IQAC,Kalaguru Bishnu Rabha Degree College,Orang

IQAC,Kalaguru Bishnu Rabha Degree College,Orang K.B.R.Degree College is affiliated to Bodoland University and recognised under 2(f) & 12(B) by UGC. Post Graduate Courses in Distance Mode

কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ বাবে অতি গৌৰৱৰ কথা যে আমাৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰাক্তন ছাত্ৰ শ্ৰী নবীন ন...
18/01/2024

কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ বাবে অতি গৌৰৱৰ কথা যে আমাৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰাক্তন ছাত্ৰ শ্ৰী নবীন নিৰলাই APSC পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈ মহাবিদ্যালয়ৰ গৌৰৱ বৃদ্ধি কৰিলে৷ ইয়াৰ আগতে মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ শ্ৰী ফুংখা বসুমতাৰীয়ে APSC পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈ মহাবিদ্যালয়ৰ গৌৰৱ বৃদ্ধি কৰিছিল৷ মহাবিদ্যালয়ৰ পৰা ক্ৰমে দুগৰাকী প্ৰাক্তন ছাত্ৰৰ এই কৃতিত্বত কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ লগত সৰ্বতোপ্ৰকাৰে জড়িত সমুহ ৰাইজ, পৰিচালনা সমিতি, শিক্ষক-শিক্ষয়ত্ৰী, কৰ্মচাৰী বৃন্দ, ছাত্ৰছাত্ৰী আজি গৌৰৱান্বিত৷
জয়তু কলাগুৰু স্নাতক মহাবিদ্যালয়৷

07/10/2023

NAAC PEER TEAM VISIT ON 10TH AND 11 TH OCTOBER,2023
The College is glad to inform all the students, Alumni, Faculty Members and well-wishers of the College that the NAAC PEER TEAM will visit the College on 10th October and 11th October,2023.

07/07/2023

ইয়াৰ দ্বাৰা সমূহ ছাত্ৰ ছাত্ৰীক জনোৱা যায় যে কলাগুৰু বিষ্ণু ৰাভা ডিগ্ৰী কলেজত নামভৰ্তিৰ বাবে আবেদন কৰা সমূহ ছাত্ৰীৰ Documents Scrutiny ৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে ।সকলো ছাত্ৰ ছাত্ৰীয়ে SAMARTH PORTAL ত নিজৰ LOG IN ID আৰু Password ব্যবহাৰ কৰি নিজৰ APPLICATION STATUS check কৰিব পাৰিব। আৰু RE-UPLOAD DOCUMENTS ত গৈ কিবা documents আপলোড কৰিব লগীয়া থাকিলে আপলোড কৰিব পাৰিব।

Admission ৰ বাবে 1st Merit List অহা 11-07-2023 তাৰিখে আমাৰ মহাবিদ্যালয়ৰ ৱেবচাইট www. kbrdcollege.ac.in যোগে চাব পাৰিব।

1st List ত অন্তৰ্ভুক্ত ছাত্ৰ ছাত্ৰী সকলে 12-07-2023 আৰু 13-07-2023( ছাত্ৰ ছাত্ৰী সকলৰ বাবে বান্ধি দিয়া নিৰ্ধাৰিত সময়সুচি অনুসৰি) মহাবিদ্যালয়ত উপস্থিত থাকি admission প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।

28/06/2023

,ইয়াৰ দ্বাৰা কলাগুৰু বিষ্ণু ৰাভা ডিগ্ৰী কলেজত UG 1ST SEMESTER ত নামভৰ্তি কৰিবলৈ আগ্ৰহী সমূহ ছাত্ৰ ছাত্ৰীসকলক জনোৱা যায় যে সকলো ছাত্ৰী ছাত্ৰীযে অন্তত 3টা অথবা তাতকৈ অধিক বিষয় MAJOR subject হিচাবে বাছনি কৰিব লাগিব। আৰু লগতে সকলোৱে অন্তত 3 খনতকৈও অধিক (10 খন মহাবিদ্যালয় অথবা Major subject) আবেদন কৰাটো বাঞ্ছনীয়।

আজি  ২০ জুন, অসমৰ বৰেণ্য শিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু তিথিৰ দিন সমগ্ৰ অসমৰ লগতে ওদালগুৰি জিলাৰ ওৰাংত অৱস্থি...
20/06/2023

আজি ২০ জুন, অসমৰ বৰেণ্য শিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু তিথিৰ দিন সমগ্ৰ অসমৰ লগতে ওদালগুৰি জিলাৰ ওৰাংত অৱস্থিত কলাগুৰু বিষ্ণু ৰাভা ডিগ্ৰী কলেজতো 'ৰাভা দিৱস ' হিচাবে পালন কৰা হয়।
কলেজ পৰিচালনা সমিতিৰ সভাপতি তথা বি টি আৰ চৰকাৰৰ সন্মানীয় ই এম ড° নিলুত স্বৰ্গীয়াৰিয়ে কলেজ প্ৰাংগনত অৱস্থিত বিষ্ণু ৰাভাৰ প্ৰতিমূৰ্তি সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰাৰ পিছত বিষ্ণু ৰাভাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে কলেজৰ অধ্যক্ষ ড° উৎপল চন্দ্ৰ হাজংদেৱে। তাৰ পিছত কলেজৰ উপাধ্যক্ষ ড° ধ্ৰুৱ জ্যোতি শৰ্মাই আঁত ধৰা বিষ্ণু ৰাভা স্মৃতিচাৰণ সভাত ই এম্ ড° নিলুত স্বৰ্গীয়াৰিয়ে ৰাভাদেৱৰ বৰ্নিল ব্যক্তিত্বৰ উপৰত আলোকপাত কৰে আৰু অধ্যক্ষ ড° হাজং দেবে বিষ্ণু ৰাভাৰ জীৱনৰাজী আৰু তেওঁৰ অণুশৰণীয় কথাবোৰ যুগুতায। উক্ত অনুষ্ঠানত অতিথি হিচাবে উপস্থিত থাকে ওদালগুৰি কলেজৰ জ্যেষ্ঠ সহকাৰী - অধ্যাপক শ্ৰী শেখৰ চৌধুৰী ।কলেজৰ ছাত্ৰ ছাত্ৰী, ছাত্ৰ একতা সভাৰ বিষয়ববীয়াৰ লগতে কলেজৰ শিক্ষক কৰ্মচাৰী উপস্থিত উক্ত অনুষ্ঠানত বিষ্ণু ৰাভাৰ দ্বাৰা ৰচিত গীত পৰিৱেশন কৰে অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক শ্ৰী বিনোদ বস্নেত আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক শ্ৰী ইন্দ্ৰ বৰা দেৱে। উক্ত অনুষ্ঠানত কলেজৰ IQAC আৰু NSS Unit ৰ সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছিল।
অৱশ্যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত আজিও BA দ্বিতীয় আৰু ষষ্ঠ চেমিষ্টাৰ পৰীক্ষা চলি থকাৰ বাবে ছাত্ৰ ছাত্ৰীৰ উপস্থিতি আশাব্যঞ্জক নহল যদিও সম্পূৰ্ণ কাৰ্যসূচী গাম্ভিৰ্য্যপূৰ্ণ হোৱাৰ লগতে সফলতাৰে সমাপন হয়।

The song  Biswar Sande Sande Mahandande Anande '  বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে , নাচা , নাচা তমোহৰ দেও নাচা' writt...
20/06/2023

The song Biswar Sande Sande Mahandande Anande ' বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে , নাচা , নাচা তমোহৰ দেও নাচা' written by Kalaguru Bishnu Prasad Rabha, the mentor of greater Assamese society and a leader of the common people urged the common people to ignite the fire of learning to remove the darkness of ignorance and fear. He urged the youths and children to educate themselves so as to enlighten the world with their education-

Jaluwa Sagnik Tapa Homa Bahni,

Binashak Andhaar Taba Jayi Agni

Bishwar Deulot Gyanare Bantir

Alokare Sikha Uthak Nachi.........

Kalaguru Bishnu Rabha Degree College pays homage to the greatest igniter of minds of greater Assamese Society on his death Anniversary....

কলাগুৰু চিৰ প্ৰণাম তোমাক।

15/06/2023

UG 1st Semester Admission in KALAGURU BISHNU RABHA DEGREE COLLEGE,ORANG,UDALGURI under BODOLAND UNIVERSITY starts from today..
Please visit the SAMARTH PORTAL through the link given herewith-
https://assamadmission.samarth.ac.in

For any kind of FREE ONLINE ASSISTANCE please visit our College..

UG(B.A) 1ST SEMESTER ADMISSION NOTICE-2023KALAGURU BISHNU RABHA DEGREE COLLEGE                       ORANG, UDALGURI ,BT...
13/06/2023

UG(B.A) 1ST SEMESTER ADMISSION NOTICE-2023
KALAGURU BISHNU RABHA DEGREE COLLEGE
ORANG, UDALGURI ,BTR
ADMISSION PORTAL – SAMARTH e-Gov Portal
TIME-SCHEDULE

Date of Opening of Portal- 14th June,2023
Date of Opening of Online Application- 14th June,2023
Last Date of Online Application- 28th June,2023

TIME-SCHEDULE FOR PUBLICATION OF MERIT LIST BY THE COLLEGE
1. DATE OF PUBLICATION OF 1ST MERIT LIST- 4TH JULY,2023

2. ADMISSION OF SELECTED CANDIDATES IN 1ST MERIT LIST- 7TH JULY,2023

3.PUBLICATION OF 2ND MERIT LIST- 8TH JULY,2023

4. ADMISSION OF SELECTED CANDIDATES IN 2ND MERIT LIST- 11TH JULY,2023

5. PUBLICATION OF 3RD MERIT LIST-12TH JULY, 2023

6. ADMISSION OF SELECTED CANDIDATES IN 3RD MERIT LIST- 15TH JULY,2023

PLEASE VISIT THE COLLEGE FOR ALL ONLINE ASSISTANCE

ADMISSION PROCESS OF UG( B.A) 1ST SEMESTER-2023 will start shortly. Admission will be completely in ONLINE MODE through ...
08/06/2023

ADMISSION PROCESS OF UG( B.A) 1ST SEMESTER-2023 will start shortly. Admission will be completely in ONLINE MODE through SAMARTH- EGOVT. SUITE PORTAL.
Please visit our website www.kbrdcollege.ac.in regularly for Admission Details.

KALAGURU BISHNU RABHA DEGREE COLLEGE is one of the best Institute in Tezpur Road, PO : Orang, Dist : Udalguri, Assam-784114 where many of courses are available for students to join for making their career better. Apply Now!

K.B.R Degree College gets another RCC Classroom from BTR Government. Foundation Stone laid by Hon'ble BTR CEM, Sjt Pramo...
06/06/2023

K.B.R Degree College gets another RCC Classroom from BTR Government. Foundation Stone laid by Hon'ble BTR CEM, Sjt Pramod Boro on 05-06-2023

Address

N H 15, Orang , Udalguri
Orang
784114

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+19854620071

Alerts

Be the first to know and let us send you an email when IQAC,Kalaguru Bishnu Rabha Degree College,Orang posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to IQAC,Kalaguru Bishnu Rabha Degree College,Orang:

Shortcuts

Share

Category