Brain Beautify

Brain Beautify BRAIN BEAUTIFY is a DMIT based compnay in Assam. We offers DMI Test, DMIT Reports Counselling, After School Activities, etc.

01/01/2022
06/08/2021

Grow Your Child through DMIT Test.

DMIT Test কৰক আৰু আপোনাৰ শিশুৰ প্ৰতিভা জানক ।
31/07/2021

DMIT Test কৰক আৰু
আপোনাৰ শিশুৰ প্ৰতিভা জানক ।

এতিয়াৰ পৰা আপোনাৰ শিশু আৰু নাপাহৰে কাৰন আমি লৈ আহিছো DMIT Test যিয়ে আপোনাৰ শিশুৰ শিক্ষাৰ সম্পুৰ্ন বিকাশ সাধন কৰিব ।DMIT ...
30/07/2021

এতিয়াৰ পৰা আপোনাৰ শিশু আৰু নাপাহৰে
কাৰন আমি লৈ আহিছো DMIT Test যিয়ে আপোনাৰ শিশুৰ শিক্ষাৰ সম্পুৰ্ন বিকাশ সাধন কৰিব ।

DMIT Test কৰক
আৰু শিশুৰ ভৱিষ্যত উজ্জ্বল কৰক ।

বৰ্তমান সময়ত যুবক আৰু ছাত্ৰ-ছাত্ৰী সকলৰ ভাৱে আটাইতকৈ লাভদায়ক বস্তুৰ ভিতৰত এটা হল DMIT Test ।DMIT Test আপোনাৰ ভাবে কিদৰে ...
26/07/2021

বৰ্তমান সময়ত যুবক আৰু ছাত্ৰ-ছাত্ৰী সকলৰ ভাৱে আটাইতকৈ লাভদায়ক বস্তুৰ ভিতৰত এটা হল DMIT Test ।

DMIT Test আপোনাৰ ভাবে কিদৰে লাভজনক হব পাৰে:-

1) প্ৰতিটো শিশু একাধিক প্ৰতিভাৰ সৈতে জন্ম গ্ৰহন কৰে কিন্তু অভিভাবক আৰু শিক্ষক সকলে সেই প্ৰতিভা সমুহ ভালদৰে চিনাক্ত কৰিব নোৱাৰে । DMIT Test এ শিশু এটাৰ জন্মগত প্ৰতিভা, সামৰ্থ আৰু প্ৰাকৃতিক চৰিত্ৰ চিনাক্ত কৰে ।

২) সৰ্বাধিক অভিভাবক সকলে তেওলোকৰ শিশুৰ প্ৰতিভা আৰু সম্ভাৱনাৰ সৈতে সুপৰিচিত নহয় । তেওঁলোকে শিশু এটাক তেওঁলোকৰ নিজা ধৰনে বিশ্লেষন কৰে । যিটোৱে শিশুসকলৰ শৈক্ষিক জীৱনত মানসিক বিভ্ৰান্তিৰ সৃষ্টি কৰে কিন্তু DMIT Test এ সেই বিভ্ৰান্তি হ্ৰাস কৰে ।

৩) বহুতো অভিভাৱকে নিজৰ লৰা - ছোৱালীক ভুল পাঠ্যক্ৰমত পঢ়াবলৈ গৈ অযথা বহুত পৰিমানৰ ধন অপচয় কৰে । কিন্তু DMIT Test এ ছাত্ৰ-ছাত্ৰী সকলক সিহতৰ কাৰনে কোনটো পাঠ্যক্ৰম শুদ্ধ আৰু কোনটো ভুল সেয়া জনাত সহায় কৰে ।

৪) সৰ্বাধিক শিশুয়ে অধ্যায়ন কৰাৰ বাবে প্ৰকৃত পদ্ধতি অনুসৰন নকৰে । তেওঁলোকে কেৱল তেওঁলোকৰ পিতৃ-মাতৃ কোৱা নাইবা আনলোকে কোৱা পৰাম্পৰাগত পদ্ধতি সমুহ হে অনুসৰন কৰে । কিন্তু DMIT Test এ অধ্যায়নৰ সঠিক পদ্ধতি আৰু ছাত্ৰ-ছাত্ৰী সকলৰ বাবে সৰ্বশ্ৰেষ্ট শিকাৰ শৈলী চিনাক্ত কৰে ।

৫) DMIT Test এ অভিভাবক আৰু শিক্ষক সকলক লৰা-ছোৱালীৰ ভাবে সঠিক প্ৰতিপালন কৌশল আৰু শিক্ষন শৈলী বুজাত সহায় কৰে ।

৬) DMIT Test এ অভিভাবক আৰু শিশুৰ লগতে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক সম্পৰ্ক উন্নত কৰে ।

গতিকে আহক আমাৰ Brain Beautify ৰ office ত আৰু DMIT Test কৰাওক ।

24/07/2021

Dr. Vivek Bindra's thought on DMIT.
সময় থাকোতে পদক্ষেপ লওক
আপোনাৰ শিশুৰ DMIT কৰাওক ।

DMIT Test কৰাবলৈ যোগাযোগ কৰক
Call & whatsApp- 9365899587
Email:- [email protected]

DMIT Test কৰক আৰুআপোনাৰ শিশুৰ প্ৰতিভাৰ বিকাশ কৰক ।
23/07/2021

DMIT Test কৰক আৰু
আপোনাৰ শিশুৰ প্ৰতিভাৰ বিকাশ কৰক ।

20/07/2021

সময় থাকোতে পদক্ষেপ লওক
আৰু আপোনাৰ শিশুৰ ভৱিষ্যত উজ্জ্বল কৰক ।

১) আপোনাৰ শিশুটিৰ পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ (Interest)  দিনে দিনে কমি গৈ আছে নেকি..?২) আপোনাৰ শিশুটি বিদ্যালয়লৈ যাব নুখুজে ...
15/07/2021

১) আপোনাৰ শিশুটিৰ পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ (Interest) দিনে দিনে কমি গৈ আছে নেকি..?

২) আপোনাৰ শিশুটি বিদ্যালয়লৈ যাব নুখুজে নেকি নাইবা বিদ্যালয়ৰ কোনো কাৰ্যক্ৰমত আগভাগ লব নুখুজে নেকি..?

৩) আপোনাৰ শিশুটি কোনো এটা নিৰ্দিষ্ট বিষয় (subject) ত ভাল আৰু কোনো এটা নিৰ্দিষ্ট বিষয়(subject) ত বেয়া নেকি? যেনে কিছুমানে ইংৰাজীত ভাল কিন্তু গনিত ত বেয়া আকৌ কিছুমানে ছবি-অকাত ভাল কিন্তু ইংৰাজীত বেয়া ।

৩) আপোনাৰ শিশুটিৰ মনোযোগ (Concentrate) দিয়াত অসুবিধা হয় নেকি..?

৪) আপোনাৰ শিশুটি কবিতা এটি নাইবা প্ৰশ্নৰ উত্তৰ সমুহ মুখস্থ কৰাত অসুবিধা হয় নেকি ? নাইবা মুখস্থ কৰাৰ পিছত অধিক সময় মনত ৰাখিব নোৱাৰে নেকি...?

৫) শিশুটি পৰিক্ষা দিবলৈ ভয় কৰে নেকি..?

৬) মা-দেউতাই পঢ়িবলৈ কলে নাইবা বিদ্যালয়লৈ পঠিয়াৱ খুজিলে মাক-দেউতাক বেয়া পাই নেকি..?

৭) জেদ্দী হয় নেকি..?

৮) অধিক সময় মোবইল আৰু টিভি চাব খুজে নেকি..?

৯) আপোনাৰ শিশুটি জন্মগতভাৱে কিমান বুধিয়ক, আপুনি জানিব বিচাৰেনে..?

১০) আপুনোৰ শিশুটি ভৱিষ্যতে কি কি হোৱাৰ সম্ভাৱনা আছে, জানিব বিচাৰেনে...?

যদি আপোনাৰ শিশুটিয়ে ওপৰৰ সমস্যা সমুহত ভূগি আছে আৰু আপুনি ইয়াৰ কোনো সমাধান বিচাৰি পোৱা নাই তেন্তে আহক আমাৰ Brain Beautify, DMIT Lab- ত কাৰন আমি লৈ আহিছো আপোনালোকৰ কাৰনে এটা বৈপ্লৱিক প্ৰযুক্তি যাৰ নাম হৈছে DMIT যিয়ে আপোনাৰ শিশুৰ শিক্ষাৰ সকলো ধৰনৰ সমস্যা সমাধান কৰিব ।

DMIT Test কৰক আৰু
আপোনাৰ শিশুৰ ভৱিষ্যত উজ্জ্বল কৰক ।

আপুনি জানে নে..?বৰ্তমান সময়ৰ এক বৈপ্লৱিক প্ৰযুক্তি (Revolutionary Technology) হৈছে DMIT যাৰ দ্বাৰা ২ বছৰৰ ওপৰৰ যিকোনো ব্...
10/07/2021

আপুনি জানে নে..?
বৰ্তমান সময়ৰ এক বৈপ্লৱিক প্ৰযুক্তি (Revolutionary Technology) হৈছে DMIT যাৰ দ্বাৰা ২ বছৰৰ ওপৰৰ যিকোনো ব্যক্তি বা শিশু এজনৰ শিক্ষাৰ মানদন্ড আৰু জন্মগত প্ৰতিভা (Inborn Talent) চিনাক্ত কৰিব পাৰি নাইবা ব্যক্তি বা শিশুজনৰ প্ৰতিভাৰ সামগ্ৰিক বিকাশ কৰিব পাৰি ।

হয় আপুনি ঠিকেই শুনিছে..!
DMIT ( Dermatoglyphics Multiple Intelligent Test) হৈছে এটা বৈজ্ঞানিক পৰিক্ষা যাৰ দ্বাৰাই মানুহৰ হাতৰ আঙুলিৰ আৰ্হি (Finger print)-ৰ অধ্যায়ন কৰা হয় যিয়ে ব্যাক্তি বা শিশু এজনৰ মগজু (Brain)-ৰ শক্তি (Strength) আৰু দুৰ্বলতা(Weakness) সমুহ জনাত সহায় কৰে ।

আপুনি জানে নে..?
মানুহৰ হাতৰ আঙুলিৰ আৰ্হি (Finger Print) -ৰ আৰু মানুহৰ মগজুৰ (Human Brain) -ৰ এক বৈজ্ঞানিক সম্পৰ্ক আছে । চিকি‌‌‍ৎসা বিজ্ঞানৰ মতে মাকৰ গৰ্ভস্ৱাৰ সময়ত 13 সপ্তাহ পৰা 19 সপ্তাহৰ ভিতৰত শিশু এটাৰ মগজুৰ বিকাশ ঘটে আৰু সেই একে সময়তে শিশুটিৰ হাতৰ আঙুলিৰ আৰ্হিৰো বিকাশ ঘটে ।

সেয়েহে চিকিৎসা বিজ্ঞানী আৰু বিশেষজ্ঞ সকলে 200 বছৰ গবেষণা কৰাৰ পাছত এইটো প্ৰমান কৰিছে যে হাতৰ আঙুলিৰ আৰ্হিয়ে মানুহৰ মগজুৰ সঠিক বিশ্লেষন আগবড়ায় ।

গতিকে আহক আমাৰ Brain Beautify, DMIT Lab ত আৰু জানক আপোনাৰ নিজৰ নাইবা আপোনাৰ শিশুৰ মগজুৰ শক্তি (Strength) আৰু দুৰ্বলতা (Weakness) সমুহ আৰু সেইমতে নিজৰ প্ৰতিভা নাইবা শিশুৰ প্ৰতিভাসমুহ বিকশিত কৰক ।

আৰু অধিক জানিবলৈ:-
Call & Whatsapp:- 9365899587

Address

Chapar
783371

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when Brain Beautify posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Brain Beautify:

Shortcuts

Share