Dipankar Deka

Dipankar Deka

Share

students

24/12/2021
23/12/2021

ভাৰতে বুধবাৰে সফলভাৱে স্থানীয়ভাৱে প্ৰস্তুত কৰি উলিওৱা নতুন প্ৰজন্মৰ ভূমিৰ পৰা ভূমিলৈ নিক্ষেপ কৰিব পৰা প্ৰলয় মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰে।

এই শক্তিশালী প্ৰলয় মিছাইলে ভূমিৰ পৰা ভূমিলৈ ১৫০-৫০০ দূৰত্বলৈ আঘাত হানিব পাৰে।

যিকোনো নিক্ষেপকাৰী বাহনৰ পৰাই অতি সহজতে এই মিছাইল নিক্ষেপ কৰিব পৰা যায়।

প্ৰলয় মিছাইলে অতি নিখুতভাৱে আৰু নিয়ন্ত্ৰণাধীনভাৱে শত্ৰুপক্ষক আঘাত হানিবলৈ সক্ষম হ’ব বুলি এগৰাকী বিষয়াই কয়।

প্ৰলয় মিছাইলৰ সফল পৰীক্ষণৰ পাছতে অতি সোনকালে ইয়াক ভাৰতীয় সেনা বাহিনীৰ হাতত অৰ্পন কৰা হ’ব।

চীন আৰু পাকিস্তানৰ সৈতে ভাৰতৰ বেয়া সম্পৰ্কৰ সময়ত ভাৰতে মিছাইল প্ৰযুক্তিৰ বিকাশত গুৰুত্ব আৰোপ কৰাক লৈ দুয়োখন দেশে প্ৰায়ে অভিযোগ উত্থাপন কৰি আহিছে।

Source : Time8

22/12/2021

: সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে দৰকাৰী কেইটামান গুৰুত্বপূৰ্ণ Current affairs.

বিস্তৃতভাবে জানিবলৈ চাওক আমাৰ ভিডিও : https://youtu.be/G5OaVNcsrkA

আমাৰ Current Affairs WhatsApp group : https://chat.whatsapp.com/C6GRWyEwPT29rFiCdYoEEV

Photos from GPlus's post 22/12/2021
Photos from Current Affairs 365's post 21/12/2021
Photos from Knowledge Point Tutorials's post 21/12/2021
Want your school to be the top-listed School/college in Darrang?

Click here to claim your Sponsored Listing.

Location

Telephone

Website

Address


Darrang