ISL- Institute Of Smart Learning

ISL- Institute Of Smart Learning "Study Smart, Not Hard." Play Daily Quiz (for 80% good memory)
Class X : All (Eng/G.Sc/S.Sc/G.Maths/Ass)
Class XII : All Subjects (Arts / Science)

Join Our Telegram group: https://t.me/+Y2kPpGnq40E2Yzk9 অধ্যয়নৰ ৮০% মনত ৰাখিবলৈ আমাৰ সৈতেপ্ৰতিদিনে কুইজ খেলো আহা।      ...
02/08/2024

Join Our Telegram group: https://t.me/+Y2kPpGnq40E2Yzk9

অধ্যয়নৰ ৮০% মনত ৰাখিবলৈ আমাৰ সৈতে
প্ৰতিদিনে কুইজ খেলো আহা।
2025

অধ্যয়নৰ ৮০% মনত ৰাখিবলৈ আমাৰ সৈতেপ্ৰতিদিনে কুইজ খেলো আহা।        2025
01/08/2024

অধ্যয়নৰ ৮০% মনত ৰাখিবলৈ আমাৰ সৈতে
প্ৰতিদিনে কুইজ খেলো আহা।
2025

31/05/2023

আপোনাক আমি স্বাগতম জনাইছোঃ
অসমৰ শিক্ষাৰ ক্ষেত্ৰখনত "ISL- Institute Of Smart Learning" এনেকুৱা এটা শৈক্ষিক অনুষ্ঠান যিয়ে অসমত Higher Secondary ১ম আৰু ২য় বৰ্ষৰ শিক্ষাৰ্থীৰ বাবে এক ব্যতিক্ৰমী তথা অগতানুগতিক আৰু বিজ্ঞানসন্মত শিক্ষা পদ্ধতিৰে শিক্ষাদান আৰম্ভ কৰিছে।

যিয়ে ইতিমধ্যে অধ্যয়নবিমুখ শিক্ষাৰ্থীসকলক অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰিবলৈ সক্ষম হৈছে। আৰু আনুষ্ঠানিক শিক্ষাৰ পৰীক্ষাত দুৰ্বল ফলাফল লাভ কৰা পৰিক্ষাৰ্থীসকলকো ভাল ফলাফল লাভ কৰাত বিশেষভাৱে সহায় কৰিছে।

"Study Smart, Not Hard" আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ আৰম্ভ কৰা এই শিক্ষা ব্যৱস্থাই এক বিশেষ পৰিবৰ্তন আনিবলৈ সক্ষম হ'ব বুলি আমি আশাবাদী।

ধন্যবাদৰে
অবিনাশ মানৱ
ইনষ্টিটিউট অৱ স্মাৰ্ট লাৰ্নিং প্ৰমুখ।

Address

Boko
781123

Website

Alerts

Be the first to know and let us send you an email when ISL- Institute Of Smart Learning posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share