No 3 Borolekhaity L. P. School

No 3 Borolekhaity L. P. School

Share

Kalaigaon Block : Rowmari CRC under Darrang District

Photos from No 3 Borolekhaity L. P. School's post 20/04/2026

আজি আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ঐক্য পোছাক বিতৰণ কৰা হয়। তাৰে কেইটামান আলোকচিত্ৰ ।

Photos from No 3 Borolekhaity L. P. School's post 26/03/2026

আজি আমাৰ বিদ্যালয়ৰ ২০২৫-২৬ শিক্ষা বৰ্ষৰ
বছৰেকীয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়।
উল্লেখযোগ্য যে,
পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে QR code যুক্ত নম্বৰ তালিকা ( Marksheet) দিয়াৰ ব্যৱস্থা কৰা হৈছে।

Photos from No 3 Borolekhaity L. P. School's post 11/03/2026

আজি ইং ১১/০৩/২০২৬ তাৰিখে ৩ নং বৰলাখাইতি প্ৰাথমিক বিদ্যালয়ত ৰৌমাৰী আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনিৰ ধনেৰে নিৰ্মাণ হ'বলগীয়া বিদ্যালয়ৰ চৌহদৰ পকী বেৰৰ কাম আনুষ্ঠানিকভাৱে শুভ আৰম্ভণি কৰা হয়। শুভ আৰম্ভণি কৰে আঞ্চলিক পঞ্চায়তৰ সদস্য মাননীয় মইনুল হক ডাঙৰীয়াই। আচঁনিৰ অনুমোদিত ধনৰ পৰিমাণ - ১,৯০,০০০/- টকা।
বিদ্যালয় খনৰ এটা বহু দিনীয়া অভাৱ দূৰ কিছু পৰিমাণে দূৰ হোৱাৰ পথত।
আঞ্চলিক পঞ্চায়তৰ মাননীয় সদস্য ডাঙৰীয়াক বিদ্যালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
শুভ আৰম্ভণি কৰাৰ কেইটামান আলোকচিত্ৰ সংৰক্ষণ কৰিলোঁ।

06/02/2026

Power Presentation at No. 3 Borolekhaity LPS, Class 5, Sub- EVS

29/01/2026

Photos from No 3 Borolekhaity L. P. School's post 26/01/2026

77th Republic Day celebration/2026
No 3 Borolekhaity LPS

23/01/2026

Photos from No 3 Borolekhaity L. P. School's post 25/12/2025

আজি ইং ২৪/১২/২০২৫ তাৰিখ বুধবাৰে ৩ নং বৰলাখাইতি প্ৰাথমিক প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত যুৱ আৰু ইক" ক্লাবৰ সহযোগত চনকালৈ ক্ষেত্ৰ ভ্ৰমণ আৰু প্ৰীতি বনভোজৰ কেইটামান আলোকচিত্ৰ সংৰক্ষণ কৰিলোঁ ।
উক্ত ক্ষেত্ৰ ভ্ৰমণ আৰু প্ৰীতি বনভোজৰ সুন্দৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত পৰিচালনা সমিতি, প্ৰাক্তন ছাত্ৰ সমিতি, সক্ৰিয় অভিভাৱক আৰু মৰমৰ ছাত্ৰ ছাত্ৰী সকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Photos from No 3 Borolekhaity L. P. School's post 15/12/2025

বিদ্যালয় সপ্তাহ/২০২৫
৩ নং বৰলাখাইতি প্ৰাথমিক বিদ্যালয়
দিনাংক - ৯ ডিচেম্বৰ/২৫ ৰ পৰা ১৩ ডিচেম্বৰ/২৫ লৈ
বঁটা বিতৰণী অনুষ্ঠান - ১৫/১২/২০২৫

14/11/2025

শিশু দিৱস উদযাপন।
৩ নং বৰলাখাইতি প্ৰাথমিক বিদ্যালয়।
#2025

Photos from No 3 Borolekhaity L. P. School's post 27/03/2025

GUNOTSAV -2025.
No.3 Borolekhaity LPS
Rowmari CRC : Kalaigaon Block
Dist :- Darrang:Assam
Result Date - 25/03/25.
Result:- A+
Percentage:- 91.59%

Want your school to be the top-listed School/college in Darrang?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Address


Vill No 3 Boralakhaity
Darrang
784529

Opening Hours

Monday 7:45am - 3pm
Thursday 8am - 3pm
Friday 8am - 3pm
Saturday 7:45am - 12:30am