Dalgaon Model Academy

Call Directions Contact the school

Dalgaon Model Academy Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dalgaon Model Academy, School, Dalgaon.

অসমৰ সংগীত, সাহিত্য আৰু সংস্কৃতিৰ বিশ্বদৰবাৰত উজলাই তোলা মহান শিল্পী ড° ভূপেন হাজৰিকাক জন্মজয়ন্তীত গভীৰ শ্ৰদ্ধাৰে সোঁৱৰ...
08/09/2026

অসমৰ সংগীত, সাহিত্য আৰু সংস্কৃতিৰ বিশ্বদৰবাৰত উজলাই তোলা মহান শিল্পী ড° ভূপেন হাজৰিকাক জন্মজয়ন্তীত গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ।

তেখেতৰ সৃষ্টিশীলতা, মানৱতাবাদ আৰু কালজয়ী সৃষ্টিসমূহে আমাৰ হৃদয়ত সদায় অনুপ্ৰেৰণা যোগাই থাকিব।💐❤️

06/09/2026

A few inspiring words from Dr. Dhiren Nath Saikia on the occasion of Teachers’ Day. 🌸📚
Celebrating the dedication, wisdom, and lasting impact of every teacher. ❤️

দালগাঁও মডেল একাডেমীৰ তৰফৰ পৰা শেহতীয়াকৈ HS আৰু HSLC পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীসকলক আন্তৰিক ...
06/09/2026

দালগাঁও মডেল একাডেমীৰ তৰফৰ পৰা শেহতীয়াকৈ HS আৰু HSLC পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীসকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি সম্বৰ্ধনা জনোৱা হয়। 🌸

তেওঁলোকৰ এই সফলতাই আমাৰ বিদ্যালয়ৰ বাবে গৌৰৱৰ বিষয়। আগন্তুক দিনবোৰতো তেওঁলোকে নিজৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমেৰে সফলতাৰ নতুন শিখৰত উপনীত হওক—এয়াই আমাৰ আন্তৰিক কামনা। ✨

দালগাঁও মডেল একাডেমী
“শিক্ষাই গঢ়ে ভৱিষ্যৎ” 🎓

05/09/2026

Dr. Begum Sultana Hasina Ma’am shared a truly inspiring and heartfelt speech on the occasion of Teachers’ Day. Her words beautifully reflected the value of teachers, education, and the lasting impact of a good teacher in a student’s life. 🌸📚

বিশ্ব পৰিবেশ দিৱস☘️
05/06/2026

বিশ্ব পৰিবেশ দিৱস☘️

HS result of Dalgaon model academy 2026 🎉💯
28/04/2026

HS result of Dalgaon model academy 2026 🎉💯

05/05/2025
দলগাঁও মডেল একাডেমী প্ৰাংগণত অহা ইং ০১/০৩/২৫ (মাৰ্চ) তাৰিখৰ পৰা প্ৰত্যেক দেওবাৰে পুৱা ৯ বজাৰ পৰা ১২ বজালৈ লৰা-ছোৱালীবোৰক...
25/02/2025

দলগাঁও মডেল একাডেমী প্ৰাংগণত অহা ইং ০১/০৩/২৫ (মাৰ্চ) তাৰিখৰ পৰা প্ৰত্যেক দেওবাৰে পুৱা ৯ বজাৰ পৰা ১২ বজালৈ লৰা-ছোৱালীবোৰক Art and Craft ৰ প্ৰশিক্ষন দিয়া হ’ব। যিকোনো ইচ্ছুক ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিব পাৰিব।

14/01/2025

সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো✨🌾🙏

Nature becomes the classroom and fun becomes the lesson— our school picnic was pure joy 🎉🥰📸🍉🌈🌞🏞️12/01/2025
13/01/2025

Nature becomes the classroom and fun becomes the lesson— our school picnic was pure joy 🎉🥰📸🍉🌈🌞🏞️

12/01/2025

Address

Dalgaon
784116

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+919957450231

Website

Alerts

Be the first to know and let us send you an email when Dalgaon Model Academy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Dalgaon Model Academy:

Shortcuts

Share

Category