Global Academy, Goroimari

Global Academy, Goroimari Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Global Academy, Goroimari, Education Website, F A Ahmed College Road, Chhaygaon.

09/02/2026

হাইস্কুল শিক্ষান্ত ও উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থী লৈ গ্লো'ৱেল একাডেমী, গৰৈমাৰী'ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ও অভিনন্দন যাচিছোঁ...💐💐💐

Some glorious glimpses of Yesterday's Educational Tour at  , Meghalaya
01/02/2026

Some glorious glimpses of Yesterday's Educational Tour at , Meghalaya

Educational Tour to  , Meghalaya From GLOBAL ACADEMY, GOROIMARI
31/01/2026

Educational Tour to , Meghalaya From
GLOBAL ACADEMY, GOROIMARI

৭৭তম গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ...
26/01/2026

৭৭তম গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ...

আমি অত্যন্ত দুখেৰে জনাওঁ যে, আমাৰ একাডেমীৰ বিজ্ঞান শাখাৰ দ্বাদশ শ্ৰেণীৰ স্নেহৰ ছাত্ৰ  #আমিনুল_ইছলামে অকালতে আমাৰ মাজৰ পৰ...
04/01/2026

আমি অত্যন্ত দুখেৰে জনাওঁ যে, আমাৰ একাডেমীৰ বিজ্ঞান শাখাৰ দ্বাদশ শ্ৰেণীৰ স্নেহৰ ছাত্ৰ #আমিনুল_ইছলামে অকালতে আমাৰ মাজৰ পৰা বিদায় ল’লে। তেওঁৰ মৃত্যু আমাৰ বাবে এক অপূৰণীয় ক্ষতি।
তেওঁ সদায় সকলোৰে মাজত মৰম, স্নেহ, শ্ৰদ্ধা আৰু সন্মানৰ পাত্ৰ আছিল। তেওঁৰ সৌহাৰ্দ্যপূৰ্ণ ব্যৱহাৰ, অধ্যয়নৰ প্ৰতি আন্তৰিকতা আৰু খেল-ধেমালি তথা সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণেৰে শিক্ষানুষ্ঠানৰ পৰিৱেশ উজ্জ্বল কৰি ৰাখিছিল।
আমি তেওঁৰ পৰিয়াল-পৰিজন, সহপাঠী, বন্ধু-বৰ্গ আৰু আত্মীয়-স্বজনলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ এই দুখৰ সময়ত আমি সকলোৱে মিলি সহযোগিতা আৰু প্ৰাৰ্থনাৰে সহায় কৰিবলৈ প্ৰতিজ্ঞা লৈছোঁ।
তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।

শ্ৰদ্ধাঞ্জলিৰে
গ্ল'বেল একাডেমী,গৰৈমাৰী

২০২৬ নৱ বৰ্ষৰ প্ৰীতি শুভেচ্ছা! 🎉🌟গ্ল'বেল একাডেমী,গৰৈমাৰীৰ ফালৰ পৰা সকলো ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, আৰু অভিভাৱক-অ...
01/01/2026

২০২৬ নৱ বৰ্ষৰ প্ৰীতি শুভেচ্ছা! 🎉🌟

গ্ল'বেল একাডেমী,গৰৈমাৰীৰ ফালৰ পৰা সকলো ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, আৰু অভিভাৱক-অভিভাৱিকালৈ নৱ বৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।
নতুন বৰ্ষত, সকলোৰে জীৱনত সুখ, শান্তি, আৰু সফলতা কামনা কৰিলোঁ।

আহক আমি সকলোৱে মিলি শিক্ষা, সংস্কৃতি, আৰু সমাজ সেৱাৰ পথত আগবাঢ়োঁ...। নতুন সপোন, নতুন আশা, আৰু নতুন প্ৰেৰণা লৈ আগবাঢ়োঁ...।

শুভ নৱ বৰ্ষ ২০২৬! 🌟🎉

At Nazirakhat archeological site and Nizorapar park & water falls , Jagiroad
03/12/2025

At Nazirakhat archeological site and Nizorapar park & water falls , Jagiroad

02/12/2025


Some glorious glimpses of today's Trip for Field Study...
01/12/2025

Some glorious glimpses of today's Trip for Field Study...

TRIP FOR FIELD STUDY TO USTM, Zubeen Khetra & Nazirakhat
01/12/2025

TRIP FOR FIELD STUDY TO
USTM, Zubeen Khetra & Nazirakhat

অসমৰ হিয়াৰ আমঠু , অসমীয়াৰ হৃদস্পন্দন, যুৱ প্ৰজন্মৰ আদৰ্শ, জনতাৰ মুক্তকণ্ঠ, জনতাৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গ দেৱৰ ৫৩তম ...
18/11/2025

অসমৰ হিয়াৰ আমঠু , অসমীয়াৰ হৃদস্পন্দন, যুৱ প্ৰজন্মৰ আদৰ্শ, জনতাৰ মুক্তকণ্ঠ, জনতাৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গ দেৱৰ ৫৩তম জন্মবাৰ্ষিকীত গ্ল'বেল একাডেমী, গৰৈমাৰী পৰিয়ালবৰ্গই নাহৰ পুলি ৰোপন, বিতৰণ ও জুবিন গাৰ্গ দেৱৰ কালজয়ী সংগীত মায়াবিনী সমূহীয়া পৰিবেশনেৰে শ্ৰদ্ধা নিবেদোঁ...।

Children's Day is celebrated in India to raise awareness about the rights, education, and welfare of children. It is cel...
14/11/2025

Children's Day is celebrated in India to raise awareness about the rights, education, and welfare of children. It is celebrated on 14 November every year on the birthday of the first prime minister of India Jawaharlal Nehru, who was known to have been fond of children.

Address

F A Ahmed College Road
Chhaygaon
781137

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when Global Academy, Goroimari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share