Sankardev sishu Vidya Niketan,Boitamari

Sankardev sishu Vidya Niketan,Boitamari This School is under Sishu Sikhya samiti (Assam). Students are appeared in HSLC exam from 2012 onwards.

21/05/2024

মনত আছে নে এই কেইটা❣💕

নিমন্ত্ৰণীৰে সকলোকে আঁকোৱালি লোৱাৰ প্ৰয়াস...
04/02/2023

নিমন্ত্ৰণীৰে সকলোকে আঁকোৱালি লোৱাৰ প্ৰয়াস...

❤️
12/08/2019

❤️

Field study at sewashram... A part of student of 2015-16 batch😊
27/06/2019

Field study at sewashram... A part of student of 2015-16 batch😊

Significance of these three pictures are understand nicely those who are students of Sankardev Sishu / Vidya Niketan.  🙏...
20/10/2018

Significance of these three pictures are understand nicely those who are students of Sankardev Sishu / Vidya Niketan. 🙏

Jayatu Vidya bharati👍

যোৱা ২৫-৫-২০১৮ ত ইহলীলা সম্বৰণ কৰা আমাৰ শ্ৰদ্ধাৰ ধৰনী আচাৰ্য্যৰ আদ্য শ্ৰাদ্ধৰ কিছু মূহূৰ্ত...! আচাৰ্য্য যে আমাৰ মাজত নাই...
07/06/2018

যোৱা ২৫-৫-২০১৮ ত ইহলীলা সম্বৰণ কৰা আমাৰ শ্ৰদ্ধাৰ ধৰনী আচাৰ্য্যৰ আদ্য শ্ৰাদ্ধৰ কিছু মূহূৰ্ত...! আচাৰ্য্য যে আমাৰ মাজত নাই মানি ল'ব নোৱাৰি ! আচাৰ্য্য সদায় আমাৰ মাজত জীয়াই থাকিব ।

We will miss you acharya😔😔😔😔😔
26/05/2018

We will miss you acharya😔😔😔😔😔

26/05/2018

অতি দুখেৰে জনাওঁ যে আজি এই বিদ্যালয়ৰ কৰ্মৰত সংস্কৃত বিষয়ৰ আচাৰ্য্য 'ধৰনী ৰায়" আমাৰ মাজত নাই । জানিব পৰা মতে জণ্ডিচৰ কবলত পৰি ঢুকালে । আচাৰ্য্যৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰা হ'ল ।

25/05/2018

আজি সদ্যঘোষিত H.S.L.C পৰীক্ষাত ব‌ইটামাৰী শংকৰদেৱ শিশু/ বিদ্যা নিকেতনৰ পৰা ৭১ % উৰ্ত্তীণ হৈছে । ইয়াৰে ৭ জন শিক্ষাৰ্থী প্ৰথম বিভাগত, ৭ জন দ্বিতীয় বিভাগত আৰু ১ জন তৃতীয় বিভাগত উৰ্ত্তীণ হৈছে ।

প্ৰথম বিভাগৰ ৭ জনৰ ২ জনী ছাত্রীয়ে ৫ টা বিষয়ত লেটাৰ নম্বৰ সহ ৮৩% লাভ কৰিছে । বাকী ৫ গৰাকীৰ ৩ গৰাকীয়ে লেটাৰ নম্বৰ পা‌ইছে ।১ গৰাকী ৪ টা বিষয়ত লেটাৰ নম্বৰ, ১ গৰাকী ৩ টা বিষয়ত লেটাৰ নম্বৰ, ১ গৰাকী ২ টা বিষয়ত লেটাৰ নম্বৰ লাভ কৰিছে ।

সকলোলৈ অভিনন্দন থাকিল আৰু তেওঁলোকৰ ‌উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।

"ভাৰতী" মানে শংকৰদেৱ শিশু, বিদ্যা নিকেতনৰ মানত কি বুজায়, তাকে বুজাবলৈ এই কবিতাটিৰ দ্বাৰা প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰা হৈছে। ...
28/04/2018

"ভাৰতী" মানে শংকৰদেৱ শিশু, বিদ্যা নিকেতনৰ মানত কি বুজায়, তাকে বুজাবলৈ এই কবিতাটিৰ দ্বাৰা প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰা হৈছে। কবিতাটি প্ৰাক্তন ছাত্ৰ #মৃগাংকচক্ৰবৰ্ত্তীৰ দ্বাৰা ৰচিত ।
ভাল লাগিলে চেয়াৰ কৰিব ।

Address

Bongaigaon
783389

Website

Alerts

Be the first to know and let us send you an email when Sankardev sishu Vidya Niketan,Boitamari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share