Jonaki Vidyapith

Jonaki Vidyapith Jonaki Vidyapith, situated in tranquil Balapara, Jogighopa, Bongaigaon, Assam, is a premier private school offering education from Nursery to Class XII.

With devoted teachers, it fosters holistic development, academic prowess, critical thinking, and chara

বিৰঝৰা বিজ্ঞান মহাবিদ্যালয়ৰ অডিট’ৰিয়ামত জনাকী বিদ্যাপীঠ, বালাপাৰাৰ তিনিজন ছাত্ৰ-ছাত্ৰী — জুৰিফা জামান, ৰশিদুল ইছলাম আৰ...
10/12/2025

বিৰঝৰা বিজ্ঞান মহাবিদ্যালয়ৰ অডিট’ৰিয়ামত জনাকী বিদ্যাপীঠ, বালাপাৰাৰ তিনিজন ছাত্ৰ-ছাত্ৰী — জুৰিফা জামান, ৰশিদুল ইছলাম আৰু ৰফিকা ছুলতানা — বনিকান্ত কাকতি বঁটাৰ অৰ্হতাভুক্ত হিচাপে স্কুটিৰ প্ৰমাণপত্ৰ লাভ কৰিছে।

জোনাকী বিদ্যাপীঠ, বালাপাৰাউচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ভূগোল বিজ্ঞান বিভাগৰ ক্ষেত্ৰ অধ্যয়নস্থান: কাকৈজানা সংৰক্ষিত বনাঞ...
06/12/2025

জোনাকী বিদ্যাপীঠ, বালাপাৰা
উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ভূগোল বিজ্ঞান বিভাগৰ ক্ষেত্ৰ অধ্যয়ন
স্থান: কাকৈজানা সংৰক্ষিত বনাঞ্চল
তাৰিখ: ০৬ ডিচেম্বৰ, ২০২৫ ইং

আজি জোনাকী বিদ্যাপীঠত পাঠদানৰ উপৰিও জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে  পৰিচালনা সমিতি, শিক্ষক শিক্ষয়িত্ৰী  আৰু ছাত্র ছাত্ৰীস...
18/11/2025

আজি জোনাকী বিদ্যাপীঠত পাঠদানৰ উপৰিও জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে পৰিচালনা সমিতি, শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্র ছাত্ৰীসকলে সমবেত হৈ নাহৰ পুলি ৰোপন কৰি তেখেতৰ 'মায়াবিনী' গীতটি গোৱাৰ লগতে কবিতা আবৃত্তি আৰু আন আন কাৰ্যসূচীৰে দিনটো পালন কৰা হয়।

Celebrated Children's Day at Jonaki Vidyapith
14/11/2025

Celebrated Children's Day at Jonaki Vidyapith

আজি সমগ্র অসমবাসীৰ লগতে জোনাকী বিদ্যাপীঠৰ পৰিয়াল বৰ্গই সমবেত হৈ অসমবাসী ৰাইজ হিয়াৰ স্পন্দন, হিয়াৰ আমঠু জুবিন গাৰ্গলৈ ...
20/09/2025

আজি সমগ্র অসমবাসীৰ লগতে জোনাকী বিদ্যাপীঠৰ পৰিয়াল বৰ্গই সমবেত হৈ অসমবাসী ৰাইজ হিয়াৰ স্পন্দন, হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

Independence Day Celebration at Jonaki Vidyapith Balapara!
18/08/2025

Independence Day Celebration at Jonaki Vidyapith Balapara!

01/05/2025
15/04/2025

JONAKI VIDYAPITH
HSLC RESULT 2024-2025

নতুন সপোন, নতুন আশা আৰু নতুন আৰম্ভণিৰ এই উৎসৱে আপোনাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক। শুভ ৰঙালী বিহু!
14/04/2025

নতুন সপোন, নতুন আশা আৰু নতুন আৰম্ভণিৰ এই উৎসৱে আপোনাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক। শুভ ৰঙালী বিহু!

Consistency is our crown at Jonaki Vidyapith—4 years of excellence since we began! Cheers to our hardworking teachers an...
11/04/2025

Consistency is our crown at Jonaki Vidyapith—4 years of excellence since we began! Cheers to our hardworking teachers and prayers for more such results. 🎉👏💪

Address

Bongaigaon
783388

Opening Hours

Monday 8am - 3pm
Tuesday 8am - 3pm
Wednesday 8am - 3pm
Thursday 8am - 3pm
Friday 8am - 3pm
Saturday 8am - 1pm

Telephone

+917002616248

Website

Alerts

Be the first to know and let us send you an email when Jonaki Vidyapith posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Jonaki Vidyapith:

Shortcuts

Share

Category