Al Hilal Mission Academy Official

Al Hilal Mission Academy Official Learn Today, Lead Tomorrow.. A private Institute::Run by Progress Foundation:
Reg.No:2024/IGR004/4/446
Prior Permission approved by Assam Government.

UAIN No: DSE-PP/2025/00275
: Natun Kathmi:: Kalatoli:: Kamrup (Assam) ::781136
UDISE CODE: 18060202810

At the Time of Morning Assembly...
15/05/2026

At the Time of Morning Assembly...

আমাৰ বৃহত্তৰ কালাতলী অঞ্চলত নতুন কাঠমী গাঁৱত স্থাপিত হোৱা আল হিলাল মিছন একাডেমীৰ পৰা এগৰাকী ছাত্ৰীয়ে নৱোদয়ত নামভৰ্তি (...
22/04/2026

আমাৰ বৃহত্তৰ কালাতলী অঞ্চলত নতুন কাঠমী গাঁৱত স্থাপিত হোৱা আল হিলাল মিছন একাডেমীৰ পৰা এগৰাকী ছাত্ৰীয়ে নৱোদয়ত নামভৰ্তি (seat) কৰণৰ সুবিধা পাইছে। তাৰ বাবে আমি বিদ্যালয়ৰ পৰা নথৈ আনন্দিত। লগতে ছাত্ৰী গৰাকীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ।

ইচ্ছুক ছাত্ৰ ছাত্ৰী তথা অভিভাৱক সকলক যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হ'ল।             #2026
26/03/2026

ইচ্ছুক ছাত্ৰ ছাত্ৰী তথা অভিভাৱক সকলক যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হ'ল।






#2026

Annual exam time.2026
11/03/2026

Annual exam time.2026

ইচ্ছুক ছাত্ৰ ছাত্ৰী তথা অভিভাৱক/অভিভাৱিকা সকলে যোগাযোগ কৰিব পাৰে। ধন্যবাদ
05/03/2026

ইচ্ছুক ছাত্ৰ ছাত্ৰী তথা অভিভাৱক/অভিভাৱিকা সকলে যোগাযোগ কৰিব পাৰে। ধন্যবাদ

নামভৰ্তি আৰম্ভ হৈছে। গতিকে সকলো ইচ্ছুক অভিভাৱক/ অভিভাৱিকা সকলে যোগাযোগ কৰিব পাৰে।।
01/03/2026

নামভৰ্তি আৰম্ভ হৈছে। গতিকে সকলো ইচ্ছুক অভিভাৱক/ অভিভাৱিকা সকলে যোগাযোগ কৰিব পাৰে।।

শৈক্ষিক শুভ সংবাদ             2026-27 বৰ্ষৰ বাবে অংকুৰ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ নামভৰ্তি চলি আছে। ইচ্ছুক অভিভাৱক/ অভিভাৱ...
28/02/2026

শৈক্ষিক শুভ সংবাদ
2026-27 বৰ্ষৰ বাবে অংকুৰ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ নামভৰ্তি চলি আছে। ইচ্ছুক অভিভাৱক/ অভিভাৱীকা সকল বিদ্যালয়ৰ কাৰ্যালয়ত যোগাযোগ কৰিব ।।
ধন্যবাদ।

09/02/2026

আগন্তুক ২০২৬ বৰ্ষৰ সকলো H.S.L.C পৰীক্ষাৰ্থীলৈ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

26/01/2026

গণৰাজ্য দিৱস উপলক্ষে আমাৰ বিদ্যালয়ত জাতীয় পতাকা উত্তোলন কৰাৰ মূহুৰ্তত।।

Address

Vill-Natun Kathmi, PO-Kalatoli, PS-Boko, District/Kamrup, (Assam) Pin
Boko
781136

Website

Alerts

Be the first to know and let us send you an email when Al Hilal Mission Academy Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category