Jatiya Vidyalaya Chhaygaon

Jatiya Vidyalaya Chhaygaon Established on 1 Jan 2001, Jatiya Vidyalaya Chhaygaon is an Assamese-medium school at Chhaygaon, Kamrup, about 40 km west of Guwahati.

It offers Ankur to HSLC under AJB & SEBA.

15/04/2026
বিশ্বাস কৰিব নোৱাৰা এই খবৰ।খন্তেক আগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত লোক সংস্কৃতিৰ সাধক, ছয়গাঁও প্ৰেছ ক্লাৱৰ সভাপতি সন...
13/04/2026

বিশ্বাস কৰিব নোৱাৰা এই খবৰ।
খন্তেক আগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত লোক সংস্কৃতিৰ সাধক, ছয়গাঁও প্ৰেছ ক্লাৱৰ সভাপতি সন্মানীয় সুকুমাৰ মেধিৰ শেষ নিশ্বাস।
বৃহত্তৰ অঞ্চলটোৰ লগতে জাতীয় বিদ্যালয় ছয়গাঁ‌ওৰো বৃহৎ ক্ষতি । বিদ্যালয়ৰ প্ৰায় প্ৰতিটো অনুস্থানতে তেঁ‌ও উপস্থিত থাকিছিল ।
বিদায়, আত্মাৰ চিৰশান্তি কামনা কৰিলো ।

বিদ্যালয়ৰ বাকৰিত ৰঙালী চ'ৰা উদযাপন (১১-০৪-২০২৬)
11/04/2026

বিদ্যালয়ৰ বাকৰিত ৰঙালী চ'ৰা উদযাপন (১১-০৪-২০২৬)



10/04/2026




18/03/2026

09/03/2026





26/02/2026




দক্ষিণ কামৰূপৰ শৈক্ষিক, বৌদ্ধিক, সাহিত্য তথা সামাজিক জীৱনৰ এক উজ্বল নক্ষত্ৰ ড° গণেশ্বৰ চহৰীয়া ছাৰৰ দেহান্তৰ আমাৰ বাবে এ...
18/01/2026

দক্ষিণ কামৰূপৰ শৈক্ষিক, বৌদ্ধিক, সাহিত্য তথা সামাজিক জীৱনৰ এক উজ্বল নক্ষত্ৰ ড° গণেশ্বৰ চহৰীয়া ছাৰৰ দেহান্তৰ আমাৰ বাবে এক অপূৰণীয় ক্ষতি। জাতীয় বিদ্যালয় ছয়গাঁ‌ৱৰ এগৰাকী দিশদৰ্শক তথা উচ্চ শুভাকাংক্ষীক হেৰুৱাই আমি মৰ্মাহত । ছাৰৰ আত্মাৰ সদগতি কামনা কৰিলোঁ ।

জাতীয় বিদ্যালয় ছয়গাঁ‌ওৰ ৰূপালী জয়ন্তী সামৰণিৰ দ্বিতীয় দিনাৰ বৰ্ণাঢ্য অনুস্থানৰ কিছু মুহুৰ্ত ( ০১-০১-২০২৬)
04/01/2026

জাতীয় বিদ্যালয় ছয়গাঁ‌ওৰ ৰূপালী জয়ন্তী সামৰণিৰ দ্বিতীয় দিনাৰ বৰ্ণাঢ্য অনুস্থানৰ কিছু মুহুৰ্ত ( ০১-০১-২০২৬)

জাতীয় বিদ্যালয় ছয়গাঁ‌ওৰ গৌৰৱজ্জ্বল ৰূপালী জয়ন্তী সামৰণি অনুস্থানৰ প্ৰথম দিনাৰ কাৰ্য্যসূচীৰ কিছু দৃশ্যাংশ (৩১-১২-২০২৫)
03/01/2026

জাতীয় বিদ্যালয় ছয়গাঁ‌ওৰ গৌৰৱজ্জ্বল ৰূপালী জয়ন্তী সামৰণি অনুস্থানৰ প্ৰথম দিনাৰ কাৰ্য্যসূচীৰ কিছু দৃশ্যাংশ (৩১-১২-২০২৫)

02/01/2026

Address

Chhaygaon
781124

Opening Hours

Monday 9am - 2:30am
Tuesday 9am - 2:30am
Wednesday 9am - 2:30am
Thursday 9am - 2:30am
Friday 9am - 2:30am
Saturday 9am - 12pm

Telephone

+916001656092

Website

Alerts

Be the first to know and let us send you an email when Jatiya Vidyalaya Chhaygaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Jatiya Vidyalaya Chhaygaon:

Shortcuts

Share

Category