28/04/2026
সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত ছয়টা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত
৮৬ % লৈ উত্তীৰ্ণ হয় আমাৰ চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী অনামিকা দাস ৷
মৰমৰ ছাত্ৰীগৰাকীলৈ অশেষ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলো 👍 💐