Ababil Shisu Niketan,Sontali

Directions

Ababil Shisu Niketan,Sontali Sontali Mahtali

আবাবিলশিশু নিকেতন প্ৰাক্তন ছাত্ৰ ৰাজিবুল ইছলাম ইণ্ডিয়ান আৰ্মীত নিৰ্বাচিত হোৱাৰ বাবে আমি গৌৰৱ অনুভৱ কৰিছো। লগতে তেওঁৰ দী...
26/05/2026

আবাবিলশিশু নিকেতন প্ৰাক্তন ছাত্ৰ ৰাজিবুল ইছলাম ইণ্ডিয়ান আৰ্মীত নিৰ্বাচিত হোৱাৰ বাবে আমি গৌৰৱ অনুভৱ কৰিছো। লগতে তেওঁৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।

26/03/2026

📌সোণতলীৰ আবাবিল শিশু নিকেতনত ২০২৬-২৭ বৰ্ষৰ পৰা ইংৰাজী মাধ্যম সংযোজন।

📌চলিত বৰ্ষত চিবিএছই পাঠ্যক্ৰমৰ আধিনত নাৰ্ছাৰীৰ পৰা তৃতীয় শ্ৰেণীলৈ পাঠদানৰ ব্যৱস্থা ।

We are went to wah rilang veiw point meghalaya from ababil sishu niketan
13/12/2025

We are went to wah rilang veiw point meghalaya from ababil sishu niketan

24-25 বৰ্ষত  হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক বিদ্যালয় ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
18/04/2025

24-25 বৰ্ষত হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক বিদ্যালয় ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

HSLC Results 2025
12/04/2025

HSLC Results 2025

লুইতপৰীয়া শিশু বিকাশ পৰিষদ ষষ্ঠদশ বাৰ্ষিক শিশু মহোৎসৱত 100 মিটাৰ দৌৰ প্ৰতযোগিতাত ( #মফিদুল_ইছলাম x)  স্থান। অসমীয়া কবি...
13/01/2025

লুইতপৰীয়া শিশু বিকাশ পৰিষদ ষষ্ঠদশ বাৰ্ষিক শিশু মহোৎসৱত 100 মিটাৰ দৌৰ প্ৰতযোগিতাত ( #মফিদুল_ইছলাম x) স্থান। অসমীয়া কবিতা আবৃত্তি প্ৰতিযোগিতা( #কমৰুন_নাহাৰ viii) স্থান। ইংৰাজী কবিতা আবৃত্তি প্ৰতিযোগিতাত ( #কনিকা_ভূঞা i) স্থান পাবলৈ সক্ষম হৈছে।

আগন্তুক হবলগীয়া  #লুইত_পৰীয়া_শিশু_বিকাশ পৰিষদ দ্বাৰা আয়োজিত, শিশু মহোৎসৱ 2025 ৰ ৰভাৰ কাম চলি আছে।
12/01/2025

আগন্তুক হবলগীয়া #লুইত_পৰীয়া_শিশু_বিকাশ পৰিষদ দ্বাৰা আয়োজিত, শিশু মহোৎসৱ 2025 ৰ ৰভাৰ কাম চলি আছে।

10/01/2025

আগন্তুক হবলগীয়া #লুইত_পৰীয়া_শিশু_বিকাশ পৰিষদ দ্বাৰা আয়োজিত, শিশু মহোৎসৱ 2025 ত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে নৃত্যৰ আখৰা চলি আছে।

  to   Ekbal choudhary........ Sontali Quiz forum দ্বাৰা আয়োজিত কুইজ প্ৰতিযোগিতাত নৱম শ্ৰেণীৰ ছাত্ৰ    Ekbal choudhary ...
24/11/2024

to Ekbal choudhary........
Sontali Quiz forum দ্বাৰা আয়োজিত কুইজ প্ৰতিযোগিতাত নৱম শ্ৰেণীৰ ছাত্ৰ Ekbal choudhary প্ৰথমস্থান অধিকাৰ কৰিছে। তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।

14/08/2024

Address

Boko Road
Boko
781136

Opening Hours

Monday 9am - 3pm
Tuesday 9am - 3pm
Wednesday 9am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 3pm

Website

Alerts

Be the first to know and let us send you an email when Ababil Shisu Niketan,Sontali posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category