Hamidul Hoque New

Hamidul Hoque New Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Hamidul Hoque New, Education, Bongaigaon.

20/09/2021
28/05/2018
সেই সকল হিন্দুৰ ধৰ্মহে অসুৰক্ষিত যিসকল হিন্দুৰ ভগৱান নৰেন্দ্ৰ মোডী৷ মইয়ো হিন্দু কিন্তু মোৰ ধৰ্ম, কৰ্ম, সংস্কৃতি সম্পূৰ্ণ...
25/05/2018

সেই সকল হিন্দুৰ ধৰ্মহে অসুৰক্ষিত যিসকল হিন্দুৰ ভগৱান নৰেন্দ্ৰ মোডী৷ মইয়ো হিন্দু কিন্তু মোৰ ধৰ্ম, কৰ্ম, সংস্কৃতি সম্পূৰ্ণ সুৰক্ষিত৷ ভক্ত সকলৰ ভগৱান নৰেন্দ্ৰ মোডীৰ বাবেই আজি দেশ অসুৰক্ষিত ৷

শিখ ধৰ্মীয় আৰক্ষী বিষয়া গগণদ্বীপ সিঙ উপস্থিত নথকাহেতেন হিন্দুত্ব সন্ত্ৰাসবাদীৰ প্ৰহাৰত প্ৰাণবায়ু উৰি গলহেতেন মুছলমান য...
25/05/2018

শিখ ধৰ্মীয় আৰক্ষী বিষয়া গগণদ্বীপ সিঙ উপস্থিত নথকাহেতেন হিন্দুত্ব সন্ত্ৰাসবাদীৰ প্ৰহাৰত প্ৰাণবায়ু উৰি গলহেতেন মুছলমান যুৱক বাবলুৰ৷ হিন্দু যুৱতীক কেৱল ভাল পোৱাৰ অপৰাধতে বিশ্ব হিন্দু পৰিষদৰ দৰে সন্ত্ৰাসবাদী সংগঠন এটাৰ সদস্যৰ ৰোষৰ বলি উত্তৰাখণ্ডৰ ৰামপুৰৰ এজন মুছলমান যুৱক৷ যুৱকজনক হত্যা কৰিবলৈ উদ্যত সন্ত্ৰাসবাদীৰ দলক প্ৰতিহিত কৰি শিখ আৰক্ষী বিষয়া গৰাকীৰ লগতে তেওঁ পালন কৰা ধৰ্মকো উপলুঙা উগ্ৰ হিন্দুত্ববাদীৰ৷ দেশ বিৰোধী উত্তৰ ভাৰতীয় হিন্দু শক্তিক প্ৰতিহিত কৰা সাহসী শিখ ব্যক্তি গৰাকীক সকলোৰে চালাম৷

প্ৰতিবন্ধকতা যে সফলতাৰ হেঙাৰ হ’ব নোৱাৰে সেই কথা প্ৰমাণিত কৰিলে হোজাইৰ মোৰাঝাৰৰ ছাত্ৰী  #জেবিনে৷ভৰিৰে লিখি মেট্ৰিকত প্ৰথম...
25/05/2018

প্ৰতিবন্ধকতা যে সফলতাৰ হেঙাৰ হ’ব নোৱাৰে সেই কথা প্ৰমাণিত কৰিলে হোজাইৰ মোৰাঝাৰৰ ছাত্ৰী #জেবিনে৷
ভৰিৰে লিখি মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হ’ল মোৰাঝাৰৰ জ্ঞানজ্যোতি একাডেমীৰ ছাত্ৰী জেবিন। Hamidul hoque পৃষ্ঠাৰ পৰা জেবিনলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ৷

শিলাদিত্য দেব আপুনি কাক নীতি শিক্ষা দিব আহিছে? জুবিনে কি ৰাজনীতি কৰিছে ? কাক কৈছে আপুনি সুস্থ ভাবে গান গাবলৈ ? শিল্পী হল...
24/05/2018

শিলাদিত্য দেব আপুনি কাক নীতি শিক্ষা দিব আহিছে? জুবিনে কি ৰাজনীতি কৰিছে ? কাক কৈছে আপুনি সুস্থ ভাবে গান গাবলৈ ? শিল্পী হল বুলি জাতিৰ দুৰ্যোগৰ সময়ত মাত নামাতি আপোনাৰ দৰে ধৰ্মীৰ ৰাজনীতি কৰিব লাগে নি ? আপোনাৰ দৰে লেতেৰা ৰাজনীতি অসমৰ অসমীয়াই নকৰে। অসমৰ ৰাইজক অনুৰোধ জনাইছো এই শিলাদিত্যক ৰাজহুৱা ভাবে বৰ্জন কৰক। এখেতে সুস্থ ভাবে গান গাবলৈ কৈ জুবিনক অপমান কৰিছে। শিলাদিত্য দেব মুখত লেকাম লগাওক। জুবিনক অপমান কৰিলে পৰিস্থিতি ভয়াৱহ হব। চৰকাৰে এই জনক নিয়ন্ত্ৰণ কৰক।
জাতিৰ বিপদৰ সময়ত জুবিনে ভূপেনদাৰ উত্তৰাধিকাৰী হিচাপে অসমীয়াৰ লগত থাকক। সদায় সাহসেৰে মাত মাতি যাওক।
জুবিনক কৰা অপমানৰ তীব্ৰ প্ৰতিবাদ হওক।

এইয়াই নেকি "বেটী বাচাও"
24/05/2018

এইয়াই নেকি "বেটী বাচাও"

 #বঙাইগাঁৱত নামনিমূৱা কেপিটল এক্সপ্ৰেছৰ পৰা ( পুৱা ৯ বজাত)  ওলাই পৰিল যুৱতী ৷ অভিভাৱকহীন যুৱতী গৰাকীৰ অৱস্থা সংকটজনক ৷ স...
24/05/2018

#বঙাইগাঁৱত নামনিমূৱা কেপিটল এক্সপ্ৰেছৰ পৰা ( পুৱা ৯ বজাত) ওলাই পৰিল যুৱতী ৷ অভিভাৱকহীন যুৱতী গৰাকীৰ অৱস্থা সংকটজনক ৷ সংজ্ঞাহীন যুৱতী গৰাকীক ৰেলৱে চিকিৎসালযত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

আজি এই ছোৱালী জনী ফকিৰাগ্ৰাম  ৰেল ষ্টেচনত ৰেলৰ খুন্দাত গুৰুত্বৰ ভাবে আঘাত প্ৰাপ্ত হয়। উক্ত ছোৱালীৰ পৰা জানিব পৰা মতে ছোৱ...
23/05/2018

আজি এই ছোৱালী জনী ফকিৰাগ্ৰাম ৰেল ষ্টেচনত ৰেলৰ খুন্দাত গুৰুত্বৰ ভাবে আঘাত প্ৰাপ্ত হয়। উক্ত ছোৱালীৰ পৰা জানিব পৰা মতে ছোৱালী জনীৰ নাম মৰজিনা খাতুন
দেউতা: আব্দুল খালেক শ্বেখ
ঘৰ: বিলাসিপাৰা, বাবুৰহাট।
বৰ্তমান ছোৱালী জনী কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা ধীন হৈ আছে । জানিব পৰা মতে এতিয়ালৈকে ছোৱালী জনীৰ কোনো এজন অভিবাবক উক্ত চিকিৎসালয়ত উপস্থিত হোৱা নাই। গতিকে ছোৱালী জনীক সহায় কৰাৰ বাবে তথা ছোৱালীৰ পৰিয়াল বৰ্গৰ লগত এই আপডেটৰ জৰিয়তে যোগাযোগৰ ব্যৱস্থা কৰি দিয়ে যেন।
বি:দ্ৰ: যিমান পাৰে অনুগ্ৰহ কৰি Share কৰিব।

এইজনেই সেইজন মেজৰ লিটল গগৈ, যিজনে সৌ-সিদিনা এজন কাশ্মীৰীক গাড়ীৰ আগত বান্ধি মানৱ ঢাল হিচাবে ব্যৱহাৰ কৰিছিল আৰু মোডী চৰকা...
23/05/2018

এইজনেই সেইজন মেজৰ লিটল গগৈ, যিজনে সৌ-সিদিনা এজন কাশ্মীৰীক গাড়ীৰ আগত বান্ধি মানৱ ঢাল হিচাবে ব্যৱহাৰ কৰিছিল আৰু মোডী চৰকাৰৰ পৰা সৰ্বোচ্চ সন্মান লভিছিল৷ আজি সেইজন অসম সন্তান লিটল গগৈ ধৰ্ষণৰ গোছৰত গ্ৰেপ্তাৰ ৷ এগৰাকী কিশোৰীক ফুচুলাই হোটেললৈ নি দুষ্কাৰ্য্য সংঘটিত কৰিছিল আৰু পুলিচে হাতে-লোটে গ্ৰেপ্তাৰ কৰে৷ এই সকল সৈনিকৰ হাতত কাশ্মীৰী সুন্দৰী সকল কিমান সুৰক্ষিত এই ঘটনাৰ পৰাই বুজিব পৰা নাযায় নে?

-----------প্ৰসংগঃ NRC---------         ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতকৰন প্ৰক্ৰিয়াত শেষতীয়াকৈ উদ্ভৱ হোৱা জটিলতা সমূ...
23/05/2018

-----------প্ৰসংগঃ NRC---------

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতকৰন প্ৰক্ৰিয়াত শেষতীয়াকৈ উদ্ভৱ হোৱা জটিলতা সমূহ দূৰীকৰণাৰ্থে সংখ্যালঘু সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতি, অসমৰ এক সজাতি দলে আজি ২৩-০৫-২০১৮ ইং তাৰিখে দিনৰ ১ বজাত গুৱাহাটীৰ ভঙাগড়স্থিত কাৰ্যালয়ত NRC ৰ ৰাজ্যিক সমন্বয়ক শ্রী প্রতীক হাজেলাক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে বিতং আলোচনাত মিলিত হওঁ। আলোচনাকালত শ্ৰী হাজেলাই জটিলতা সমূহ দূৰ কৰি ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ বৈধ-শুদ্ধ নথি জমা দিয়া সকলো অসমবাসী ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্তিৰে আৰু ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পিছত অসমত প্ৰবেশ কৰা হিন্দু-মুছলমান কোনো অবৈধ বিদেশীৰ নাম অন্তৰ্ভুক্ত নকৰাকৈ সৰ্বস্তৰৰ ৰাইজৰ গ্ৰহনযোগ্যকৈ NRC ৰ খচৰা প্ৰকাশ কৰিব বুলি আশ্বাস প্ৰদান কৰে। আমি আশাবাদী।

আজিজুৰ ৰহমান
উপদেষ্টা, আমছু
মুখ্য সমন্বয়ক
সংখ্যালঘু সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতি, অসম

আপোনালোকে আচৰিত হৈছে নেকি? যোৱা ৩০ এপ্ৰিলত আৰক্ষী সঞ্চালক প্ৰধানৰূপে অৱসৰ গ্ৰহণ কৰিলে  #মুকেশ_সাহায়ে৷ বিলাসিতাপূৰ্ণ এটা ...
23/05/2018

আপোনালোকে আচৰিত হৈছে নেকি?
যোৱা ৩০ এপ্ৰিলত আৰক্ষী সঞ্চালক প্ৰধানৰূপে অৱসৰ গ্ৰহণ কৰিলে #মুকেশ_সাহায়ে৷ বিলাসিতাপূৰ্ণ এটা অৱসৰৰ জীৱনে তেওঁক চৌপাশৰ পৰা হাত বাউলি মাতি আছিল৷ কিন্তু সকলোৰে অজ্ঞাতে তেওঁ আৰম্ভ কৰিলে এটা ব্যতিক্ৰমি জীৱন৷ অৱসৰ গ্ৰহণৰ পিছদিনাই তেওঁ অংকৰ শিক্ষক হিচাপে সোমালগৈ গুৱাহাটী ভৰলুমুখৰ #সোণাৰাম_উচ্চতৰ_মাধ্যমিক বিদ্যালয়ত৷ প্ৰতিদিনেই পুৱা স্কুলখনলৈ গৈ তেখেত দুয়োটা উচ্চতৰ মাধ্যমিক শ্ৰেণীত দুটাকৈ অংকৰ ক্লাচ কৰে৷ অৱসৰ গ্ৰহণ কৰাৰ দিনাই তেখেত স্কুলখনৰ অধ্যক্ষলৈ ফোন কৰি প্ৰকাশ কৰিলে নিজৰ আগ্ৰহৰ কথা৷ স্কুলখনত যোৱা দুটা বছৰ নাছিল কোনো অংকৰ শিক্ষক৷ সেই কথা আগতেই জানিছিল সাহায়ে৷ এতিয়া নতুন ’অংকৰ ছাৰে’ আৰম্ভ কৰিছে নতুন অভিযান৷ ছেল্যুট মিষ্টাৰ সাহাই৷ সংগ্ৰহ।

Address

Bongaigaon

Website

Alerts

Be the first to know and let us send you an email when Hamidul Hoque New posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category