Dolaigaon Uzanpara LPS , Bongaigaon

Dolaigaon Uzanpara LPS , Bongaigaon teaching , learning and various activities

29/01/2026

বিগত সমূহীয়া উৎসৱত আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলে অতি সুন্দৰকৈ পৰিৱেশন কৰা দলীয় নৃত্য

26/01/2026

77 th Republic Day celebrated at our school

20/09/2025

অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি ...

04/09/2025
যোৱা ১৩-০৩-২০০১ ইং তাৰিখত শিক্ষকতাৰ সেৱাত ব্রতী হৈ কর্মজীৱন আৰম্ভ কৰি, ০৪-০৯-২০১২ইং তাৰিখে দোলাইগাঁও উজানপাৰা প্রাথমিক ব...
26/08/2025

যোৱা ১৩-০৩-২০০১ ইং তাৰিখত শিক্ষকতাৰ সেৱাত ব্রতী হৈ কর্মজীৱন আৰম্ভ কৰি, ০৪-০৯-২০১২ইং তাৰিখে দোলাইগাঁও উজানপাৰা প্রাথমিক বিদ্যালয়ত সহ শিক্ষয়িত্রী হিচাপে যোগদান কৰি শ্ৰদ্ধাৰ প্ৰতিভা ৰাভা মুচাহাৰী বাইদেৱে যোৱা ২৪-০২-২০২৫ ইং তাৰিখে সেই একেখন বিদ্যালয়তে কর্ম জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ একেদৰেই যোৱা ০৪-০৬-১৯৮৭ ইং তাৰিখত শিক্ষকতাৰ সেৱাত ব্ৰতী হৈ কর্মজীৱন আৰম্ভ কৰি, ২৮-০৬-১৯৯৪ ইং তাৰিখে দোলাইগাঁও উজানপাৰা প্রাথমিক বিদ্যালয়ত সহ শিক্ষয়িত্রী হিচাপে যোগদান কৰি যোৱা ৩১-০৭-২০২৫ ইং তাৰিখে সেই একেখন বিদ্যালয়তে কর্ম জীৱনৰ সামৰণি মাৰে শ্ৰদ্ধাৰ ইলাৱতী ৰাভা বাইদেৱে ৷

বঙাইগাঁও জিলাৰ দোলাইগাঁওত শিক্ষা বিস্তাৰ আৰু বিকাশৰ বাবে নিজ কৰ্ম জীৱন উৎসর্গ কৰি জিলাখনৰ তথা অসমৰ শিক্ষা জগতলৈ যি মহান অৱদান আগবঢ়াইছে, সেই নিঃস্বার্থ সেৱাৰ বাবে আমি আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ আৰু ঋণী। আপোনাৰ এই অবিস্মৰণীয় অৱদান উত্তৰ পুৰুষে শ্রদ্ধাৰে স্মৰণ কৰিব।

আপোনালোকে আপোনালোকৰ জীৱনৰ মধুৰতম সময়খিনি সুনাগৰিক গঢ়াৰ কাৰ্যত আত্মনিয়োগ কৰি ৰাষ্ট্ৰনির্মাতাৰ গৌৰৱৰে গৌৰৱান্বিত হৈছে। আপোনালোকৰ এই মহান আদর্শ উত্তৰ পুৰুষৰ কাৰণে অনুকৰণীয় হওক।

শিক্ষাগুৰুৰ ঋণ পৰিশোধ কৰিব পৰা কোনো পার্থিব বস্তু এই জগতত নাই। আপোনালোকে বৌদ্ধিক সমাজলৈ যি অতুলনীয় অৱদান আগবঢ়ালে তাৰ প্রতিদান স্বৰূপে মাথোন অন্তৰৰ গভীৰ শ্রদ্ধা জ্ঞাপনৰ বাহিৰে আপোনালোকক দিবলৈ আমাৰ আন একোৱেই নাই।

সদৌ শেষত আপোনালোকলৈ আমাৰ গভীৰ আৰু অকৃত্রিম শ্রদ্ধা জ্ঞাপন কৰি আপোনালোকৰ সুস্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰিলোঁ।

International Yoga Day 21 / 06 / 2025
21/06/2025

International Yoga Day
21 / 06 / 2025








কলাগুৰু বিষ্ণু ৰাভা দিৱস উদ্‌যাপন ইং ২০/০৬/২০২৫
20/06/2025

কলাগুৰু বিষ্ণু ৰাভা দিৱস উদ্‌যাপন
ইং ২০/০৬/২০২৫





Mission "Ek Ped Maa Ke Naam" 2.0
19/06/2025

Mission "Ek Ped Maa Ke Naam" 2.0




Mr. Indrajit Chatterjee from CSF ( Central Square Foundation ) paid a surprise visit to our school on 10/06/2025 and che...
19/06/2025

Mr. Indrajit Chatterjee from
CSF ( Central Square Foundation ) paid a surprise visit to our school on 10/06/2025 and checked A to Z about ECCE & FLN .





বিশ্ব পৰিৱেশ দিৱস উদযাপন ৫ জুন , ২০২৫
05/06/2025

বিশ্ব পৰিৱেশ দিৱস উদযাপন
৫ জুন , ২০২৫




বিশ্ব ধঁপাত বিৰোধী দিৱস ৩১/০৫/২০২৫
31/05/2025

বিশ্ব ধঁপাত বিৰোধী দিৱস
৩১/০৫/২০২৫

২০২৩-২৪ বৰ্ষত গুণোৎসৱত A+ পোৱাৰ বাবে চৰকাৰৰ পৰা পোৱা ধনৰ সহায়ত আজি বিদ্যালয়ৰ বাবে কম্পিউটাৰ অনা হয় ৷
27/05/2025

২০২৩-২৪ বৰ্ষত গুণোৎসৱত A+ পোৱাৰ বাবে চৰকাৰৰ পৰা পোৱা ধনৰ সহায়ত আজি বিদ্যালয়ৰ বাবে কম্পিউটাৰ অনা হয় ৷



Address

Dolaigaon
Bongaigaon
783380

Website

Alerts

Be the first to know and let us send you an email when Dolaigaon Uzanpara LPS , Bongaigaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category