SCC Dalgaon Darrang ASSAM

SCC Dalgaon Darrang ASSAM

Share

welcome to my channel
SCC President - Sabbir Hussain
All Assam SCC service
I Love You SCC
SCC Long Life

08/11/2024

এছ চি চি ৰ সপ্তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ প্ৰাগমূহুৰ্তত সমূহ অসমবাসীৰ মৰম স্নেহ আশীৰ্বাদ বিচাৰিছোঁ।
এইবাৰৰ কেন্দ্ৰীয় কাৰ্য্যসূচী দৰং জিলাত।


SCC Assam Official
SCC ASSAM
Mustafa Kamal
Sanjay Sarma,State Gen Secretary,SCC,Assam.
Razibul Hoque
Mohibul Back
Dr-Iftikar Ali Ahmed

08/11/2024

আজি দৈনন্দিন বাৰ্তা কাকতত প্ৰকাশিত।আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

08/11/2024
Photos from  State President of SCC, Assam's post 08/11/2024
08/11/2024

এয়া মোৰ জীৱনৰ কাৰণে এক ডাঙৰ প্ৰাপ্তি।মোৰ প্ৰতি এছ চি চি কেডেটসকলৰ ইমান মৰম ভালপোৱা থকাৰ বাবে মই নথৈ আনন্দিত। যোৱাকালি এছ চি চি ৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ অনুষ্ঠানত দৰং জিলাৰ এছ চি চি কেডেট নেহা কুমাৰীয়ে এছ চি চি ইওনিফৰ্মত মোৰ এটি ছবি নিজ হাতে অংকন কৰি সন্মানীয় ৰাজ্যিক উপ সভাপতি মোস্তাফা কামাল ডাঙৰীয়া আৰু ৰাজ্যিক বিষয় ববীয়াৰ উপস্থিতিত মোৰ হাতত তুলি দিলে। মোৰ জন্ম দিনৰ এই বিশেষ দিনটোত নেহা কুমাৰীৰ পৰা উপহাৰটি লাভ কৰি নথৈ আনন্দিত হৈছোঁ। এছ চি চি কেডেট নেহা কুমাৰীৰ মোৰ প্ৰতি ইমান ভালপোৱা দেখুৱাই উপহাৰটি দিয়াৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নেহা কুমাৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

SCC Assam Official
SCC ASSAM
Mustafa Kamal
Mrinal Kanti
Neha Kumari
Neha Kumeri

12/08/2024

অহাকালিৰ পৰা দৰং জিলাৰ মঙ্গলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এছ চি চি ৰ ২০২৪ বৰ্ষৰ ৰাজ্যিক প্ৰশিক্ষণ শিবিৰ কাৰ্য্যসূচী আৰম্ভ হব। উক্ত অনুষ্ঠানৰ প্ৰাগ মূহুৰ্তত সমূহ অসমবাসী ৰাইজৰ পৰা দিশা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছোঁ। আপোনালোকৰ মৰম স্নেহ আশীৰ্বাদেই আমাৰ কাম্য।
বহু ত্যাগ কষ্ট স্বীকাৰ কৰি এছ চি চি অনুষ্ঠানে আজি এই পৰ্যায় পাবলৈ সক্ষম হৈছে। ৰাজ্যিক পৰ্যায়ৰ শিক্ষামূলক স্বেচ্ছাসেৱী যুৱ ক্রীডা অনুষ্ঠান হিচাপে এছ চি চি য়ে ২০১৮ বৰ্ষৰ পৰাই দেশ মাতৃৰ সেৱাৰ্থে আৰু শিক্ষাৰ্থীৰ কল্যানাৰ্থে ও ছাত্ৰ ছাত্ৰীৰ সামগ্ৰীক বিকাশৰ কাৰণে প্ৰশিক্ষণ পদ্ধতিৰ মাজেৰে সেৱা আগবঢ়ায় আহিছে। আজি অসমবাসী ৰাইজৰ এটি চিনাকি নাম হৈছে এছ চি চি।
অহাকালিৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হবলগীয়া অনুষ্ঠান আপোনালোকৰ দিশা পৰামৰ্শ কামনা কৰাৰ ওপৰিও সকলোৱে উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিব বুলি আশাৰে....

পাঁচদিনীয়া কাৰ্যসূচীৰ বিভিন্ন দিনা অসমৰ চিনাকি ও পৰিচিত যোগ্য সম্পন্ন ব্যক্তিসকলে অনুষ্ঠানত কাৰ্য্যসূচী সমূহত উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিব।

SCC Assam Official
SCC ASSAM
State President of SCC, Assam
Gurujyoti Das
Santiuse Kujur
Mahbubul Hoque
Sanjay Babu Sarma
Mustafa Kamal
Abu Taleb Ahmed
Mustafir Alam
Shahal ER
Hemanga Thakuria

12/08/2024

আজি দৈনন্দিন বাৰ্তা কাকতত প্ৰকাশিত এছ চি চি ৰ বাতৰি।
SCC Assam Official
SCC ASSAM
State President of SCC, Assam

Photos from SCC Assam Official 's post 12/08/2024
Want your school to be the top-listed School/college in Darrang?

Click here to claim your Sponsored Listing.

Location

Website

Address


Dalgaon Adarsha Jatiya Vidyalaya
Darrang
784116