03/10/2021
এই ভিডিঅ'টোৰ পৰা আপুনি COMMUNICATION SKILLS ৰ বিষয়ে জ্ঞান লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ভিডিঅ' চাবলৈ অনুৰোধ জনালোঁ। আৰু NSQF - Information technology (IT) , Healthcare বা আন আন Professional বিষয়ৰ শিক্ষাৰ্থীসকলৰ বাবে Most important Topics কাৰণ Employability skills কিতাপ খনৰ পৰা 10 Marks ৰ প্ৰশ্ন পৰীক্ষাত আহিব।
In this video I explained about Communication skills in Assamese. NSQF Employability skills book in AssameseSession 1 - Method of communicationSession 2 - Ve...