA)-এ দেশৰ স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া বীৰ শ্বহীদসকলক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
জ্ঞান, দক্ষতা আৰু শিক্ষাৰ মাধ্যমেৰে যুৱ প্ৰজন্মক শক্তিশালী কৰি এখন উন্নত, আত্মনিৰ্ভৰ আৰু শক্তিশালী ভাৰত গঢ়াৰ সংকল্প লওঁ আহক।
🇮🇳 স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা! 🇮🇳
জয় হিন্দ! 🇮🇳 | বন্দে মাতৰম!
— Global Professional Academy (GPA)

29/07/2026

🙏🙏🙏🙏

আজি  Global Professional Academy পৰিয়ালৰ তৰফৰ পৰা  আমনীপাম,কোবাল গাঁৱ, চন্দ্ৰপূৰ আৰু বগৰিয়নীট প্ৰায় ১২০ ঘৰ বানাক্ৰান্...
28/07/2026

আজি Global Professional Academy পৰিয়ালৰ তৰফৰ পৰা আমনীপাম,কোবাল গাঁৱ, চন্দ্ৰপূৰ আৰু বগৰিয়নীট প্ৰায় ১২০ ঘৰ বানাক্ৰান্তৰ লোকক সাহায্য প্ৰদান কৰে।

আজি প্ৰতিটো পৰিয়াললৈ আগবঢ়োৱা সাহায্য সামগ্ৰীৰ তালিকা:
চাউল,​দাইল ,মুড়ি, আলু , ছয়াবিন , নিমখ, বিস্কুট খোৱাপানী,​চেনিটেৰী পেড , গাধোৱা চাবোন, মহখেদা ধূপ

সুবৰ্ণ সুযোগ- গ্ল'বেল প্ৰফেচনেল একাডেমীত এমহীয়া মেক-আপ আৰ্টিষ্টৰ নামভৰ্তি চলি আছেCourse fees -1999Seats only -20Contact ...
09/07/2026

সুবৰ্ণ সুযোগ- গ্ল'বেল প্ৰফেচনেল একাডেমীত এমহীয়া মেক-আপ আৰ্টিষ্টৰ নামভৰ্তি চলি আছে
Course fees -1999
Seats only -20
Contact -8638317334

Our earth our responsibility
05/06/2026

Our earth our responsibility

নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া। প্ৰশিক্ষণৰ শেষত UGC,NCVET,SKILL INDIA অনুমূদিত প্ৰমাণপত্ৰ দিয়া হ'ব।আসন সীমিত।যোগাযোগ- গ্ল'...
01/06/2026

নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া। প্ৰশিক্ষণৰ শেষত UGC,NCVET,SKILL INDIA অনুমূদিত প্ৰমাণপত্ৰ দিয়া হ'ব।
আসন সীমিত।
যোগাযোগ- গ্ল'বেল প্ৰফেচনেল একাডেমী,দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত
8638317334

Address

Thana Road, Opposite Dergaon Higher Secondary School
Dergaon

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+918638317334

Alerts

Be the first to know and let us send you an email when Global Professional Academy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Global Professional Academy:

Shortcuts

Share

Category