Nitai Pukhuri M.V. School-নিতাই পুখুৰী মজলীয়া বিদ্যালয়

  • Home
  • India
  • Demow
  • Nitai Pukhuri M.V. School-নিতাই পুখুৰী মজলীয়া বিদ্যালয়

Nitai Pukhuri M.V. School-নিতাই পুখুৰী মজলীয়া বিদ্যালয় yes

বাৰেচহৰীয়া নৃত্য প্ৰদৰ্শন কৰি শতবৰ্ষ গৰকা বিদ্যালয়লৈ পুনৰ গৌৰৱ কঢ়িয়াই অনা দলটো 🙏
18/05/2024

বাৰেচহৰীয়া নৃত্য প্ৰদৰ্শন কৰি শতবৰ্ষ গৰকা বিদ্যালয়লৈ পুনৰ গৌৰৱ কঢ়িয়াই অনা দলটো 🙏

মাননীয় মনোৰঞ্জন গগৈ ছাৰৰ দ্বাৰা তথা  বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ উপস্থিতত কৃতি ছাত্ৰীক পুৰস্কাৰ প্ৰদান কৰাৰ মূহুৰ্ত
18/05/2024

মাননীয় মনোৰঞ্জন গগৈ ছাৰৰ দ্বাৰা তথা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ উপস্থিতত কৃতি ছাত্ৰীক পুৰস্কাৰ প্ৰদান কৰাৰ মূহুৰ্ত

শতবৰ্ষ কাৰ্যসূচীৰ সামৰণি অনুস্থানৰ দ্বিতীয় দিনৰ কিছু দৃশ্য 🙏
18/05/2024

শতবৰ্ষ কাৰ্যসূচীৰ সামৰণি অনুস্থানৰ দ্বিতীয় দিনৰ কিছু দৃশ্য 🙏

ঐতিহাসিক নিতাইপুখুৰী মজলীয়া বিদ্যালয়ৰ শতবৰ্ষ কাৰ্যসূচীৰ সামৰণি অনুস্থানৰ প্ৰথম দিনৰ কিছু দৃশ্য 🙏
18/05/2024

ঐতিহাসিক নিতাইপুখুৰী মজলীয়া বিদ্যালয়ৰ শতবৰ্ষ কাৰ্যসূচীৰ সামৰণি অনুস্থানৰ প্ৰথম দিনৰ কিছু দৃশ্য 🙏

শিক্ষক গোটনিতাইপুখুৰী মজলীয়া বিদ্যালয় 🙏
18/05/2024

শিক্ষক গোট
নিতাইপুখুৰী মজলীয়া বিদ্যালয় 🙏

শতবৰ্ষ উদযাপনৰ সাংস্কৃতিক শোভযাত্ৰা ২০২৩-২৪ ৰ দৃশ্য
30/04/2024

শতবৰ্ষ উদযাপনৰ সাংস্কৃতিক শোভযাত্ৰা ২০২৩-২৪ ৰ দৃশ্য

শতবৰ্ষ উদযাপন সমিতিৰ সাধাৰণ সভা ২৯/০৪/২০২৪@ Nitai Pukhuri M.V. School-নিতাই পুখুৰী মজলীয়া বিদ্যালয়
30/04/2024

শতবৰ্ষ উদযাপন সমিতিৰ সাধাৰণ সভা ২৯/০৪/২০২৪
@ Nitai Pukhuri M.V. School-নিতাই পুখুৰী মজলীয়া বিদ্যালয়

28/02/2024
Result ....Gunotsav ......A+Nitaipukhuri MVS
25/04/2023

Result ....Gunotsav ......A+
Nitaipukhuri MVS

19/04/2023

শ্রদ্ধাভাজনেষু,
আমাৰ গভীৰ শ্ৰদ্ধা আৰু সাদৰ সম্ভাষণ গ্ৰহণ কৰিব ৷
শতবৰ্ষ উদ্‌যাপনৰ দ্বিতীয় কাৰ্যসূচী প্রাক্তন শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ আগত ইংৰাজী ২৩ এপ্ৰিল ২০২৩ দেওবাৰে দিৱসব্যাপ্ত কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। উক্ত সমাৰোহলৈ আপোনাক
বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী/প্রাক্তন ছাত্র-ছাত্রী/শুভাকাংশী ব্যক্তিৰূপে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ ৷
আপোনাৰ ঐকান্তিক উপস্থিতি, পূর্ণ সহায়-সহযোগিতা কামনা কৰিলো।

ইতি
শ্ৰদ্ধাৰে-

শ্রী মনোৰঞ্জন গগৈ
সভাপতি

শ্ৰী চুচেন চন্দ্ৰ কোঁৱৰ
কাৰ্যকৰী সভাপতি

শ্ৰী বিপুল বুঢ়াগোঁহাই
মুখ্য সম্পাদক

শতবর্ষ উদ্‌যাপন সমিতি

Address

Nitai Pukhuri
Demow
785671

Telephone

+917002164649

Website

Alerts

Be the first to know and let us send you an email when Nitai Pukhuri M.V. School-নিতাই পুখুৰী মজলীয়া বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Nitai Pukhuri M.V. School-নিতাই পুখুৰী মজলীয়া বিদ্যালয়:

Shortcuts

Share

Category