১২৯৩ নং কাৰিগাঁও প্ৰাথমিক বিদ্যালয়

  • Home
  • India
  • Boko
  • ১২৯৩ নং কাৰিগাঁও প্ৰাথমিক বিদ্যালয়

১২৯৩ নং কাৰিগাঁও প্ৰাথমিক বিদ্যালয় Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ১২৯৩ নং কাৰিগাঁও প্ৰাথমিক বিদ্যালয়, School, গাঁও :/২ নং বৰুৱাপথাৰ , পো: অ: :/বৰুৱাপথাৰ , জিলা :/কামৰূপ ( অসম ), Boko.

হেকৰা স্থিত পশুধন গৱেষণা কেন্দ্ৰত ১২৯৩ নং কাৰিগাওঁ প্ৰাথমিক বিদ্যালয়ৰ পৰা যোৱা দলটো ...কিছু ধেমালি-স্ফূৰ্তি , কিছু শিকণী...
25/12/2023

হেকৰা স্থিত পশুধন গৱেষণা কেন্দ্ৰত ১২৯৩ নং কাৰিগাওঁ প্ৰাথমিক বিদ্যালয়ৰ পৰা যোৱা দলটো ...

কিছু ধেমালি-স্ফূৰ্তি , কিছু শিকণীয় কথাৰে এক মিশ্ৰিত অভিজ্ঞতা 😊

২৪-১২-২০২৩ , ৰবিবাৰ

কলিটিয়ে হেনো আজি বিদায় লয় ..( পঞ্চম শ্ৰেণীৰ মৰমৰ বিদায়ী ছাত্ৰ-ছাত্ৰীসকলৰ হাতত ..)কলিটিয়ে হেনো আজি বিদায় লয় ..মলয়াৰ স্পৰ্...
23/02/2023

কলিটিয়ে হেনো আজি বিদায় লয় ..

( পঞ্চম শ্ৰেণীৰ মৰমৰ বিদায়ী ছাত্ৰ-ছাত্ৰীসকলৰ হাতত ..)

কলিটিয়ে হেনো আজি বিদায় লয় ..
মলয়াৰ স্পৰ্শত দোলিত
প্ৰতিটো লয়ৰ দৰ্শক হৈ
অবুজ মনে ভাবিছিল ..
যেন থাকক ,
সিহঁত থাকক তেনেকৈয়ে সদায়
উলাহত নাচক ,
হেঁপাহত প্ৰস্ফুটিত হৈ জিলিকক ,
সিহঁতৰ মিচিকিয়াত আমিও হাঁহিম
পাহৰিম , সকলো যোগ-বিয়োগৰ দিঠক ।

পিছে ..
কলিটিয়ে হেনো আজি বিদায় লয় ..
জল্পনা-কল্পনাৰ মধুৰতাক
বাস্তৱে নিয়ে ন-দিশত উটুৱাই
যাব গৈ সিহঁত
ফুলিব বাগিছাত নতুন
বাঢ়ক ..
বাঢ়ক সিহঁতৰ উলাহ ,
হেঁপাহে চুৱক ন-উচ্চতা ,
ফুলে-ফলে হওঁক জাতিষ্কাৰ
বিলাব নিশ্চয় সুগন্ধি ,
মৃগনাভৰ ...

নয়ন মণি দাস
২৩/০২/২০২৩

আমাৰ বিদ্যালয়ত প্ৰথমবাৰৰ বাবে দেৱী মা সৰস্বতী পূজা ভাগি আয়োজন কৰা হয় । অনুষ্ঠুপিয়াকৈ হলেও  ছাত্ৰ-ছাত্ৰীসকলৰ উচাহ তথা ৰাই...
26/01/2023

আমাৰ বিদ্যালয়ত প্ৰথমবাৰৰ বাবে দেৱী মা সৰস্বতী পূজা ভাগি আয়োজন কৰা হয় । অনুষ্ঠুপিয়াকৈ হলেও ছাত্ৰ-ছাত্ৰীসকলৰ উচাহ তথা ৰাইজৰ সহযোগত এক প্ৰশান্তি ভৰা মনেৰে পূজা ভাগিত সকলোৱে দেৱী মাৰ আশীষ বিচাৰি সেৱা জনালোঁ 🙏

গণতন্ত্ৰ দিৱস উদযাপন ২০২৩বিদ্যালয়ৰ সামাজিক হিচাপ পৰীক্ষক আব্দুছ চালাম ডাঙৰীয়াৰ হাতেৰে পতাকা উত্তোলন কৰা হয় ।
26/01/2023

গণতন্ত্ৰ দিৱস উদযাপন ২০২৩

বিদ্যালয়ৰ সামাজিক হিচাপ পৰীক্ষক আব্দুছ চালাম ডাঙৰীয়াৰ হাতেৰে পতাকা উত্তোলন কৰা হয় ।

গুণোৎসৱ ২০২৩ ৰ কেইটিমান স্মৰণীয় মুহুৰ্ত ..১৮ আৰু ১৯ জানুৱাৰী ২০২৩
19/01/2023

গুণোৎসৱ ২০২৩ ৰ কেইটিমান স্মৰণীয় মুহুৰ্ত ..

১৮ আৰু ১৯ জানুৱাৰী ২০২৩

২৪/১২/২০২২হাতেলিখা আলোচনী প্ৰত্যুষ চতুৰ্থ বৰ্ষ সংখ্যাটি আজি উন্মোচন কৰাৰ লগতে বাৰ্ষিক খেল-ধেমালিৰ পুৰস্কাৰ বিতৰণ কৰা হয় ...
24/12/2022

২৪/১২/২০২২

হাতেলিখা আলোচনী প্ৰত্যুষ চতুৰ্থ বৰ্ষ সংখ্যাটি আজি উন্মোচন কৰাৰ লগতে বাৰ্ষিক খেল-ধেমালিৰ পুৰস্কাৰ বিতৰণ কৰা হয় । অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰা সুন্দৰ গীত আৰু কবিতা আবৃত্তিয়ে সকলোকে আপ্লুত কৰে ।

Some special moment of our school today ..Honouring the volunteer teachers of our school for their selfless service ..💐🙏
26/11/2022

Some special moment of our school today ..

Honouring the volunteer teachers of our school for their selfless service ..💐🙏

24/11/2022
মহাবীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্মজয়ন্তী উদযাপনৰ কেইটিমান বিশেষ মুহুৰ্ত ..
24/11/2022

মহাবীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্মজয়ন্তী উদযাপনৰ কেইটিমান বিশেষ মুহুৰ্ত ..

  #একতাৰ_দৌৰচৰ্দাৰ বল্লভ ভাই পেটেল দেৱৰ জন্মজয়ন্তী উপলক্ষে একতাৰ দৌৰ কাৰ্যসূচী আৰু শপত লোৱাৰ মুহুৰ্তৰ কেইটিমান দৃশ্য..৩১...
02/11/2022


#একতাৰ_দৌৰ

চৰ্দাৰ বল্লভ ভাই পেটেল দেৱৰ জন্মজয়ন্তী উপলক্ষে একতাৰ দৌৰ কাৰ্যসূচী আৰু শপত লোৱাৰ মুহুৰ্তৰ কেইটিমান দৃশ্য..
৩১-১০-২০২২

স্বাধীনতাৰ অমৃত মহোৎসৱ১৩ আগষ্টৰ পৰা ১৫ আগষ্ট ২০২২তৃতীয় দিনৰ কাৰ্যসূচী.. ১৫ / ০৮ / ২০২২পতাকা উত্তোলন , ৰাষ্ট্ৰীয় সংগীত পৰ...
15/08/2022

স্বাধীনতাৰ অমৃত মহোৎসৱ
১৩ আগষ্টৰ পৰা ১৫ আগষ্ট ২০২২

তৃতীয় দিনৰ কাৰ্যসূচী.. ১৫ / ০৮ / ২০২২
পতাকা উত্তোলন , ৰাষ্ট্ৰীয় সংগীত পৰিবেশন তথা দেশপ্ৰেম মূলক গীত পৰিবেশন ...

Chief minister institutional plantation programme ..Dt. :- 11/08/2022
14/08/2022

Chief minister institutional plantation programme ..
Dt. :- 11/08/2022

Address

গাঁও :/২ নং বৰুৱাপথাৰ , পো: অ: :/বৰুৱাপথাৰ , জিলা :/কামৰূপ ( অসম )
Boko
৭৮১১৩৬

Website

Alerts

Be the first to know and let us send you an email when ১২৯৩ নং কাৰিগাঁও প্ৰাথমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category