DD News ত শালমাছ উঠা মন্দিৰৰ গোঁসাই কাজৰ এক সুন্দৰ প্ৰতিবেদন ৷
Video ৰ উৎস: DD news YouTube
Hazarikapara,Darrang. Assam
Hazarikapara, the name has been derived from Mr. Kolapani Hazarika from Mauzadar lineage (Hindughop And 50 km distance from its State Main City Dispur . .
Hazarikapara is a Village in Sipajhar Tehsil in Darrang District in Assam State in India . Hazarikapara is 3.2 km distance from its Tehsil Main Town Sipajhar . Hazarikapara is 13.1 km distance from its District Main City Mangaldai .
গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন৷২৭,২৮,২৯ আৰু ৩০ ডিচেম্বৰ ২০২৪
19/08/2024
হাজৰিকাপাৰা গান্ধীস্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক, জাতীয় বিদ্যালয় অসম , হাজৰিকাপাৰাৰ প্ৰাক্তন অধ্যক্ষ , শিক্ষাবিদ , ৰাইজিং ক্লাব হাজৰিকাপাৰাৰ প্ৰাক্তন সভাপতি , হাজৰিকাপাৰাৰ , বিশিষ্ট সমাজসেৱক শ্ৰদ্ধাৰ গুণেন শৰ্মা ছাৰ আজি কিছু সময় আগতে ইঁহ-সংসাৰ ত্যাগ কৰি বৈকুণ্ঠলৈ গমন কৰে ।
ছাৰৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ
21/01/2024
#হাজৰিকাপাৰা নিৱাসী ৰাইজিং ক্লাৱৰ আজীৱন সদস্য তথা বিশিষ্ট সমাজসেৱক 'তৰুণ বৰুৱা' দেৱ হৃদৰোগ জনিত সমস্যাত আক্ৰান্ত হৈ বৈকুণ্ঠগামী হয় ৷
তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ
সজাগ হওঁক
কাতি বিহুত হাজৰিকাপাৰাত #আৱাহন_থিয়েটাৰ
অভিনয়ত_প্ৰস্তুতি পৰাশৰ, যোগেশ কাশ্যপ আৰু বহুতো
স্থান_গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ
তাৰিখ_১৭, ১৮ আৰু ১৯ অক্টোবৰ ২০২১
#ৰাইজিং _ক্লাব হাজৰিকা পাৰা ৰ পদক্ষেপ
অসম আৰক্ষীৰ লগতে কেন্দ্ৰীয় প্ৰতিৰক্ষা বিভাগত সংস্থাপনৰ বাবে কঠোৰ শাৰীৰিক অনুশীলনত ব্যস্ত ছিপাঝাৰ সমষ্টিৰ হাজৰিকাপাৰা ৰ একাংশ যুৱক-যুৱতী। নিবনুৱাসকলক লিখিত পৰীক্ষাৰ বাবে সাজু কৰিবলৈ বিশেষ কোচিঙৰ ব্যৱস্থা কৰিছে ৰাইজিং ক্লাবে।
আমাৰ আপোন গাৱত DD ASSAM
share কৰিব
09/09/2020
নয়নমনি দা আপোনাৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলো ৷
ওঁম:শান্তি ৷
26/06/2020
ৰইনাপিত_পুখুৰীৰ পাৰ, হাজৰিকাপাৰা
04/04/2020
দেশৰ সংকটৰ সময়ত #ৰাইজিং_ক্লাব হাজৰিকাপাৰাৰ তৰফৰ পৰা মুখ্যমন্ত্রী আৰোগ্য নিধীলৈ ১০,০০০ (দহ হাজাৰ) টকা আগবঢ়োৱা হল ৷
Click here to claim your Sponsored Listing.
Location
Telephone
Website
Address
Near NH15
Darrang
784145