Assam Compatitive Exam

Call Directions Contact the school

Assam Compatitive Exam ইয়াত অসমৰ সকলো প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হয়।

14/10/2023

অসম সাধাৰণ জ্ঞান [Assam GK]

১ । অসমৰ পুৰণি নাম কি?
(ক) প্ৰাগজ্যোতিষপুৰ খ) কামৰূপ
গ) অহম ঘ ) তেজপুৰ
উত্তৰ - খ) কামৰূপ

২ । বৰ্মন বংশৰ ৰাজত্বৰ অন্তত কামৰূপত কোন বংশৰ শাসন প্ৰতিষ্ঠা হয় ?
ক ) শালস্তম্ভ বংশ খ ) ভৌমবংশ
গ ) পাল বংশ. ঘ ) খেন বংশ
উত্তৰ : ক ) শালস্তম্ভ বংশ

৩ । বৰ্মন বংশৰ কোনগৰাকী ৰজাৰ শাসনৰ সময়ত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল?
ক) পুষ্যবর্মন খ) মহেন্দ্ৰ বৰ্মন
গ) সুস্থিত বর্মন (খ) ভাস্কৰ বৰ্মন
উত্তৰ - (খ) ভাস্কৰ বৰ্মন

৪। প্রাচীন অসমৰ ইতিহাস ৰচনাত প্ৰচুৰ সমলৰ যোগান ধৰা উল্লেখযোগ্য সংস্কৃত গ্ৰন্থখন কি?
(ক) হর্ষচৰিত (খ) যোগিনী তন্ত্র
(গ) কালিকা পুৰান (ঘ) ৰামায়ণ
উত্তৰ : (গ) কালিকা পুৰাণ
৫। কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল ?
(ক) মহেন্দ্ৰবৰ্মন (গ) ভাস্কৰ বৰ্মন
(খ) পুষ্যবর্মন (ঘ) সুস্থিত বর্মন
উত্তৰ : (গ) ভাস্কৰ বৰ্মন

৬ । পালবংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল ?
(ক) ব্রহ্মপাল (খ) ৰত্নপাল
(গ) ইন্দ্ৰপাল (ঘ) ধর্মপাল
উত্তৰ : (ক) ব্রহ্মপাল
৭ । কোনগৰাকী ভূঞা শাসনকর্তাই “গোমথ” উপাধি গ্ৰহণ কৰিছিল ?
(ক) গদাধৰে (খ) নাৰায়ণে
(গ) পনীয়া বৰ কাথে (ঘ) চণ্ডীবৰে
উত্তৰ : (খ) নাৰায়ণে

৪। শদিয়াৰ কুণ্ডিল নদীৰ পাৰত তলৰ কোনজন ৰজাই কুণ্ডিল নগৰ পাতিছিল?
(ক) বাণ ৰজাই (খ) ভীষ্মক ৰজাই
(গ) ভগদত্ত ৰজাই. (ঘ) নৰক ৰজাই
উত্তৰ : (খ) ভীষ্মক ৰজাই

৯। অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি?
(ক) মহেন্দ্ৰ বৰ্মন (খ) সমুদ্র বর্মন
(গ) সুস্থিত বর্মন (ঘ) পুষ্যবর্মন
উত্তৰ : (ক) মহেন্দ্ৰ বৰ্মন

১০। শালস্তম্ভ বংশৰ ৰাজত্বৰ অন্তত কামৰূপৰ শাসনভাৰ কাৰ হাতলৈ যায় ?
(ক) ভৌমবংশ (খ) শালস্তম্ভ বংশ
(ঘ) পাল বংশ (গ) খেন বংশ
উত্তৰ - (ঘ) পাল বংশ

22/03/2022

22/11/2021
12/10/2021
24/03/2021

♥️♥️

Address

Darrang
784521

Telephone

+919365274653

Website

Alerts

Be the first to know and let us send you an email when Assam Compatitive Exam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Assam Compatitive Exam:

Shortcuts

Share

Category