Maruachowki High School

Directions

Maruachowki High School Secondary school

১৯ ছেপ্টেম্বৰ — জুবিন দিৱস 🥀আজি ১৯ ছেপ্টেম্বৰ, জুবিন দিৱস।এই বিশেষ দিনটোত মাৰুৱাচকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা মহ...
19/09/2026

১৯ ছেপ্টেম্বৰ — জুবিন দিৱস 🥀
আজি ১৯ ছেপ্টেম্বৰ, জুবিন দিৱস।
এই বিশেষ দিনটোত মাৰুৱাচকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা মহান শিল্পী জুবিন দাৰ পৱিত্ৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। 🖤🥀
জুবিন দা কেৱল এজন শিল্পী নাছিল—
তেওঁ আছিল অসমীয়া জাতিৰ অনুভৱৰ এটা সুৰ,
অসমৰ মাটি আৰু মানুহৰ সৈতে একাত্ম হৈ থকা এটা নাম।
তেওঁৰ গীত, সৃষ্টি আৰু সুৰ
আমাৰ মাজত সদায় জীয়াই থাকিব।
তেওঁ নাথাকিলেও তেওঁৰ কণ্ঠৰ সুৰ
প্ৰজন্মৰ পিছত প্ৰজন্মলৈ বাজি থাকিব। 🤍
মাৰুৱাচকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা—
জুবিন দালৈ গভীৰ শ্ৰদ্ধাঞ্জলি। 🙏🖤
“জুবিন — এটা জাতিৰ অন্তঃশ্বাস।”
🥀 জয় জুবিন দা 🥀
১৯ ছেপ্টেম্বৰ | জুবিন দিৱস

Say No to Drugs
09/08/2026

Say No to Drugs

International Yoga Day observed at Maruachowki High School
21/06/2026

International Yoga Day observed at Maruachowki High School

20/06/2026

মাৰুৱাচকী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি ২০ জুন ২০২৬ তাৰিখে অতি শ্ৰদ্ধাৰে ৰাভা দিৱস উদ্যাপন কৰা হয়। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি ৰক্ষা কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সমগ্ৰ অনুষ্ঠানটিৰ এটি চমু প্ৰতিবেদন তলত আগবঢ়োৱা হ’ল

মাৰুৱাচকী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি ২০ জুন ২০২৬ তাৰিখে অতি শ্ৰদ্ধাৰে ৰাভা দিৱস উদ্যাপন কৰা হয়। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰা...
20/06/2026

মাৰুৱাচকী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি ২০ জুন ২০২৬ তাৰিখে অতি শ্ৰদ্ধাৰে ৰাভা দিৱস উদ্যাপন কৰা হয়। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি ৰক্ষা কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সমগ্ৰ অনুষ্ঠানটিৰ এটি চমু প্ৰতিবেদন তলত আগবঢ়োৱা হ’ল:

সমপ্রীতি ভোজন ২০২৬ @ মাৰুৱাচকী উচ্চ মাধ্যমিক বিদ্যালয়তাৰিখঃ-১৮/০৬/২০২৬
18/06/2026

সমপ্রীতি ভোজন ২০২৬ @ মাৰুৱাচকী উচ্চ মাধ্যমিক বিদ্যালয়

তাৰিখঃ-১৮/০৬/২০২৬

অভিভাৱক সভা
18/06/2026

অভিভাৱক সভা

মাৰুৱাচকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ২০২৬-২৭ শিক্ষাবৰ্ষৰ ছাত্ৰ একতা সভা গঠন আজি।
15/06/2026

মাৰুৱাচকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ২০২৬-২৭ শিক্ষাবৰ্ষৰ ছাত্ৰ একতা সভা গঠন আজি।

11/06/2026

দুমুনিচকীৰ মাৰুৱাচকী উচ্চ মাধ্যমিক বিদ্যালয়ত আনুষ্ঠানিক বিদায় অনুষ্ঠান

Address

Dumunichowki/Kurua Road
Darrang
784145

Website

Alerts

Be the first to know and let us send you an email when Maruachowki High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category