জ্ঞানমন্দিৰ জাতীয় বিদ্যালয় JMJV
An assamese medium co-educational school
দৰং জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত দৰং জিলা ভিত্তিত আয়োজিত আন্তঃজাতীয় বিদ্যালয় সংগীত প্ৰতিযোগিতাত জ্ঞান মন্দিৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰী মিছ অংকিতা ডেকা।।
দৰং জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত দৰং জিলা ভিত্তিত আয়োজিত আন্তঃজাতীয় বিদ্যালয় তৰ্ক প্ৰতিযোগিতাত জ্ঞান মন্দিৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰী ভাস্বতী কাশ্যপ বৰুৱা।
দৰং জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত দৰং জিলা ভিত্তিত আয়োজিত আন্তঃজাতীয় বিদ্যালয় তৰ্ক প্ৰতিযোগিতাত জ্ঞান মন্দিৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰী মিছ নবিহা আম্মান
12/05/2026
জ্ঞান মন্দিৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰী "নবিহা আম্মান" জিলা ভিত্তিত অনুষ্ঠিত আন্তঃজাতীয় বিদ্যালয় তৰ্ক প্ৰতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ প্ৰতিযোগী হিচাপে নিৰ্বাচিত হৈছে।
আম্মানে গুৱাহাটীৰ অসম জাতীয় বিদ্যালয় চৌহদত অনুষ্ঠিত হ'বলগীয়া আন্ত: জিলা তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব।
Click here to claim your Sponsored Listing.
Location
Category
Telephone
Website
Address
Mangaldai
Darrang