09/02/2026
Best of luck
কাইলৈৰ পৰা আৰম্ভ হব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ছাত্ৰ-ছাত্ৰী সকলোৰ জীৱনৰ প্ৰথম আনুষ্ঠানিক পৰীক্ষালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
অভিভাৱক সকলোক জনাবলৈ পাই সুখী যে আমাৰ মাণিকপুৰ আঞ্চলিক কলেজৰ কৰ্তৃপক্ষৰ সিদ্ধান্ত মৰ্মে National Board of Computer education ৰ ফালৰ পৰা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থী সকলৰ বাবে অতি কম খৰছত কম্পিউটাৰ শিক্ষাৰ বাবে ব্যাৱস্থা গ্ৰহণ কৰিছে। যি শিক্ষাৰ দ্বাৰা চৰকাৰী, বেচৰকাৰী,বেংক, অফিচত সুবিধা পাব পৰা সকলো ধৰণৰ শিক্ষা ইয়াত প্ৰদান কৰা হয়।
যাৰ দ্বাৰা সকলোৱে স্বাবলম্বী হ'ব পাৰিব।
গতিকে ইচ্ছুক সকলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে।
9859665981