Kandhulimari LPS

Kandhulimari LPS Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Kandhulimari LPS, School, Bokakhat.

02/04/2026

Activity

ক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক আদৰণি, নতুন শিক্ষাবৰ্ষৰ পাঠ্যপুথি বিতৰণ
02/04/2026

ক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক আদৰণি, নতুন শিক্ষাবৰ্ষৰ পাঠ্যপুথি বিতৰণ

১৪/০৩/২০২৬ তাৰিখে কান্ধুলিমাৰী প্ৰাথমিক বিদ্যালয়ত নতুনকৈ যোগদান কৰা ৰূপশিখা বৰা বাইদেউক বিদ্যালয়ৰ পৰিচালনা সমিতি, মাতৃগো...
02/04/2026

১৪/০৩/২০২৬ তাৰিখে কান্ধুলিমাৰী প্ৰাথমিক বিদ্যালয়ত নতুনকৈ যোগদান কৰা ৰূপশিখা বৰা বাইদেউক বিদ্যালয়ৰ পৰিচালনা সমিতি, মাতৃগোট আৰু অভিভাৱকৰ তৰফৰ পৰা আদৰণি জনোৱা হয়।

বন্ধু বিদ্যালয় ২১/১১/২০২৫ বৰ্ষ
02/04/2026

বন্ধু বিদ্যালয় ২১/১১/২০২৫ বৰ্ষ

01/04/2026

শোভাযাত্ৰা

উৎসৱ বিদ্যাৰম্ভ ০১/০৪/২০২৬ বৰ্ষ
01/04/2026

উৎসৱ বিদ্যাৰম্ভ ০১/০৪/২০২৬ বৰ্ষ

বিদ্যালয়ৰ বাৰ্ষিক পৰীক্ষাৰ ফলাফল ২৬/০৩/২০২৬ বৰ্ষ
01/04/2026

বিদ্যালয়ৰ বাৰ্ষিক পৰীক্ষাৰ ফলাফল ২৬/০৩/২০২৬ বৰ্ষ

পঞ্চম শ্ৰেণীৰ বিদায় সভা
01/04/2026

পঞ্চম শ্ৰেণীৰ বিদায় সভা

বোকাখাত কলাখোৱা গাৱৰ নিবাসী শ্ৰী উৎপল কলিতাদেৱে আজি কান্ধুলিমাৰী প্ৰাথমিক বিদ্যালয়ত  দুটা কাঞ্চন ফুলৰ পুলি ৰোপন কৰে।
16/03/2026

বোকাখাত কলাখোৱা গাৱৰ নিবাসী শ্ৰী উৎপল কলিতাদেৱে আজি কান্ধুলিমাৰী প্ৰাথমিক বিদ্যালয়ত দুটা কাঞ্চন ফুলৰ পুলি ৰোপন কৰে।

15/02/2026
28/01/2026

বোকাখাত সমজিলা প্ৰশাসনৰ সৌজন্যত অনুষ্ঠিত ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰা,আমাৰ বিদ্যালয়ক (কান্ধুলিমাৰী প্ৰাথমিক বিদ্যালয়)প্ৰতিনিধিত্ব কৰা ছাত্ৰ-ছাত্ৰীসকল।

Address

Bokakhat
785612

Website

Alerts

Be the first to know and let us send you an email when Kandhulimari LPS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category