আন্ধেৰিটাৰী বালিকা প্ৰাথমিক বিদ্যালয় Andheritari Balika LP School

  • Home
  • India
  • Boko
  • আন্ধেৰিটাৰী বালিকা প্ৰাথমিক বিদ্যালয় Andheritari Balika LP School

আন্ধেৰিটাৰী বালিকা প্ৰাথমিক বিদ্যালয় Andheritari Balika LP School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from আন্ধেৰিটাৰী বালিকা প্ৰাথমিক বিদ্যালয় Andheritari Balika LP School, School, 2 No Jambari, Boko.

29/12/2024
যোৱা ২৮ ফেব্ৰুৱাৰী, ২০২৩ ইং তাৰিখে ( ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ দিনাখন) সপোনৰ সাৰ্থক ৰূপ হিচাপে বিদ্যালয়ৰ আন্তঃগাথঁনিৰ ধন...
23/08/2023

যোৱা ২৮ ফেব্ৰুৱাৰী, ২০২৩ ইং তাৰিখে ( ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ দিনাখন) সপোনৰ সাৰ্থক ৰূপ হিচাপে বিদ্যালয়ৰ আন্তঃগাথঁনিৰ ধনৰ পৰা এটি Smart TV লোৱাৰ ব্যৱস্থা কৰিছিলোঁ। ল'ৰা-ছোৱালীৰ বিদ্যায়তনিক শিক্ষাৰ লগতে কিছুমান সহঃবিদ্যায়তনিক শিক্ষাও ইয়াৰে দিয়াবলৈ চেষ্টাহে কৰা হৈছে
আজিৰ ঐতিহাসিক চন্দ্ৰযান-৩ৰ চন্দ্ৰৰ দক্ষিণ মেৰুত সফল অৱতৰণৰ পোনপটীয়া সম্প্ৰচাৰ (ISROৰ পৰা কৰা ) এইটোৰে ছাত্ৰ-ছাত্ৰীবৃন্দক দেখুওৱাৰ লগতে নিজেও সাক্ষী হ'লোঁ।
আজিৰ সফলতাই চন্দ্ৰযান-২ৰ অৱতৰণত হোৱা বিফলতাত সেই মাজৰাতি যিটো দুখ পাইছিলোঁ, আজি সম্পূৰ্ণ আঁতৰি গ'ল। জয় হিন্দ্।

প্ৰাক্তন প্ৰধান শিক্ষক এইখন বিদ্যালয়ৰ।স্বাধীনতা দিৱসৰ দিনাখন সাক্ষাৎ দুয়োগৰাকী মহান শিক্ষকক ।Haren chandra Kalita 1966...
19/08/2023

প্ৰাক্তন প্ৰধান শিক্ষক এইখন বিদ্যালয়ৰ।
স্বাধীনতা দিৱসৰ দিনাখন সাক্ষাৎ দুয়োগৰাকী মহান শিক্ষকক ।
Haren chandra Kalita 1966---31/12/2001
Jabed Ali 1/1/1994----31/12/2020

Yoga instructor Lakhyadhar Deka from Mangaldoi at our school on 14th August 23
17/08/2023

Yoga instructor Lakhyadhar Deka from Mangaldoi at our school on 14th August 23

Address

2 No Jambari
Boko
781141

Website

Alerts

Be the first to know and let us send you an email when আন্ধেৰিটাৰী বালিকা প্ৰাথমিক বিদ্যালয় Andheritari Balika LP School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category