Jagaran

Call Directions Website Contact the school

Jagaran Jagaran is a trust mainly focusing on Education. Our aim is to educate children.

সকলো HSLC পৰীক্ষাৰ্থী লৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
15/02/2024

সকলো HSLC পৰীক্ষাৰ্থী লৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

দৰং জিলা জাগৰণ মঞ্চৰ সাধাৰণ সম্পাদক (যুটীয়া) ইক্ৰামূল হক যোৱাৰাতি দুৰ্ঘটনাত পতিত হৈ বৰ্তমান GNRC ত চিকিৎসাধীন। মূৰত প্ৰচ...
15/12/2022

দৰং জিলা জাগৰণ মঞ্চৰ সাধাৰণ সম্পাদক (যুটীয়া) ইক্ৰামূল হক যোৱাৰাতি দুৰ্ঘটনাত পতিত হৈ বৰ্তমান GNRC ত চিকিৎসাধীন। মূৰত প্ৰচণ্ড আঘাত পোৱা হেতুকে অৱস্থা খুবেই সংকটজনক অৱস্থাত ICU ত ৰখা হৈছে। তেখেতৰ আশু আৰোগ্য কামণা কৰিলোঁ।

11/12/2022
13/09/2022

দলগাওঁ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ইলিয়াছ আলী ডাঙৰীয়াৰ সহধৰ্মিনীৰ আকস্মিক মৃত্যুত আমি জাগৰণ পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰিছোঁ। লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো। মহান সৃষ্টিকৰ্তাই তেখেতৰ পূণ্যাত্মাৰ চিৰশান্তিৰ বাবে জান্নাত নচিব কৰক।
আমিন🤲
। শৈক্ষিক জাগৰণ মঞ্চ।

বহুদিনৰ বিৰতিৰ পিছত পুনৰ সক্ৰিয় জাগৰণ। আজি দৰং জিলা সমিতি গঠণৰ পিছত নৱাগত সকলৰ কেইটামান স্থিৰ আলোকচিত্ৰ।জয় জাগৰণ।
05/06/2022

বহুদিনৰ বিৰতিৰ পিছত পুনৰ সক্ৰিয় জাগৰণ। আজি দৰং জিলা সমিতি গঠণৰ পিছত নৱাগত সকলৰ কেইটামান স্থিৰ আলোকচিত্ৰ।
জয় জাগৰণ।

15/12/2021

সকলো টেট উত্তীৰ্ণ প্ৰাৰ্থীলৈ অভিনন্দন।

Deeply saddened by tragic and untimely demise of CDS Gen  , his wife & other colleagues in helicopter crash. He will be ...
08/12/2021

Deeply saddened by tragic and untimely demise of CDS Gen , his wife & other colleagues in helicopter crash. He will be remembered as a brave soldier who served motherland with exemplary devotion & courage. Condolences to all affected families and members in Armed forces.

চাকৰি জীৱনৰ শেষ সময়চোৱাত বৰুৱাঝাৰ হাইস্কুল তথা বৃহত্তৰ অঞ্চলটোৰ বাবে আন এক বৃহৎ উপহাৰ আগবঢ়ালে আপুনি। হাইস্কুল খনক হায়াৰ ...
15/09/2021

চাকৰি জীৱনৰ শেষ সময়চোৱাত বৰুৱাঝাৰ হাইস্কুল তথা বৃহত্তৰ অঞ্চলটোৰ বাবে আন এক বৃহৎ উপহাৰ আগবঢ়ালে আপুনি। হাইস্কুল খনক হায়াৰ চেকেণ্ডেৰীলৈ উন্নীত কৰাত আপোনাৰ কষ্ট, ত্যাগক আমি নাপাহৰো। অভিনন্দন । আপুনি সফল হৈছে।

কাইলৈ অনুষ্ঠিত হব লগা  োকসেৱা_আয়োগৰ আৰু আজি অনুষ্ঠিত   পৰীক্ষাত অৱতীৰ্ণ সকলো পৰীক্ষাৰ্থীলৈ সুৱেচ্ছা থাকিল।
11/09/2021

কাইলৈ অনুষ্ঠিত হব লগা োকসেৱা_আয়োগৰ আৰু আজি অনুষ্ঠিত পৰীক্ষাত অৱতীৰ্ণ সকলো পৰীক্ষাৰ্থীলৈ সুৱেচ্ছা থাকিল।

05/09/2021

"শিক্ষক হৈছে এক চিৰপ্রজ্জ্বলিত বন্তি, যাৰ জ্যোতিয়ে আলোকিত কৰে এখন সমাজ, এটা জাতি।"
আজিৰ এই পবিত্ৰ দিনত শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলক জনাইছোঁ সহস্ৰ শ্ৰদ্ধা আৰু অভিনন্দন💐।

03/09/2021
CMO ASSAMHimanta Biswa SarmaRanuj Pegu
02/09/2021

CMO ASSAM
Himanta Biswa Sarma
Ranuj Pegu

Address

Darrang
784115

Alerts

Be the first to know and let us send you an email when Jagaran posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Jagaran:

Shortcuts

Share

Category