05/05/2023
অতিকৈ আনন্দৰ বিষয় -
আজি নদীৰমূখ নৱজাগৰণ সংঘৰ বাবে আৱন্টিত কাৰ্যালয় নিৰ্মাণৰ শুভ উদ্ধোধনী কৰা হয় । উপস্থিত থাকে সংঘৰ প্ৰাক্তন বিষয়- ববীয়া ও বৰ্তমানৰ সজীৱ কৰ্মকৰ্তা সকল তথা নদীৰমূখ গাৱৰ গণ্য - মান্য ব্যক্তি সকল ।
এই শুভক্ষনত মই আমাৰ অঞ্চলৰ জিলা পৰিষদৰ সদস্য আৰু বিধায়ক মহোদয়ক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
সংঘৰ উন্নয়নৰ বাবে সকলোৰে সহায় সহযোগ ও আশীষ বিচাৰিলো।
03/03/2023
HSLC পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা থাকিল।
08/11/2021
"The amazing river tour"Give us the spirit of being together, make us feel united.
@
04/07/2021
An Awarness Programme against CORONA(COVID19) Organized by Nadirmukh Nabajagaran Sangha. The meeting was chaired by Azim Ahmed Ansari. The Nadirmukh Nabajagaran Sangha's secretary cm Community Health Officer(CHO) Mirza Mohd Gulam Hadi speaking about Corona Vaccine and other awareness of COVID-19. Anganwadi workers, Helpers, ASHA workers, teachers and other dignitaries were present at the meeting.
05/06/2021
এতিয়া হয়তো মানুহক শব্দৰে বুজোৱাৰ প্ৰয়োজন নাই যে মানৱ সভ্যতাৰ বাবে প্ৰকৃতিৰ গুৰুত্ব ও ভূমিকা কি ? "বিশ্ব পৰিৱেশ দিৱস " উপলক্ষে #নদীৰমূখনৱজাগৰণসংঘ ৰ সৌজন্যত #বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰি প্ৰকৃতি- সংৰক্ষণৰ প্ৰচেষ্টাৰ কিছু মুহুৰ্ত আগবঢ়ালোঁ ।
এই বেলি আমাৰ মূখ্য উপদেষ্টা স্বৰ্গীয় জামাল উদ্দিন আহমেদ ডাঙৰীয়া আৰু অনুপস্থিত থকা কেইজন মান সক্ৰিয় সদস্যৰ অভাৱ আমি বাৰুকৈয়ে অনুভৱ কৰিছো । তেখেতৰ বিদায়ী আত্মাই যাতে চিৰশান্তি লভে তাৰে কামনাৰে আজিৰ বৃক্ষৰোপণ কাৰ্যসূচী সমৰ্পন কৰিলোঁ ।
21/03/2021
স্বৰ্গীয় জামাল উদ্দিন আহমেদডাঙৰীয়াৰ বিদেশী_ আত্মাৰ সদগতিৰ কামনাৰে আয়োজন কৰা শোক সভাৰ কিছু মুহুৰ্ত । সভাত তেখেতৰ বহুতো অনুগামী উপস্থিত থাকে আৰু সমাজৰ প্ৰতি তেখেতৰ অৱদানক চিৰযুগমীয়া কৰাৰ সিদ্ধান্ত লোৱা হয় ।
08/11/2020
An amusing tour to the mid course of The great @ courtesy ....
08/07/2020
যোৱা ৫ জুলাই, দেওবাৰে নদীৰমুখ নৱজাগৰণ সংঘৰ সৌজন্যত অনুষ্ঠিত হৈ যোৱা উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্ব লাভ কৰা ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱা কিছু মূহুৰ্ত ।
22/06/2020
#নদীৰমুখ #নৱজাগৰণ #সংঘৰ বিষয়-বৱীয়া ও সদস্য সকলৰ কালি হৈ যোৱা শপত গ্ৰহণ সভাৰ কিছু মূহুৰ্ত ।আমি যাতে সমাজৰ উন্নতিৰ হকে কাম কৰি যাৱ পাৰো তাৰে কামনাৰে আজিৰ পোষ্টটো ।
19/06/2020
নদীৰমুখ গাৱৰ সেই সময়ৰ (1995-2002) কিছু চেষ্টাপ্ৰাণ, উন্নয়ন মূলক মনোভাৱৰ আৰু কৃতি যুৱক -যুৱতী সকলৰ প্ৰচেষ্টাত , সংঘৰ সৌজন্যত হোৱা বৃক্ষৰোপণ , মেলেৰিয়া সজাগতা শিবিৰ, কৃতি ছাত্ৰক সম্বৰ্ধনা , বিনামূলীয়া পাঠদান , পৰিষ্কাৰ -পৰিচ্ছন্নতা অভিযান , বঁটা বিতৰণী অনুষ্ঠান আৰু শিক্ষামূলক ভ্ৰমণৰৰ কিছু মুহুৰ্ত ।
16/06/2020
নৱজাগৰণ সংঘৰ সাধাৰন সভাৰ কিছু মুহুৰ্ত।