03/02/2023
Happy retirement Himangshu sir. May God keep you healthy and bless you with long life.
The school PAKADALI HIGH SCHOOL is located in the area METAPARA of SIPAJHAR. It is in DARRANG distri It was established in the year 1955 by Honarable Mr.
The school Pakadali High School is one of the most important and glorious school of area sipajhar. It is located in the Village- Metapara, P.O.- Dhekipara, P.S.- sipajhar, PIN-784145 Block- Spiajhar, sub-division- Mangaldai of Darrang district of Assam. Debakar Ch. sir with the help of people of pakadali area. He was the 1st head master and principal of this school. Then this organization was kin
03/02/2023
Happy retirement Himangshu sir. May God keep you healthy and bless you with long life.
সকলোকে নতুন বছৰৰ হিয়াভৰা শুভেচ্ছা যাচিলো..| শুভ নৱবৰ্ষ. |
Amar schoolr result jane neki konobai? Parile jonabosun.
28/03/2019
Congratulations sir. We're proud of you.
পকাদলি উচ্ছ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষাগুৰুক মোৰ কৰযোৰে নমন আৰু লগতে শিক্ষক দিৱসৰ বহুত বহুত শুভেচ্ছা যাচিলো.. 🙏🙏🙏🙏
01/09/2018
আপোনাৰ জীৱনৰ সুদীৰ্ঘ সময় পকাদলি উচ্ছ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মঙ্গলৰ নামত উচৰ্গা কৰিলে.. আপোনাৰ শিক্ষা আৰু আদৰ্শ সদায় আমাৰ হৃদয়ত থাকিব.. চাকৰি জীৱনৰ বিদায়ী বেলাত আপোনাক সহস্ৰ প্ৰণিপাত জনালো...
অনাগত দিনবোৰ আপোনাৰ সুস্বাস্থ্য আৰু মঙ্গলময় হোৱাৰ কামনাৰে ভগৱানৰ ওচৰত আপোনাৰ দীৰ্ঘায়ু প্ৰাৰ্থনা কৰিছো..
হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ পকাদলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ২ টা ষ্টাৰ মাৰ্ক সহ ২২ টা প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে. মুঠ পৰীক্ষাৰ্থৰ সংখ্যা জানিব পৰা হোৱা নাই.
07/05/2018
Congratulations sir for Bookland teacher's excellence state award. May GOD bless you and keep you healthy.
07/05/2018
Congratulations sir.