01/05/2025
100% পাছেৰে উজলিল চৰকাৰী খন্ডৰ এখন বিদ্যালয় বগুৰিগুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়৷মুঠ পৰীক্ষাৰ্থী =72
প্ৰথম বিভাগ=14
দ্বিতীয় বিভাগ=41
তৃতীয় বিভাগ=17
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নাম ভৰ্ত্তি চলি আছে