University Of Bongaigaon Students’ Union

University Of Bongaigaon Students’ Union it's a official page of BONGAIGAON UNIVERSITY STUDENTS’ UNION .

গুৱাহাটী বিশ্ববিদ্যালয় আন্ত: মহাবিদ্যালয় যুৱ মহোৎসৱ ২০২৩-২৪ বৰ্ষৰ ব্যঙ্গনাট প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ  খিতাপ লাভ কৰি...
05/11/2024

গুৱাহাটী বিশ্ববিদ্যালয় আন্ত: মহাবিদ্যালয় যুৱ মহোৎসৱ ২০২৩-২৪ বৰ্ষৰ ব্যঙ্গনাট প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ খিতাপ লাভ কৰিছে বঙাইগাঁও মহাবিদ্যালয়।

জয়তু বঙাইগাঁও মহাবিদ্যালয় ♥️

গুৱাহাটী বিশ্ববিদ্যালয় আন্ত: মহাবিদ্যালয় যুৱ মহোৎসৱ ২০২৩-২৪ বৰ্ষৰ বনগীত প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ  খিতাপ লাভ কৰিছে ব...
05/11/2024

গুৱাহাটী বিশ্ববিদ্যালয় আন্ত: মহাবিদ্যালয় যুৱ মহোৎসৱ ২০২৩-২৪ বৰ্ষৰ বনগীত প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ খিতাপ লাভ কৰিছে বঙাইগাঁও মহাবিদ্যালয় ছাত্ৰী মিতালী ডেকা।

জয়তু বঙাইগাঁও মহাবিদ্যালয় ♥️

গুৱাহাটী বিশ্ববিদ্যালয় আন্ত: মহাবিদ্যালয় যুৱ মহোৎসৱ ২০২৩-২৪ বৰ্ষৰ লোকবাদ্য প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ  খিতাপ লাভ কৰিছ...
05/11/2024

গুৱাহাটী বিশ্ববিদ্যালয় আন্ত: মহাবিদ্যালয় যুৱ মহোৎসৱ ২০২৩-২৪ বৰ্ষৰ লোকবাদ্য প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ খিতাপ লাভ কৰিছে বঙাইগাঁও মহাবিদ্যালয়।

জয়তু বঙাইগাঁও মহাবিদ্যালয় ♥️

গুৱাহাটী বিশ্ববিদ্যালয় আন্ত: মহাবিদ্যালয় যুৱ মহোৎসৱ ২০২৩-২৪ বৰ্ষৰ তৰ্ক প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ খিতাপ লাভ ...
05/11/2024

গুৱাহাটী বিশ্ববিদ্যালয় আন্ত: মহাবিদ্যালয় যুৱ মহোৎসৱ ২০২৩-২৪ বৰ্ষৰ তৰ্ক প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ খিতাপ লাভ কৰিছে বঙাইগাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শ্ৰী তন্ময় ৰায়।

জয়তু বঙাইগাঁও মহাবিদ্যালয় ♥️

💐রবি স্মরণে 💐আয়োজক: বঙ্গাইগাও মহাবিদ্যালয় ছাত্র একতা সভা ২০২৩-২৪
07/08/2024

💐রবি স্মরণে 💐
আয়োজক: বঙ্গাইগাও মহাবিদ্যালয় ছাত্র একতা সভা ২০২৩-২৪

On August 6th, an collaborative meeting was held led by the Principal with union members from the 2022-23 and 2023-24, a...
07/08/2024

On August 6th, an collaborative meeting was held led by the Principal with union members from the 2022-23 and 2023-24, as well as esteemed Professors from the Literature Departments of the college. The discussion was about the publication of the much anticipated college magazine..

A pad machine has been installed in the girls' common room ensuring that every female student on campus has access to es...
03/08/2024

A pad machine has been installed in the girls' common room ensuring that every female student on campus has access to essential hygiene products. This initiative by B.C.S.U.S empowers our girls to walk with confidence and comfort every day.

02/08/2024
যোৱা ২০, ২১,২২ (জুলাই)তাৰিখে অসম ছাত্ৰ পৰিষদ ,বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত আৰু বঙাইগাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহয...
24/07/2024

যোৱা ২০, ২১,২২ (জুলাই)তাৰিখে অসম ছাত্ৰ পৰিষদ ,বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত আৰু বঙাইগাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত , বঙাইগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰী সকলক গৰমৰ বন্ধৰ মাজত ( KOOKI ) অসমীয়া চলচ্চিত্ৰ খন বঙাইগাঁও চহৰৰ Jolly Max Cinema hall - ত দেখুৱা হয় আৰু সেইবাবে বঙাইগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰী সকলক আৰু Jolly Max Cinema hall - ৰ সমূহ কর্তৃপক্ষৰ সহায় সহযোগিতাৰ বাবে ধন্যবাদ জনালোঁ ।।

Today, Bongaigaon College celebrated its 60th Foundation Day with heartfelt reverence for our founding members. The even...
08/07/2024

Today, Bongaigaon College celebrated its 60th Foundation Day with heartfelt reverence for our founding members. The event began with a flag hoisting ceremony led by our Principal sir DrDinesh Das, in the presence of our respected governing body President Haren Chakrabarty sir, dedicated teachers, and students union body. In the coming months, we look forward to honoring this significant milestone with grand celebrations.

Address

UNIVERSITY OF BONGAIGAON
Bongaigaon
783380

Alerts

Be the first to know and let us send you an email when University Of Bongaigaon Students’ Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to University Of Bongaigaon Students’ Union:

Shortcuts

Share

Category