25/09/2026
“সেৱা সংকল্প অভিযান”ৰ অধীনত, মাননীয় প্ৰধানমন্ত্ৰীৰ ২৫ বছৰীয়া সেৱা যাত্ৰা উদযাপন কৰি বঙাইগাঁও পলিটেকনিকত প্ৰতিষ্ঠানিক পৰ্যায়ৰ বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা, আত্মবিশ্বাস আৰু বক্তব্য প্ৰকাশৰ দক্ষতাক আগুৱাই নিয়াৰ এক সুন্দৰ প্ৰয়াস। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।