eKakshya - ডিজিটেল শ্ৰেণীকক্ষ

eKakshya - ডিজিটেল শ্ৰেণীকক্ষ

Share

অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে ডিজিটেল ক্লাছ।

05/09/2023
Photos from eKakshya - ডিজিটেল শ্ৰেণীকক্ষ's post 23/05/2023

eKakshya - ডিজিটেল শ্ৰেণীকক্ষ ৰ সাফল্য.....

উচ্চ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে 93.16% নম্বৰ সহ উত্তীৰ্ণ হোৱা দৰং জিলাৰ অন্তৰ্গত নগাওঁ জনতা উচ্চ মাধ্যমিক বিদ্যালয় ৰ মেধাৱী ছাত্ৰ Deepjyoti sarmah লৈ ekakshya- ডিজিটেল শ্ৰেণী কক্ষৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। একেবাৰে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ জনে ekakshya এপত উপলব্ধ ক্লাছবোৰ কৰিছিল। সেয়ে এই সাফল্যত আমি অতিকৈ সুখী আৰু গৌৰৱান্বিত। আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। 💐💐💐💐

Want your school to be the top-listed School/college in Darrang?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Address


NH15
Darrang
784116