Lambudar Borgohain Sankardev sishu Vidya Niketan,Demow

  • Home
  • India
  • Demow
  • Lambudar Borgohain Sankardev sishu Vidya Niketan,Demow

Lambudar Borgohain Sankardev sishu Vidya Niketan,Demow স্বাগতম 🙏🙏🙏

26/05/2026

নিকেতনৰ সাংস্কৃতিক অনুষ্ঠানত 👏👏

25/05/2026

Welcome 🙏🙏
একাদশ শ্ৰেণীৰ নবাগত আদৰণি লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী অভিনন্দন সভাত
নিকেতনৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা সমবেত সংগীত পৰিবেশন 🎵🎵

23/05/2026
23/05/2026

নিকেতনৰ দশম শ্ৰেণীৰ অভিনন্দন আৰু একাদশ শ্ৰেণীৰ আদৰণি অনুষ্ঠানত নিকেতনৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা দিহানাম পৰিবেশন 🙏🙏

09/05/2026

ষষ্ঠ শ্ৰেণীৰ সংগীতৰ কালাংশত
🎵🎵🎵🎵🎵🎵🎵🎵
゚viralシ

08/05/2026

প্ৰাত : সভাত বাঁহী বাদন পৰিৱেশন
একাদশ শ্ৰেণীৰ ছাত্ৰ শ্ৰী জ্ঞানম বড়া ।

07/05/2026

নিকেতনৰ প্ৰাত: সভাত📌📌
দশম শ্ৰেণীৰ ছাত্ৰ শ্ৰী প্ৰজ্ঞান জ্যোতি গৌতম ৰ কবিতা আবৃত্তি 🎵

06/05/2026

নবাগত আদৰণি 🙏🙏
আমাৰ নিকেতনলৈ সকলো নতুন ছাত্ৰ ছাত্ৰীক সাদৰ আদৰণি জনাইছোঁ। সকলো ছাত্ৰ ছাত্ৰী আগন্তুক শৈক্ষিক যাত্ৰা সুন্দৰ আৰু সফল হওঁক তাৰেই শুভকামনাৰে আমাৰ নিকেতন পৰিয়াললৈ স্বাগতম 🙏


05/05/2026

সংগীতৰ কালাংশত🎵🎵


゚viralシ

আজি লম্বোদৰ বৰগোহাঁই শংকৰদেৱ বিদ্যা নিকেতনত ডিব্ৰুগড় স্থিত Maeyes Foundation & Renu Eye Care Centre প্ৰতিষ্ঠানৰ উদ্যোগত...
27/04/2026

আজি লম্বোদৰ বৰগোহাঁই শংকৰদেৱ বিদ্যা নিকেতনত ডিব্ৰুগড় স্থিত Maeyes Foundation & Renu Eye Care Centre প্ৰতিষ্ঠানৰ উদ্যোগত নিকেতনৰ ছাত্ৰ ছাত্ৰী সকলৰ চকু পৰীক্ষা শিৱিৰ অনুষ্ঠিত কৰা হয়।👁️👁️


Address

Modhupur
Demow

Opening Hours

Monday 9am - 3pm
Tuesday 9am - 3pm
Wednesday 9am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 12pm

Website

Alerts

Be the first to know and let us send you an email when Lambudar Borgohain Sankardev sishu Vidya Niketan,Demow posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category