CEC Chapar

Call Directions Website Contact the school

CEC Chapar IPAS Chapar is an Authorized Centre of CEC. Couses: PGDCA, ADCA, DCA, BCA, TALLY with GST

জয় জুবিন দা।
19/09/2026

জয় জুবিন দা।

📢 কম্পিউটাৰ শিক্ষাৰ প্ৰতি আগ্ৰহী সকলো ছাত্ৰ-ছাত্ৰীলৈ চি ই চি চাপৰ চেন্টাৰ লৈ স্বাগতম!🎉 Motu & Patlu-এ আপোনালোকক আন্তৰিকভ...
06/08/2026

📢 কম্পিউটাৰ শিক্ষাৰ প্ৰতি আগ্ৰহী সকলো ছাত্ৰ-ছাত্ৰীলৈ চি ই চি চাপৰ চেন্টাৰ লৈ স্বাগতম!

🎉 Motu & Patlu-এ আপোনালোকক আন্তৰিকভাৱে CEC Chapar Computer Education Centre-লৈ স্বাগতম জনাইছে!

💻 PGDCA আৰু ADCA কোৰ্চত এডমিশ্যন প্ৰক্ৰিয়া বৰ্তমান চলি আছে।

🇮🇳 এইবাৰৰ বিশেষ Independence Day Admission Offer ৯ আগষ্টৰ পৰা ১৫ আগষ্ট লৈকে চলিব!

🎓 যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ Degree Pass কৰিছে, তেওঁলোকে এডমিশ্যনৰ সময়ত লাভ কৰিব বিশেষ Independence Day Admission Offer।

⚠️ মুঠ আসন মাত্ৰ ৬ খন।
সেয়ে আজিয়েই আপোনাৰ আসন নিশ্চিত কৰক।

📍আজিৰ সিদ্ধান্তই কাইলৈৰ সফলতা গঢ়ি তোলে।

゚

20/07/2026

Welcome to CEC Chapar Computer Education Centre.

゚

20/06/2026
Are you interested in Computer Education? Then you are most welcome to CEC Chapar Centre. Thank you.
20/06/2026

Are you interested in Computer Education? Then you are most welcome to CEC Chapar Centre. Thank you.

*Important Notice*2024 আৰু 2025 ত যি সকল ছাত্ৰ-ছাত্ৰীৰ ভিন্ন কাৰণত CEC ৰ ৰেজিষ্ট্ৰেচন কেনচেল হৈছিল বা ডিচকোন্টিনিউ হৈছিল...
18/06/2026

*Important Notice*
2024 আৰু 2025 ত যি সকল ছাত্ৰ-ছাত্ৰীৰ ভিন্ন কাৰণত CEC ৰ ৰেজিষ্ট্ৰেচন কেনচেল হৈছিল বা ডিচকোন্টিনিউ হৈছিল, তেওঁ লোকৰ বাবে এটা সুখবৰ চি ই চি চাপৰ চেন্টাৰে লৈ আহিছে। খবৰটো হ'ল যে তেওঁলোকে কোনো ধৰণৰ Fine নিদিয়াকৈ পুনৰ চি ই চি চাপৰ চেন্টাৰত Join কৰিব পাৰিব, তেওঁলোকৰ নিজা নিজা কোৰ্চ সমূহত । এই সুবিধা পাব সেই সকল ছাত্ৰ-ছাত্ৰীয়ে, যি সকলে অহাকালি ১৯ জুনৰ ভিতৰত আমাৰ চি ই চি চাপৰ চেন্টাৰত আবেদন কৰে। ধন্যবাদ।

এই Adটো সেই সকল অভিভাৱকৰ বাবে যি সকলৰ সন্তান অষ্টম বা নৱম শ্ৰেণীত পঢ়ি আছে।
04/06/2026

এই Adটো সেই সকল অভিভাৱকৰ বাবে যি সকলৰ সন্তান অষ্টম বা নৱম শ্ৰেণীত পঢ়ি আছে।

Admission Opens For The Courses PGDCA, ADCA, DCA & AI.Special Admission Offers for Degree Final Exam Appeared Students.N...
02/06/2026

Admission Opens For The Courses PGDCA, ADCA, DCA & AI.

Special Admission Offers for Degree Final Exam Appeared Students.

New Batch from 9th June 2026.

Book your seat right now.

Address

Near Gandhi Maidan
Chapar
783371

Opening Hours

Monday 9:30am - 4:30pm
Tuesday 9:30am - 4:30pm
Wednesday 9:30am - 4:30pm
Thursday 9:30am - 4:30pm
Friday 9:30am - 4:30pm
Saturday 9:30am - 4:30pm

Telephone

+919954893028

Alerts

Be the first to know and let us send you an email when CEC Chapar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to CEC Chapar:

Shortcuts

Share