14/06/2026
যোৱা ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিদ্যালয়ত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতা সমূহৰ ফলাফল ঘোষণাৰ লগতে পুৰস্কাৰ বিতৰণ কৰা হয়।।
Ajmal Senior Sacondary School, Kharupetia is a junior college which offers HS course (Arts, Commer
14/06/2026
যোৱা ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিদ্যালয়ত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতা সমূহৰ ফলাফল ঘোষণাৰ লগতে পুৰস্কাৰ বিতৰণ কৰা হয়।।
05/06/2026
পৰিৱেশ দিৱস উপলক্ষে।
04/06/2026
ৰাজ্যৰ আগশাৰীৰ লোক সংস্কৃতিৰ গৱেষক ক্ৰমে হৰেন্দ্ৰ ৰাজবংশী আৰু দ্বীপেন গগৈ ডাঙৰীয়াই আজি আমাৰ বিদ্যালয়ৰ ছাত্ৰ সকলক বিহু বিষয়ক বিশেষ পাঠদান কৰে।। অতি তাৎপৰ্যপূৰ্ণ, তত্ত্বগধুৰ লগতে ব্যৱহাৰিক দিশ সামৰি প্ৰদান কৰা এই পাঠতিয়ে আমাৰ ছাত্ৰ সকলক বৰকৈ উপকৃত কৰে।। দুয়োগৰাকী বিশিষ্ট ব্যক্তিলৈ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।।

অসমীয়া কৃষ্টিৰ পথাৰ খনত আমাৰ ছাত্ৰ সকলৰ এক ক্ষুদ্ৰ প্ৰয়াস।। ভুল ভ্ৰান্তি হলে সকলোৱে মাৰ্জনা কৰিব।।
আমাৰ বিদ্যালয়ৰ নৱাগত আদৰণি সভা ২০২৬ , মৰমৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি 🙏🙏
20/05/2026
আজি খাৰুপেটিয়াস্থিত মৰিয়ম আজমল ছিনিয়ৰ ছেকণ্ডাৰী স্কুলত অনুস্থিত নৱাগত আদৰণি সভাত ক্ৰমাগত দ্বিতীয় বাৰৰ বাবে নিৰ্বাচিত হোৱা স্থানীয় বিধায়ক মুজিবৰ ৰহমান দেৱক আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰা হয়। আশা কৰিছোঁ এই কাৰ্যকালত তেখেতে ৰাইজৰ আশা আকাংক্ষা পূৰণৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই যাব পাৰিব।।