for husband # # # #
Gold Star's Educational Information
Just for educational purposes
আজি গল্ড ষ্টাৰ মডাৰ্ণ ইংলিশ একাডেমীৰ কেম্পাচ 2 শুভ উদ্বোধন কৰা হয়। ইয়াত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান দিয়া হব। ছাত্ৰ/ছাত্ৰীৰ ভৱিষ্যত লিখা পঢ়াৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ ফালে লক্ষ্য ৰাখি বিদ্যালয় কর্তৃপক্ষই এই কাৰ্য্যসূচী হাতত লৈছে।
11/04/2025
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গল্ড ষ্টাৰ মডাৰ্ণ ইংলিশ একাডেমীয়ে চৰাঞ্চলৰ ভিতৰত সবাতোকৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে । গতিকে এই সুণাম ভৱিষ্যতলৈ যাতে অটুট ৰাখিব পাৰো তাৰ কাৰণে সকলোৰে সহায় সহযোগিতা দোয়া ও আশীৰ্বাদ কামনা কৰিলোঁ । ধন্যবাদেৰে.......
Qutub uddin Ahmed
04/04/2025
Hi friends, How r u? Fb # post
🌙Eid Mubarak🌙
গল্ড ষ্টাৰ মডাৰ্ণ ইংলিছ একাডেমী ৰ তৰফৰ পৰা
পবিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷ পবিত্ৰ ঈদে আপোনালৈ কঢ়িয়াই আনক ভাতৃত্তবোধ, সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা৷ ধন্যবাদ
04/03/2025
Admission going on for the year 2025-26
Class- I to IX
উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ্থীলৈ গল্ড ষ্টাৰ মডাৰ্ণ ইংলিছ একাডেমী ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিলোঁ।
26/01/2025
আজি ২৬/০১/২০২৫ তাৰিখ, ৭৬ তম গণৰাজ্য দিৱস উপলক্ষে গল্ড ষ্টাৰ মডাৰ্ণ ইংলিছ একাডেমীৰ সাংস্কৃতিক শোভযাত্রাৰ মূহুৰ্তৰ স্মৃতি সাঁচি থলো ।
05/01/2025
Click here to claim your Sponsored Listing.
Location
Contact the school
Telephone
Website
Address
No 1 Arimari, (Dalangpar Bazar)Kharupetia, Darrang (Assam) Pin
Darrang
784115