Sankardev sishu/bidya niketan Dakuapara,Boko

Sankardev sishu/bidya niketan Dakuapara,Boko Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sankardev sishu/bidya niketan Dakuapara,Boko, High School, Boko.

18/11/2025
জুবিন গাৰ্গৰ জন্ম দিন উপলক্ষে নাহৰ ৰোপণ।
18/11/2025

জুবিন গাৰ্গৰ জন্ম দিন উপলক্ষে নাহৰ ৰোপণ।

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি।জয় জুবিন দা।
20/09/2025

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি।
জয় জুবিন দা।

08/09/2025

ড: ভূপেন হাজৰিকা দেৱৰ শতবাৰ্ষিকী জন্ম জয়ন্তী উৎযাপন।

শিক্ষক দিৱস উৎযাপন।
05/09/2025

শিক্ষক দিৱস উৎযাপন।

গুৱাহাটী বিভাগৰ বিজ্ঞান মেলাত আমাৰ নিকেতনৰ বালক শাখাৰ অনুভৱ মজুমদাৰে বিজ্ঞান আৰ্হি নিৰ্মাণত প্ৰথম পুৰস্কাৰ , কিশোৰ শাখাত...
30/08/2025

গুৱাহাটী বিভাগৰ বিজ্ঞান মেলাত আমাৰ নিকেতনৰ বালক শাখাৰ অনুভৱ মজুমদাৰে বিজ্ঞান আৰ্হি নিৰ্মাণত প্ৰথম পুৰস্কাৰ , কিশোৰ শাখাত কিতাৰ্থ কাশ্যপে দ্বিতীয় পুৰস্কাৰ আৰু বালক শাখাৰ কুইজত উদিপ্ত কলিতা , দিপামনি ৰাভা আৰু প্ৰিন্স প্ৰীয়ম ডেকাৰ দলটোৱে তৃতীয় পুৰস্কাৰ লাভ কৰি নিকেতন তথা বকো সংকুললৈ গৌৰৱ কঢ়িয়াই আনে। নিকেতন পৰিয়ালৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰী কেইগৰাকীৰ ভৱিষ্যত উজ্বল কামনা কৰিলোঁ।

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি উদযাপন ।
25/08/2025

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি উদযাপন ।

১৯-০৮-২০২৫ ইং তাৰিখে নিকেতনত  অনুষ্ঠিত হোৱা গুৱাহাটী বিভাগৰ সংস্কৃতি মহোৎসৱৰ কেইটিমান দৃশ্য। বকো‌ সংকূলৰ  আমাৰ নিকেতনৰ ক...
19/08/2025

১৯-০৮-২০২৫ ইং তাৰিখে নিকেতনত অনুষ্ঠিত হোৱা গুৱাহাটী বিভাগৰ সংস্কৃতি মহোৎসৱৰ কেইটিমান দৃশ্য। বকো‌ সংকূলৰ আমাৰ নিকেতনৰ কিশোৰ শাখাৰ দলটোৱে সংস্কৃতি জ্ঞান প্ৰশ্ন মঞ্চত দ্বিতীয় পুৰস্কাৰ লাভ কৰে।

17/08/2025

৭৯ তম স্বাধীনতা দিৱস উপলক্ষে বকো গান্ধী মৈদানত আমাৰ নিকেতনৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা সমবেত সংগীত পৰিবেশন।

09/08/2025

ৰাখী বন্ধন উৎসৱ পালন।

Address

Boko
781123

Website

Alerts

Be the first to know and let us send you an email when Sankardev sishu/bidya niketan Dakuapara,Boko posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category