Markaz E Ilm O Adab Kharupetia

Markaz E Ilm O Adab Kharupetia

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Markaz E Ilm O Adab Kharupetia, Education, Kharupetia Darrang, Darrang.

03/05/2026

ইছলামিক শিক্ষা হৈছে এজন মানুহৰ আখলাক, চৰিত্ৰ আৰু ঈমান গঢ়াৰ মূল আধাৰ।
কুৰআন আৰু ছুন্নাহ ভিত্তিক শিক্ষাৰ মাধ্যমে ছাত্র সকলক আল্লাহ ভিৰু, সৎ, দায়িত্বশীল আৰু সমাজ-সচেতন নাগৰিক হিচাপে গঢ় দিয়াই
আমাৰ মূল লক্ষ্য।
আমাৰ প্ৰতিষ্ঠানত ছাত্ৰসকলৰ বাবে সু-পৰিকল্পিতভাবে তিনিটা সংহত পাঠ্যক্রম উপলব্ধ-
১) দ্বীনিয়াত পাঠ্যক্রম (২ বছৰ): এই পাঠ্যক্ৰমত ইছলামকি বুনিয়াদি শিক্ষা সম্পূৰ্ণ কৰোৱাৰ লগতে ছাত্ৰসকলক হাফিজ হোৱাৰ উপযোগী কৰি তোলা হয়। হাফিজ বা আলিম নহ'লেও এজন ছাত্ৰৰ বাবে যিখিনি ইছলামিক জ্ঞান আৱশ্যক, সেয়া এই পাঠ্যক্রমতেই সম্পূৰ্ণ হয়। ইয়াৰ সৈতে আৰৱী, উর্দু আৰু ইংৰাজী ভাষাৰ শিক্ষাৰ লগতে ICT পাঠ্যক্রম থাকিব
Veecap Eduventures Pvt. Ltd., IIT Guwahati, Research Park, Spoken Tutorial, IIT Bombay
২) হিফজুল কোৰআন পাঠ্যক্রমঃ দ্বীনিয়াত সম্পূৰ্ণ কৰাৰ পিছত কোৰআন হিফজ কৰোৱাৰ সু-ব্যৱস্থা আছে। দক্ষ শিক্ষকসকলৰ তত্ত্বাৱধানত হিফজ কৰোৱাৰ লগতে ছাত্ৰসকলক আন্তঃৰাষ্ট্ৰীয় কোৰআন প্রতিযোগীতাত অংশগ্ৰহণ কৰোৱাৰো প্ৰয়াস কৰা হয়।
৩) মৌলানা পাঠ্যক্ৰম (৭ বছৰ): হাফিজে কোৰআন হোৱা ছাত্ৰসকলে ইচ্ছা কৰিলে ৭ বছৰৰ ভিতৰত সংহত মৌলানা পাঠ্যক্রম সম্পূৰ্ণ কৰিব পাৰে। সাধাৰণতে ১২ বছৰৰ দ্বীনি পাঠ্যক্রম ইয়াত কম সময়ত সম্পন্ন কৰোৱা হয়।
উল্লেখযোগ্য যে, এই তিনিটা পাঠ্যক্ৰমতেই আৰৱী, উর্দু, ইংৰাজী ভাষা শিক্ষাৰ পূৰ্ণ সুব্যবস্থা আছে, যাতে ছাত্রসকল দ্বীনি আৰু আধুনিক শিক্ষাৰ সমন্বয়ে এজন আদর্শবান নাগৰকি হিচাপে গঢ় লৈ উঠে।
মর্কজ ই ইলম ও আদব - দ্বীন আৰু দুনিয়াৰ সঠিক সমন্বয়ৰ এক বিশ্বাসযোগ্য প্রতিষ্ঠান।

03/05/2026

আচ্ছালামু আলাইকুম ৱাৰাহমাতুল্লাহি ৱাবাৰাকাতুহ।

মাদ্ৰাছাৰ শিক্ষক পদৰ বাবে নিয়োগ বিজ্ঞপ্তি

এখন মাদ্ৰাছাৰ বাবে অভিজ্ঞতাসম্পন্ন এজন শিক্ষক আৱশ্যক। প্ৰাৰ্থীজন হাফিজ, ক্বাৰী অথবা আলিম হোৱাৰ লগতে জেনেৰেল শিক্ষা থকা জৰুৰী ।

থকা-খোৱাৰ সু-ব্যৱস্থা থাকিব আৰু উপযুক্ত হাদিয়া প্ৰদান কৰা হ’ব, ইনশ্বা আল্লাহ।

ইচ্ছুক প্ৰাৰ্থীসকলে তলৰ নম্বৰত যোগাযোগ কৰিবঃ
📞 7002202754

25/03/2026
15/03/2026

Admission going on

25/02/2026
Want your school to be the top-listed School/college in Darrang?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Kharupetia Darrang
Darrang
784115