জ্ঞানপীঠ জাতীয় বিদ্যালয়, যোগীঘোপা

  • Home
  • India
  • Bongaigaon
  • জ্ঞানপীঠ জাতীয় বিদ্যালয়, যোগীঘোপা

জ্ঞানপীঠ জাতীয় বিদ্যালয়, যোগীঘোপা Quality education is possible in Assamese Medium. This conviction led to the establishment of the school.

Education through vernacular medium is the essence of Jnanpith Jatiya Vidyalaya,Jogighopa established on 06 January 2010. It is scientifically established that the mother tongue is the best medium of instruction to develop the personality of the students in the school level. Assamese is a rich language to express thoughts and ideas. The medium is capable of enriching the students to keep pace with the outer world. An open and broader outlook guides the planning and management of the school.

14/11/2025

💐জ্ঞানপীঠ জাতীয় বিদ্যালয়, যোগীঘোপাত শিশু দিৱস উদযাপন।

ছয়মাহিলি পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ হিয়াভৰা শুভেচ্ছা....
10/09/2025

ছয়মাহিলি পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ হিয়াভৰা শুভেচ্ছা....

06/09/2025

🎬 শিক্ষক দিৱস উপলক্ষে জ্ঞানপীঠ জাতীয় বিদ্যালয়,যোগীঘোপাৰ ছাত্ৰ -ছাত্ৰীয়ে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰী সকলে প্ৰদৰ্শন কৰা দলীয় নৃত্য।


゚viralシfypシ゚viralシalシ



05/09/2025

👨‍🏫 জ্ঞানপীঠ জাতীয় বিদ্যালয়,যোগীঘোপাত আজি উলহ মালহৰে পালন কৰা হৈছে শিক্ষক দিৱস।

👨‍🏫শিক্ষক দিৱসৰ দিনাই বিদ্যালয়খনত এক ব্যতিক্ৰমী দৃশ্য ।

🫡 ছাত্ৰ-ছাত্ৰী সকলে শিক্ষাগুৰু সকলোক পুষ্পবৃষ্টিৰে আদৰণী জনাই সেৱা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

শিক্ষক দিৱসৰ প্ৰথম খণ্ড।

19/07/2025

🎬 জ্ঞানপীঠ জাতীয় বিদ্যালয়, যোগীঘোপাৰ ষোড়শ বাৰ্ষিক "গীত মাতৰ গধূলি" অনুষ্ঠানত বিদ্যালয়ৰ উপাধ্যক্ষ নিতুমণি কলিতা আৰু ছাত্ৰী সকলে অভিনয় কৰা নাটক এখনৰ কিয়দংশ।

🔴 মোবাইল, ফেচবুক, ইনষ্টাগ্ৰামে কি দৰে প্ৰভাৱ বিস্তাৰ কৰে, অভিনয়ৰ দ্বাৰা সজাগতা আনিবলৈ এক ক্ষুদ্ৰ প্ৰয়াস।

゚viralシfypシ゚viralシalシ

18/07/2025

🎬 জ্ঞানপীঠ জাতীয় বিদ্যালয়, যোগীঘোপাৰ ষোড়শ বাৰ্ষিক "গীত মাতৰ গধূলি" অনুষ্ঠানত বিদ্যালয়ৰ ইংৰাজী বিভাগৰ জ্যেষ্ঠ শিক্ষক মোকাদ্দেশ আহমেদে অভিনয় কৰা নাটক এখনৰ কিয়দংশ।

🔴 ড্ৰাগছৰ বিৰুদ্ধে আমাৰ এক প্ৰতিবাদ। অভিনয়ৰ দ্বাৰা সজাগতা আনিবলৈ এক ক্ষুদ্ৰ প্ৰয়াস।

゚viralシfypシ゚viralシalシ

18/07/2025

👨‍🎤 জ্ঞানপীঠ জাতীয় বিদ্যালয়, যোগীঘোপাৰ ষোড়শ বাৰ্ষিক "গীত মাতৰ গধূলি" অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী মিজু ৰ্মিজানুৰ ৰহমানৰ গীতৰ শৰাই ।

18/07/2025

জ্ঞানপীঠ জাতীয় বিদ্যালয়, যোগীঘোপাৰ ষোড়শ বাৰ্ষিক "গীত মাতৰ গধূলি" অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষয়িত্ৰীসমূহে প্ৰদৰ্শন কৰা দলীয় নৃত্য।

05/07/2025

অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ দ্বাৰা আয়োজিত ৰাজ্যিক বৃত্তি পৰীক্ষাত জ্ঞানপীঠ জাতীয় বিদ্যালয,যোগীঘোপাৰ ৬ গৰাকী ছাত্ৰ-ছাত্ৰী স্থান লাভ কৰে।

আজি উত্তৰ শালমাৰাস্থিত চিলাৰায় জাতীয় বিদ্যালয়ত অনুষ্ঠিত বৃত্তি প্ৰদান অনুষ্ঠানত জ্ঞানপীঠ জাতীয় বিদ্যালয়,যোগীঘোপাৰ ৬ গৰাকী ছাত্ৰ -ছাত্ৰী বৃত্তি সংগ্ৰহ কৰাৰ দৃশ্য।

প্ৰথম গোট পৰীক্ষাৰ শুভেচ্ছাৰে....
15/06/2025

প্ৰথম গোট পৰীক্ষাৰ শুভেচ্ছাৰে....

সকলোলৈকে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছাৰে.....
15/04/2025

সকলোলৈকে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছাৰে.....

Address

P. O. :JOGIGHOPA :::P. S:JOGIGHOPA
Bongaigaon
783382

Opening Hours

Monday 8:30am - 2:20pm
Tuesday 8:30am - 2:20pm
Wednesday 8:30am - 2:20pm
Thursday 8:30am - 2:20pm
Friday 8:30am - 2:20pm
Saturday 8:30am - 12:20pm

Telephone

03664272310

Website

Alerts

Be the first to know and let us send you an email when জ্ঞানপীঠ জাতীয় বিদ্যালয়, যোগীঘোপা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to জ্ঞানপীঠ জাতীয় বিদ্যালয়, যোগীঘোপা:

Shortcuts

Share

Category