Dalgaon Adarsha Degree College

Dalgaon Adarsha Degree College A Quality Educational institution.

Hurry up! Limited seats....
05/08/2021

Hurry up! Limited seats....

08/02/2021

দলগাঁও আদৰ্শ জাতীয় বিদ্যালয়(Dalgaon Adarsha Jatiya Bidyalaya , A co-educational senior secondary school)ত অসমীয়া আৰু ৰাজনীতি বিজ্ঞান বিষয়ৰ শিক্ষক পদত অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।
পদৰ সংখ্যা-০২
অৰ্হতা- স্নাতকোত্তৰ (অসমীয়া/ৰাজনীতি বিজ্ঞান) বি,এড থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব।
বয়স- ২৫ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত হ'ব লাগিব।
আবেদনৰ তাৰিখ- অহা ১৫/০২/২০২১ তাৰিখ বা তাৰ আগত আবেদন পত্ৰ দাখিল কৰিব লাগিব।
আবেদন- আবেদন পত্ৰ সঞ্চালক, দলগাঁও আদৰ্শ জাতীয় বিদ্যালয় লৈ লিখিব লাগিব। আবেদন পত্ৰৰ লগত নিজৰ শৈক্ষিক প্ৰমাণ পত্ৰৰ প্ৰত্যায়িত নথিৰ লগতে নিজৰ জৈৱ বিৱৰণ (Bio data) দিব লাগিব।দৰমহা-৮০০০/- টকা বা ততোধিক।
যোগাযোগ নং- 6001765926/9854164634

Good news for us, we got NOC from Govt of Assam for B.ED.   For more information you can contact at our office near Sats...
03/01/2021

Good news for us, we got NOC from Govt of Assam for B.ED. For more information you can contact at our office near Satsangh Kendra, Dalgaon
Thank you

23/08/2020

দলগাঁও আদৰ্শ স্নাতক মহাবিদ্যালয়(Dalgaon Adarsha Degree College)ত ৰাজনীতি বিজ্ঞান বিষয়ৰ অধ্যাপকৰ পদ খালী আছে। অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।
পদৰ সংখ্যা-০১
অৰ্হতা- স্নাতকোত্তৰ (ৰাজনীতি বিজ্ঞান, NCTE Norms থকা টো বাধ্যতামূলক) অভিজ্ঞতা ও বি,এড থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব।
বয়স- ৫০ বছৰতকৈ বেছি হ'ব নালাগিব।
আবেদনৰ তাৰিখ- অহা ১৫ চেপ্তেম্বৰ ২০২০ বা তাৰ আগত আবেদন পত্ৰ দাখিল কৰিব লাগিব।
আবেদন- আবেদন পত্ৰ সঞ্চালক, দলগাঁও আদৰ্শ স্নাতক মহাবিদ্যালয় লৈ লিখিব লাগিব। আবেদন পত্ৰৰ লগত নিজৰ শৈক্ষিক প্ৰমাণ পত্ৰৰ প্ৰত্যায়িত নথিৰ লগতে নিজৰ জৈৱ বিৱৰণ (Bio data) দিব লাগিব।

*নাম ভৰ্তি চলি আছে।*                                        মাছুলৰ ক্ষেত্ৰত  দৰিদ্ৰ আৰু মেধাৱী ছাত্ৰ- ছাত্ৰীৰ বাবে বিশেষ...
08/08/2020

*নাম ভৰ্তি চলি আছে।* মাছুলৰ ক্ষেত্ৰত দৰিদ্ৰ আৰু মেধাৱী ছাত্ৰ- ছাত্ৰীৰ বাবে বিশেষ ৰেহাইৰ সুবিধা আছে ।

Admission is Open for BA 1st Semester and HS 1st year for the session 2020-21. For more info you can visit our website w...
05/07/2020

Admission is Open for BA 1st Semester and HS 1st year for the session 2020-21. For more info you can visit our website www.dadcollege.in

Admission is Open for B.A 1st semester and H.S. 1st year. For more info visit our website www.dadcollege.in
04/07/2020

Admission is Open for B.A 1st semester and H.S. 1st year. For more info visit our website www.dadcollege.in

Address

College Road, Dalgaon. Opposite Of Satsangh Kendra, Dalgaon
Dalgaon
784116

Opening Hours

Monday 9am - 3pm
Tuesday 9am - 3pm
Wednesday 9am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 3pm

Alerts

Be the first to know and let us send you an email when Dalgaon Adarsha Degree College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category