16/03/2025
যোৱা ছয়টা বছৰৰ ১০০% সফলতাৰ পিছত, আমি আকৌ সাজু হৈছো নতুন শিক্ষা বৰ্ষৰ নতুন আশাৰ প্ৰতিশ্ৰুতিৰে।
"Dr. APJ. Abdul Kalam Institute" (Tuition Center)
Bishnupur,Burha(Darrang)
অহা ইংৰাজী ২৭/০৩/২৫(বৃহস্পতিবাৰ) আৰু ২৮/০৩/২৫(শুক্ৰবাৰ) তাৰিখে ৰাতিপুৱা ৯:০০ পৰা ১২:০০ বজালৈ নৱম আৰু দশম শ্ৰেণীৰ বিজ্ঞান, গণিত, উচ্চ গণিত আৰু ইংৰাজীৰ Demo Class ৰ ব্যৱস্থা কৰিছো সেয়েহে ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলক উপস্থিত থাকিবলৈ জনোৱা হ'ল,
লগতে পুনৰ অহা ইং ২/o৪/২০২৫ তাৰিখৰ পৰা সপ্তম, অষ্টম ,নৱম আৰু দশম শ্ৰেণীৰ নিয়মীয়া ক্লাছৰ ব্যৱস্থা
কৰিছোঁ।
শিক্ষক বৃন্দ-
ৰিজুল হক চৌধুৰী এম.এ
চোলেমান চিকদাৰ,এম. এ
আলীআকবৰ আহমেদ,এম.এ
সমৰজিৎ কাকতি এম.এচ.চি
পংকজ ডেকা বি.এচ.চি
হীৰক ডেকা বি.এচ.চি
মাধুৰ্য্য বৰা বি.এচ.চি
যোগাযোগ-7780600706,9127383137
26/02/2025
26/02/2025