11/02/2024
অহাকালিৰ পৰা অসমত অনুষ্ঠিত হবলগীয়া উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ অৱতীৰ্ণ হ'ব লগা সকলো ছাত্ৰ-ছাত্ৰীলৈ আমাৰ পূব জাৰুণী জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
Regards
Saif Uddin Barbhuyan