FALIMARI ME SCHOOL

FALIMARI ME SCHOOL “All of us do not have equal talent. But, all of us have an equal opportunity to develop our talents.”

18/06/2023

  day
05/06/2023

day

টাইজুদ্দিন মণ্ডল,  বহুতৰ বাবে চকীদাৰ ছাৰ , আমাৰ বাবে শ্ৰদ্ধাৰ , মৰমৰ  মণ্ডল দা ৷ সুদীৰ্ঘ ৪২ টা বছৰ ফলিমাৰী মধ্য ইংৰাজী ব...
03/01/2023

টাইজুদ্দিন মণ্ডল, বহুতৰ বাবে চকীদাৰ ছাৰ , আমাৰ বাবে শ্ৰদ্ধাৰ , মৰমৰ মণ্ডল দা ৷ সুদীৰ্ঘ ৪২ টা বছৰ ফলিমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ বাবে জীৱন উচৰ্গা কৰি অৱশেষত যোৱা ইং ৩১/ ১২ / ২০২২ তাৰিখে কৰ্মজীৱনৰ তেওঁ পৰা অৱসৰ গ্ৰহণ কৰিলে ৷ বিদায়ৰ বেলাত অন্তৰভৰা একাঁজলি মৰমৰ বাহিৰে তেওঁক দিবলৈ আমাৰ ওচৰত একো নাই ৷ পৰম কৰুণাময় ভগৱানৰ ওচৰত ফলিমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক গোট তথা ছাত্ৰ-ছাত্ৰীসকলৰ তৰপৰ পৰা এটাই প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতৰ অনাগত দিনবোৰ সুস্বাস্থ্য আৰু সুখেৰে অতিবাহিত কৰক ৷

ফলিমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ ২০২২-২৩ শিক্ষাবৰ্ষৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ উদ্ধোধনী অনুষ্ঠান ৷ অনুষ্ঠানৰ আৰম্ভণিতে ক্ৰীড়...
06/12/2022

ফলিমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ ২০২২-২৩ শিক্ষাবৰ্ষৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ উদ্ধোধনী অনুষ্ঠান ৷ অনুষ্ঠানৰ আৰম্ভণিতে ক্ৰীড়া সপ্তাহৰ পতাকা উত্তোলন কৰে বিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰে পৰা কৰ্মৰত সকলোৰে শ্ৰদ্ধাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী টাইজুদ্দিন মণ্ডল ডাঙৰীয়াই ৷ তেখেতক সহযোগ কৰে বিদ্যালয়ৰ জেষ্ঠ শিক্ষক সুশীল কুমাৰ কলিতা ডাঙৰীয়াই ৷

অসম বুৰঞ্জীৰ মহানায়ক লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি বৃক্ষৰোপণদিনাংক:  ২০ নৱেম্বৰ ২০২২
20/11/2022

অসম বুৰঞ্জীৰ মহানায়ক লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি বৃক্ষৰোপণ

দিনাংক: ২০ নৱেম্বৰ ২০২২

যোৱা ইং : ১৫/১০ / ২০২২ তাৰিখে ফলিমাৰী মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় শিক্ষক আৰু অভিভাৱক-অভিভাৱিকাসকলৰ মাজত  এক বিশেষ ...
16/10/2022

যোৱা ইং : ১৫/১০ / ২০২২ তাৰিখে ফলিমাৰী মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় শিক্ষক আৰু অভিভাৱক-অভিভাৱিকাসকলৰ মাজত এক বিশেষ সভা ৷ উক্ত সভাত বিশিষ্ট অতিথি উপস্থিত থাকে চাপৰ-শালকোচা প্ৰাথমিক শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সম্ৰাট ব্ৰহ্ম ছাৰৰ লগতে কৃষ্ণকলি সমল কেন্দ্ৰৰ কেন্দ্ৰ সমন্বয়ক শ্যাম সুন্দৰ সাহা ছাৰ ৷ উক্ত সভাত বিদ্যালয়ৰ শৈক্ষিক উন্নয়নৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক খতিয়ানকে সামৰি বিভিন্ন বিষয়ত আলোচনা কৰা হয় ৷

“ স্বাধীনতাৰ ৭৫ বছৰ ” অমৃত মহোৎসৱৰ কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি ধুবুৰী জিলাৰ  বিলাসীপাৰা মহকুমা প্ৰশাসনৰ উদ্যোগত  আয়োজন ক...
22/08/2022

“ স্বাধীনতাৰ ৭৫ বছৰ ” অমৃত মহোৎসৱৰ কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা “ চিত্ৰাংকন প্ৰতিযোগিতা ” ত “ খ শাখা ” ত তৃতীয় স্থান লাভ কৰি চাপৰ শিক্ষাখণ্ডৰ লগতে ফলিমাৰী মধ্য ইংৰাজী বিদ্যালয়ললৈ গৌৰৱ কঢ়িয়াই অনা অষ্টম শ্ৰেণীৰ ছাত্ৰ আশিকুল ইছলামক বিদ্যালয়ৰ তৰপৰ পৰা অভিনন্দন জ্ঞাপন কৰিলোঁ ৷
আশিকুল ইছলাম ফলিমাৰী গাঁৱৰ নিবাসী আজিজুল হক আৰু আছমা বেগমৰ একমাত্ৰ সন্তান ৷

      2022
16/08/2022



2022

15/08/2022



Address

Chapor Choibari Road
Chapar
783371

Opening Hours

Monday 9am - 3:15pm
Tuesday 9am - 3:15pm
Wednesday 9am - 3:15pm
Thursday 9am - 3:15pm
Friday 9am - 3:15pm
Saturday 9am - 5pm

Telephone

+919954377652

Website

Alerts

Be the first to know and let us send you an email when FALIMARI ME SCHOOL posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category